• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিটিচিত পিতৃ হিমন্তৰ সৈতে নিৰ্বাচনী প্ৰচাৰত নামিল ১৯ বছৰীয়া নন্দিল

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , December 6, 2020 6:54 am

1 min read

WhatsApp Image 2020-12-05 at 10.32.31 PM

পিতৃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে নিৰ্বাচনী প্ৰচাৰত পুত্ৰ নন্দিল।

2k
VIEWS
Share on FacebookShare on Twitter

বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ শেষৰ নিৰ্বাচনী প্ৰচাৰৰ দিনা দেখা গ’ল এক দৃশ্য।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে দেখা গ’ল তেওঁৰ ১৯ বছৰীয়া পুত্ৰ নন্দিলক।

সততে ছাত্ৰাৱস্থাত ৰাজনীতিৰ পৰা ছাত্ৰ সমাজক আঁতৰত থাকিবলৈ আহ্বান জনাই অহা মন্ত্ৰীয়ে পুনৰবাৰ নিজৰ বক্তব্যকে কুঠাৰঘাত কৰি নিজৰ ছাত্ৰ পুত্ৰকে নমালে নিৰ্বাচনী প্ৰচাৰত।

যোৱা ১৯ নৱেম্বৰৰ সংবাদমেলতে মন্ত্ৰী হিমন্তৰ ভাষ্য আছিল এনেধৰণৰ “ছাত্ৰ সকলে পঢ়া শুনা কৰি লওক। তাৰ পিছত ৰাজনীতি কৰিব। তেওঁলোকৰ কোৰ্চেই শেষ হোৱা নাই। কোৰ্চ শেষ কৰি অলপ প্ৰশিক্ষণ লৈ ৰাজনীতিলৈ আহিব লাগে।‘

কিন্তু ১৫ দিনৰ পাছতে নিজৰ আহ্বান নিজেই পাহৰি পিতৃৰ সমকক্ষতে পুত্ৰ নন্দিলক জীপত থিয় হৈ যোৱা ফটো ভিডিও ভাইৰেল হৈছে social মিডিয়াত।

WhatsApp Image 2020-12-06 at 2.39.51 AM
মন্ত্ৰী পিতৃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে নিৰ্বাচনী প্ৰচাৰত পুত্ৰ নন্দিল।

BTC ৰ আথেৰিঘাটৰ পৰা ডিমাকুছিলৈ ওলোৱা এক প্ৰচাৰ বাইক ৰেলিত পিতৃ পুত্ৰক একেলগে দেখা গ’ল।

ৰাজ্যৰ বাহিৰত prestigious doon school ত অধ্যয়ণৰত নন্দিলক এনেদৰে পিতৃৰ ৰাজনৈতিক কাৰ্যসূচীত এয়ে প্ৰথমবাৰলৈ দেখিবলৈ পোৱা গ’ল।

উল্লেখযোগ্য যে, কেইদিনমানৰ পূৰ্বে GMCHত পিতৃ-মাতৃৰ সৈতে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক GMCHত দেখা কৰিবলৈ গৈছিল নন্দিল।

Recent News

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

index

ত্ৰিপুৰাৰ শিক্ষক বিক্ষোভত নিৰাপত্তাৰক্ষীসহ শতাধিক বিক্ষোভকাৰী আহত : ২ শতাধিক বিক্ষোভকাৰী শিক্ষকক গ্ৰেপ্তাৰ

BTR

এনডিএফবিৰ নেতা ধীৰেণ বড়োক ওভতি ধৰিলে বিটিচি প্ৰধান প্ৰমোদ বড়োৱে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd