• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গ্ৰেপ্তাৰ কৰা হৈছে মণিপুৰ বীভৎস কাণ্ডৰ সপ্তম অভিযুক্ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 25, 2023 4:13 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ৪ মে’ তাৰিখে মণিপুৰত সংঘটিত হোৱা বীভৎস্য যৌন নিৰ্যাতন আৰু হত্যাকাণ্ডৰ লগত জড়িত সপ্তমজন অভিযুক্তক মণিপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। 

উল্লেখ্য যে  মে’ত সংঘটিত হোৱা এই হত্যাকাণ্ড আৰু যৌন নিৰ্যাতনৰ ঘটনাৰ গোচৰ ১৮ মে’ৰ দিনা ৰুজু কৰা হৈছিল যদিও আৰক্ষীয়ে এজনো অভিযুক্তক গ্ৰেপ্তাৰ কৰা নাছিল। আনকি এই অভিযুক্ত সকলক গ্ৰেপ্তাৰৰ বাবে মণিপুৰ চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল।  যোৱা ১৯ জুলাই তাৰিখে যেতিয়া সামাজিক মাধ্যমত এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰে তেতিয়াহে আৰক্ষীয়ে এই জঘন্য ঘটনা সংঘটিত কৰা অপৰাধীসকলক গ্ৰেপ্তাৰ কৰাৰ বাবে অভিযান আৰম্ভ কৰে। 

Apply Now

এই ভাইৰেল ভিডিঅ’ৰ সৈতে জড়িত এজন অভিযুক্তক সোমবাৰে গ্ৰেপ্তাৰ কৰিছিল আৰক্ষী আৰু সেনাই। তাৰপিছত আৰু ছয় জনক গ্ৰেপ্তাৰ কৰা হয়। শেহতীয়া খবৰ অনুসৰি মঙলবাৰে মণিপুৰৰ থৌবাল জিলাৰ পৰা গ্ৰেপ্তাৰ কৰা হয় সপ্তমজন অভিযুক্তক।

আৰক্ষীয়ে জনোৱা মতে, গ্ৰেপ্তাৰ কৰা এই সাত অভিযুক্তৰ ভিতৰত এজন নাবালকো আছে। 

এক টুইটযোগে মণিপুৰ আৰক্ষীয়ে কয়, “ভাইৰেল ভিডিঅ’ গোচৰত এজন কিশোৰকে ধৰি সাত অভিযুক্ত ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে। …… ৰাজ্যৰ আৰক্ষীয়ে বহু সন্দেহযুক্ত স্থানত অভিযান চলাই বাকী থকা অপৰাধীকেইজনকো গ্ৰেপ্তাৰ কৰিবলৈ সৰ্বাত্মক প্ৰচেষ্টা চলাইছে।”

উল্লেখ্য যে ঘটনাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছদিনা তিনিজনক গ্ৰেপ্তাৰ কৰি আৰু এজনক ২১ জুলাইত গ্ৰেপ্তাৰ কৰি চাৰিওজনকে চাৰিদিনীয়া আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয়।

মণিপুৰ আৰক্ষীয়ে জনোৱা মতে, যোৱা ৪ মে’ত বি ফাইনম গাঁৱৰ কাংপকপি জিলাত এই ভিডিঅ’টো শ্বুট কৰা হৈছিল য’ত সমগ্ৰ গাঁওখন জ্বলাই দিয়াৰ পিছত দুয়োগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছিল।

7(seven) accused persons including 1(one) Juvenile Arrested/Apprehended in the Viral Video Case:

As regard to the viral video of 02 (two) women on 4th May, 2023, another accused was arrested today. Altogether, 07 (seven) accused persons including 01 (one)

1/2

— Manipur Police (@manipur_police) July 24, 2023

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd