• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সোণোৱাল মন্ত্ৰীসভাৰ সাল-সলনি; পুনৰ হিমন্তৰ হাতলৈ ৰাজ্যৰ শিক্ষা বিভাগ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 18, 2020 7:41 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ আজি সাল-সলনি হয়। কিছু সংখ্যকৰ হাতৰ পৰা বিভাগীয় মন্ত্ৰীত্বৰ দায়িত্ব যোৱাৰ বিপৰীতে আন কিছুসংখ্যকৰ বৃদ্ধি পাইছে দায়িত্ব।

ৰাজ্যৰ এক বিয়াগোম বিভাগ ‘শিক্ষা বিভাগ’ৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হ’ল মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যক। বিপৰীতে ৰিহন দৈমাৰীৰ হাতত থকা সমবায় বিভাগৰ দায়িত্ব দিয়া হৈছে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যক।

Apply Now

অৱশ্যে ভট্টাচাৰ্য্যৰ হাতত বৰ্তমানো গুৱাহাটী উন্নয়নৰ দপ্তৰ বাহাল আছে।

মন্ত্ৰী ভট্টাচাৰ্য্যৰ সলনি পুনৰবাৰ ৰাজ্যৰ শিক্ষা বিভাগৰ দায়িত্ব দিয়া হৈছে দক্ষ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক।

ভৱেশ কলিতাক দিয়া হৈছে ৰাজ্যিক শিক্ষা মন্ত্ৰীৰ দায়িত্ব। তেওঁৰ হাতৰ পৰা ৰাজহ বিভাগৰ দায়িত্ব কৰ্তন হৈছে।

ইপিনে, নতুনকৈ মন্ত্ৰিত্ব লাভ কৰা যোগেন মহনক দিয়া হৈছে ৰাজহ বিভাগৰ দায়িত্ব। ইয়াৰ লগতে শক্তি আৰু গড়কপ্তানি বিভাগৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্বও লাভ কৰিছে মহনে।

তদুপৰি, শ্ৰম আৰু চাহ জনগোষ্ঠীয় উন্নয়ন বিভাগৰ মন্ত্ৰিত্ব দিয়া হৈছে নতুনকৈ মন্ত্ৰিত্ব লাভ কৰা সঞ্জয় কিষাণক।

ইপিনে ৰাজ্যিক মন্ত্ৰী পিযুষ হাজৰিকাৰ দায়িত্ব বৃদ্ধি কৰি ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীৰ লগতে নগৰ আৰু প্ৰয় প্ৰণালী দপ্তৰৰ দায়িত্বও দিয়া হৈছে।

তাৎপয্যপূৰ্ণভাৱে, সোণোৱাল মন্ত্ৰীসভাৰ ৰদবদল হ’ল যদিও বহুকেইগৰাকী জ্যেষ্ঠ বিজেপি নেতৃত্ব এই তালিকাৰ পৰা বাদ পৰিল। বঞ্চিত হৈ ৰ’ল বিজেপিৰ জ্যেষ্ঠ নেতা তথা ডিব্ৰুগড় সমষ্টিৰ পৰা তিনিবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা প্ৰশান্ত ফুকন।

তাৰোপৰি বিধায়ক পদ্ম হাজৰিকা, অতুল বৰা, ৰমাকান্ত দেউৰী, তেৰছ গোৱালা, দিলীপ পাল, মানছিং ৰংপী, শিলাদিত্য দেৱকে ধৰি বহু কেইগৰাকী মন্ত্ৰিত্বৰ বাবে প্ৰত্যাশী আছিল যদিও বাদ পৰি ৰ’ল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd