• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিটিচি নিৰ্বাচনত বিজেপিয়ে কেইখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব সেয়া দলে সিদ্ধান্ত ল’ব; প্ৰমীলাৰাণী ব্ৰহ্মক উভতি ধৰিলে মন্ত্ৰী ভৱেশ কলিতাই

বিটিচি নিৰ্বাচনত বিজেপিক চাৰিখন আসন এৰি দিয়া হ'ব : প্ৰমীলাৰাণী ব্ৰহ্ম

NE NOW NEWS দীপক কুমাৰ পাঠক
তামুলপুৰ , February 20, 2020 4:20 pm

2 min read

Bhabesh Kalita

ভবেশ কলিতা আৰু প্ৰমীলাৰাণী ব্ৰহ্ম

12.9k
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে  বিপিএফ দলৰ জেষ্ঠ নেত্ৰী তথা অসম চৰকাৰৰ মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই আগন্তুক বিটিচি নিৰ্বাচনত মিত্ৰজোঁটৰ বিজেপি দলক চাৰিখন আসন আৰু অগপক এখন আসন এৰি দিব বুলি কৰা মন্তব্যৰ পাছতে ব্ৰহ্মক উভতি ধৰিছে বিজেপি নেতা তথা মন্ত্ৰী ভৱেশ কলিতাই।

‘‘বিটিচি নিৰ্বাচনত বিজেপিয়ে কিমানখন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব সেয়া দলীয় নেতৃত্বই সিদ্ধান্ত ল’ব। অসমৰ মুখ্য মন্ত্ৰী, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস,  হিমন্ত বিশ্ব শৰ্মা আছে, এই ক্ষেত্ৰত তেওঁলোকে সিদ্ধান্ত ল’ব,’’ প্ৰমীলৰাণী ব্ৰহ্মৰ মন্তব্যৰ প্ৰত্যুত্তৰ দি এনেদৰে কয় মন্ত্ৰী কলিতাই।

বিপিএফৰ মিত্ৰজোঁট হলেও বিজেপিয়ে ২০১৯ বৰ্ষত সমগ্ৰ বিটিচিত নতুন সদস্য ভৰ্তিৰ দ্বাৰা দলৰ ভেটি শক্তিশালী কৰাৰ বাবে উঠি পৰি লাগিছিল।

ইতিমধ্যে বিটিচি নিৰ্বাচনত বিজেপি দলৰ জিলা সমিতি সমূহেও বিটিচি নিৰ্বাচনত বিজেপিয়ে আটাইকেইখন আসনত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ বাবে ৰাজ্যিক নেতৃত্বৰ ওচৰত দাবী জনাই আহিছে।

এনে সময়ত কালি প্ৰমীলাৰাণী ব্ৰহ্মই বিটিচিত মাথো চাৰিখন আসন বিজেপি দলক এৰি দিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল।

বিজেপিৰ কুচকাৱাজৰ সময়তে প্ৰমীলাৰাণী ব্ৰহ্মই বিটিচিত বিজেপিক মাত্ৰ চাৰিখন আসন এৰি দিয়া হ’ব আৰু ইয়াৰ প্ৰত্যুত্তৰত মন্ত্ৰী ভৱেশ কলিতাৰ মন্তব্যই তাৎপৰ্য্য বহন কৰিছে।

‘‘বিপিএফ দলৰ সৈতে মিত্ৰতা অটুট থাকিব। বিগত লোকসভা নিৰ্বাচনত বিটিচিত থকা বিজেপি কৰ্মীয়ে প্ৰমীলাৰাণীক সহায় কৰিছিল।বিটিচি পৰিষদ গঠনত বিজেপি দলে অংশ গ্ৰহণ কৰিব আৰু পাৰ্টনাৰ হিচাপে থাকিব,’’ ভৱেশ কলিতাই লগতে কয়।

Recent News

a som

বাক্সাত ভূমিহীনৰ মুখত বিৰিঙিল হাঁহি: ৮২২ গৰাকী ভূমিহীনক পট্টা প্ৰদান

a tez

আছু কৰ্মীক CRPF ৰ প্ৰহাৰ: ছাত্ৰ সন্থাই ঘোষণা কৰা ১২ ঘণ্টীয়া শোণিতপুৰ জিলা বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

a amit

প্ৰতিবাদলৈ ভয়! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠানত সীমিত কৰা হ’ল সাংবাদিকৰ প্ৰৱেশ

a som

এইমছৰ নিৰাপত্তা কৰ্মীক আক্ৰমণ, দিল্লীৰ আদালতে দোষী সাৱস্ত্য কৰিলে আপৰ বিধায়ক সোমনাথ ভাৰতীক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd