• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আছুত থকা কলুষিত লোকক গতিয়াই উলিয়াব লাগিব : হিমন্ত বিশ্ব শৰ্মা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 10, 2019 9:31 am

2 min read

Dy-LRTNX4AIiB39

'বিজয় লক্ষ্য ২০১৯'ৰ বিজেপিৰ যুৱ মৰ্চাৰ প্ৰস্তুতি বৈঠকত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু দলৰ আন নেতা। ফটো : টুইটাৰ

799
VIEWS
Share on FacebookShare on Twitter

অসমৰ জাতীয় সংগঠন আছু, সাহিত্য সভা আৰু অগপৰ সমালোচনাত মুখৰ হৈ পৰিছে বিজেপি নেতৃত্বাধীন অসমৰ চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আছুক লক্ষ্য কৰি প্ৰথমবাৰৰ বাবে আক্ৰমণাত্মক হৈ পৰে মন্ত্ৰী গৰাকী।

জি এম চি এইচৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত বিজেপিৰ যুৱ মৰ্চাৰ ‘বিজয় লক্ষ্য ২০১৯ত বক্তৱ্য ৰাখি শনিবাৰে মন্ত্ৰী শৰ্মাই আছুক উদ্দ্যেশি কিছু বিস্ফোৰক মন্তব্য কৰে।

তেওঁ কয়, ‘’আছুৰ আভ্যন্তৰীণ পৰিৱেশ সলনি হৈছে। আছুৱে পূৰ্বৰ গৰিমা হেৰুৱাইছে। আছুত থকা কলুষিত লোকক গতিয়াই উলিয়াই দিব লাগিব। আছুক পৰিষ্কাৰ কৰাৰ দায়িত্ব বিজেপিৰ।‘’

আছুৰ গুৱাহাটীকে ধৰি বিভিন্ন জিলাৰ সভাপতি-সম্পাদকসকলৰ প্ৰতি লক্ষ্য কৰি মন্ত্ৰী শৰ্মাই আছু আৰু অগপই সন্দেহযুক্ত নাগৰিকৰ কাষত থিয় দিয়াৰ অভিযোগ তোলে। তদুপৰি, মন্ত্ৰীগৰাকীয়ে সাম্প্ৰদায়িক সংঘৰ্ষ ঘটোৱা লোকৰে আছুৰ নেতা সমুজ্জ্বল ভট্টাচাৰ্যৰ সম্পৰ্ক আছে বুলিও বিস্ফোৰক মন্তব্য কৰে।

অসম সাহিত্য সভাকো সমালোচনা কৰি হিমন্ত বিশ্ব শৰ্মাই সভাত ন-অসমীয়া সোমোৱা বুলি কটাক্ষ কৰে। তেওঁ কয় যে আছু আৰু অসম সাহিত্য সভা এতিয়া বংগীয় মূলৰ লোকৰ হাতলৈ গৈছে। মন্ত্ৰী শৰ্মাই আগন্তুক তিনিমাহৰ বাবে যুঁজ দিবলৈ বিজেপি সাজু থকাৰ কথাও প্ৰসংগক্ৰমে উল্লেখ কৰে।

উল্লেখযোগ্য যে ‘বিজয় লক্ষ্য ২০১৯’ত অংশগ্ৰহণৰ বাবে অহা ১৭ ফেব্ৰুৱাৰিত অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ। মন্ত্ৰী শৰ্মাই উক্ত অনুষ্ঠানৰ প্ৰস্তুতিৰ অংশ হিচাপে বিজেপি যুৱ মৰ্চাৰ কৰ্মীসকলৰ এখন বৈঠকত অংশ লয়।

Recent News

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd