• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

চুবুৰীয়াৰ দমকলৰ পৰা পানী আনিবলৈ যোৱাৰ সময়তে কিশোৰীক দলবদ্ধ ধৰ্ষণ: দুই অভিযুক্তক গ্ৰেপ্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 13, 2022 10:05 am
minor girl gangraped
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত ক্ৰমবৰ্ধমান ধৰ্ষণৰ ঘটনাই উদ্বেগৰ সৃষ্টি কৰাৰ সময়তে সংঘটিত হোৱা আন এক ধৰ্ষণকাণ্ডই জোকাৰি গৈছে পশ্চিম বংগ। নিশা চুবুৰীয়াৰ ঘৰৰ দমকলৰ পৰা পানী আনিবলৈ যোৱাৰ সময়তে অষ্টম শ্ৰেণীত অধ্যয়নৰত এগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰিছে দুই দুৰ্বৃত্তই।

এই লজ্জাজনক ঘটনা সংঘটিত হৈছে ৰাজ্যখনৰ পুৰবা বৰ্ধমান জিলাৰ কাটৱা অঞ্চলত। প্ৰকাশিত খবৰ অনুসৰি, যোৱা দেওবাৰে কাটৱাৰ শ্ৰীখণ্ড গাঁৱত দুৰ্বৃত্তৰ কামনাৰ বলি হৈছে এগৰাকী ১৪ বৰ্ষীয় জনজাতীয় কিশোৰী।

Apply Now

দেওবাৰে নিশা প্ৰায় ৮ বজাত কিশোৰীগৰাকীয়ে চুবুৰীয়াৰ দমকলৰ পৰা পানী আনিবলৈ গৈছিল। সেই সময়তে দুই দুৰ্বৃত্তই কিশোৰীগৰাকীক পিছফালৰ পৰা মুখত সোপা মাৰি ধৰে আৰু এক নিৰ্জন স্থানলৈ টানি নি ধৰ্ষণ কৰে। ধৰ্ষণৰ পাছত দুই দুৰ্বৃত্তই এই ঘটনাৰ বিষয়ে কাকো নকবলৈ কিশোৰীগৰাকীক ভাবুকি দিয়ে।

ইফালে ধৰ্ষণৰ পাছদিনাৰ পৰাই অসুস্থ অনুভৱ কৰা কিশোৰীগৰাকী মঙলবাৰে গুৰুতৰভাৱে অসুস্থ হৈ পৰাৰ পিছত নিজৰ মাকক এই সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত কৰে। ঘটনাৰ বিষয়ে জানিব পৰাৰ লগে লগে তেওঁ কাটৱা আৰক্ষী থানাত অভিযোগ দাখিল কৰে।

এই অভিযোগ পোৱাৰ পিছতে বুধবাৰে আবেলি আৰক্ষীয়ে অভিযুক্ত দুই দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰে। ধৃত দুই অভিযুক্তৰ এগৰাকী বিবাহিত যুৱক আৰু আন এগৰাকী কিশোৰ বুলি আৰক্ষীয়ে জানিবলৈ দিছে। দুই অভিযুক্ত ধৰ্ষিতা কিশোৰীগৰাকীৰ একেটা চুবুৰীৰে বাসিন্দা।

ইফালে জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুব দাসে জানিবলৈ দিয়া মতে অভিযুক্তৰ বিৰুদ্ধে ইতিমধ্যে পকচো (POCSO) আইনৰ অধীনত ধৰ্ষণৰ গোচৰ ৰুজু কৰা হৈছে। বুধবাৰে কিশোৰীগৰাকীৰ গোপন বিবৃতি আদালতত লোৱা হৈছে বুলি মন্তব্য কৰি বিষয়াগৰাকীয়ে ঘটনাৰ পুংখানুপুংখ তদন্ত চলাই থকা হৈছে বুলি জানিবলৈ দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd