• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লিডুৰ মাইনিং কোম্পানীত উত্তপ্ত পৰিস্থিতি : প্ৰাপ্যৰ পৰা বঞ্চিত কৰি কোম্পানীৰ পলোৱাৰ প্ৰচেষ্টা

মানস প্রতীম গগৈ by মানস প্রতীম গগৈ
July 6, 2019 6:44 am
Screenshot_20190705_175934

ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ পূব কয়লা ক্ষেত্ৰ, মাৰ্ঘেৰিটাৰ অন্তৰ্গত  ঠিকাভিত্তিক মাইনিং কোম্পানীসমূহত কৰ্মৰত শ্ৰমিক-কৰ্মচাৰী সকলৰ অৰ্থনৈতিক ভৱিষ্যত সুৰক্ষিত  নহয়। যিহেতু তিনিবছৰ বা সৰ্বাধিক পাঁচ বছৰলৈ ঠিকা লাভ কৰা মাইনিং কোম্পানীয়ে পুনৰ ঠিকা লাভ নকৰিলেই কৰ্মৰত শ্ৰমিক-কৰ্মচাৰী সকল কৰ্মসংস্থাপনহীন হৈ পৰে।

১৯৮০-৮২ চনৰ পৰা ঠিকাভিত্তিক কয়লা খনন কৰা বহু মাইনিং কোম্পানী আহিছে আৰু গৈছে। এনে মাইনিঙত সংস্থাপিত একাংশই নতুন কোম্পানীত মকৰল হয়। কিন্তু সিংহভাগেই মকৰল নহয়। যাৰ ফলত নিমিষতে কৰ্মসংস্থাপনহীন হৈ পৰে একাংশ সাধাৰণ শ্ৰমিক কৰ্মচাৰী৷

Apply Now

শেহতীয়াকৈ এম এছ বি জি আৰ এণ্ড ইনফা লিমিটিডে নামৰ কোম্পানীটোত কৰ্মৰত তিনিশতাধিক শ্ৰমিক কৰ্মচাৰী কৰ্মসংস্থাপনহীন হৈ পৰিছে। কোম্পানীটোৱে কোনো ধৰণৰ উপযুক্ত কাৰণ প্ৰৰ্দশন নকৰাকৈ  টিৰাপ কয়লা খনন ক্ষেত্ৰৰ সকলো কাম কাজ বন্ধ কৰি দিয়াত ৩০০ৰো অধিক কৰ্মচাৰীৰ ভৱিষ্যত অনিশ্চিত হৈ পৰিছে।

ক’ল ইণ্ডিয়া তথা কৰ্মচাৰী সকলৰ সৈতে ৫বছৰৰ বাবে চুক্তিবদ্ধ হোৱা এম এছ বি জি আৰ এণ্ড ইনফা লিমিটেড নামৰ কোম্পানীটোৱে যোৱা ২৪ মে’ত এখন জাননী জাৰি কৰি কৰ্মচাৰী সকলক কামৰ পৰা অব্যাহতি দিয়ে।

উল্লেখিত জাননী খননত কোনো ধৰণৰ কাৰণ উল্লেখ নকৰাকৈ হায়দৰাবাদত মুখ্যকাৰ্যালয় থকা এই কোম্পানীটোৱে এইদৰে কাম বন্ধ কৰি দিয়াত ৩০০ৰো  অধিক কৰ্মচাৰীৰ জীৱনলৈ শংকা কঢ়িয়াই আনিছে। আনকি শ্ৰম আইন অনুযায়ী পাবলগীয়া বিভিন্ন সা-সুবিধাৰ পৰা বঞ্চিত কৰাৰ প্ৰচেষ্টা চলোৱাৰো অভিযোগ উঠিছে।

শুকুৰবাৰে একাংশ শ্ৰমিক কৰ্মচাৰীয়ে কোম্পানীৰ কাৰ্যালয়ত উপস্থিত হৈ টায়াৰ জ্বলাই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে আৰু প্ৰাপ্য আদায় দিবলৈ দাবী জনায়।

শ্ৰমিক সকলে অভিযোগ কৰা মতে, ইতিমধ্যে কোম্পানীটোক  ডেক’ নামৰ অন্য মাইনিং কোম্পানী এটাক গটাই পলায়ন কৰাৰ প্ৰস্তুতি চলাইছে। ডেক’ নামৰ মাইনিং কোম্পানীটোৱে ইতিমধ্যে কোম্পানীৰ বিভিন্ন যন্ত্ৰ পাতি গাড়ী চমজি ল’বৰ বাবে সকলো প্ৰস্ততি সম্পন্ন কৰিছে।

জানিব পৰা মতে বিজি আৰ নামৰ কোম্পানীটোৰ বৰ্তমান দেউলীয়া অৱস্থা। ইতিমধ্যে অন্য ৰাজ্যত থকা দুটাৰ লগতে লিডুৰ কোম্পানীটোৰ কাম বন্ধ হৈছে। ফলত তিনি শতাধিক স্থানীয় শ্ৰমিক-কৰ্মচাৰীৰ জীৱনলৈ অন্ধকাৰ নামি অহাৰ উপক্ৰম হৈছে।

মাইনিং কোম্পানী সমূহে এইদৰে স্থানীয় শ্ৰমিক-কৰ্মচাৰীৰ জীৱনকলৈ হেতালি খেলাৰ সময়তে উত্তৰ পূব কয়লা ক্ষেত্ৰই মাইনিং কোম্পানী সমূহক নাকী লগাব নোৱাৰৰ বাবে অনিশ্চিত ভৱিষ্যতৰ দিশে গতি কৰা শ্ৰমিক সকল অধিক ক্ষুব্ধ হৈ পৰিছে।

মানস প্রতীম গগৈ

মানস প্রতীম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd