• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ছয় মাহত ৪০০ ৰো অধিক ব্যক্তিৰ ধৰ্ষণৰ বলি এগৰাকী কিশোৰী, সাৰি নগ’ল আৰক্ষীৰ পৰাও

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 22, 2021 3:16 pm
Rapped by 400 people
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নৃশংস- নাৰকীয় অত্যাচাৰৰ ভুক্তভোগী এগৰাকী ১৬ বছৰ বয়সৰ কিশোৰী। মাত্ৰ ছয় মাহৰ ভিতৰতে ৪০০ জনৰ অধিক লোকৰ কামনাৰ বলি হৈছে এই কিশোৰী গৰাকী। আনকি ভুক্তভোগীৰ ত্ৰাণকৰ্তা আৰক্ষীৰো যৌন কামনাৰ ভুক্তভোগী হৈছে এই নাবালিকা গৰাকী। পলমকৈ পোহৰলৈ অহা মহাৰাষ্ট্ৰৰ এই নাৰকীয় ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে।

কিশোৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি কেইবছৰমান আগতে তাইৰ মাকৰ মৃত্যু হৈছিল। তাৰ পিছত কিশোৰী গৰাকী তেওঁৰ দেউতাকৰ সৈতে বাস কৰিছিল। যোৱা আঠ মাহ আগতে দেউতাকে কিশোৰীগৰাকীক বিয়া দিয়ে।

কিন্তু স্বামী আৰু শহুৰৰ দ্বাৰা নিৰ্যাতনৰ বলি হৈ স্বগৃহলৈ ঘূৰি আহে কিশোৰী গৰাকী।

Apply Now

কিশোৰী গৰাকীৰ ভাষ্য অনুসৰি দেউতাকে কেইদিনমানৰ বাবে তেওঁৰ ভৰণ-পোষণ কৰি আছিল। কিন্তু তেওঁৰ বাবে প্ৰতিদিনে তেওঁৰ জীয়েকৰ খৰচ বহন কৰাটো সম্ভৱ নাছিল। গতিকে কিশোৰী জীৱিকাৰ সন্ধানত আম্বজোগাইলৈ যায়।

আম্বেজোগাইত কামৰ প্ৰতিশ্ৰুতি দি দুজন ব্যক্তিয়ে কিশোৰীগৰাকীক ধৰ্ষণ কৰে। কিন্তু ইয়াৰ পিছতো কোনো বিকল্প জীৱিকাৰ পথ নাপাই তেওঁ ভিক্ষা কৰিবলৈ বাধ্য হৈছিল। তেওঁ অম্বেজোগাই বাছ ষ্টেণ্ডত ভিক্ষা কৰিছিল। অভিযোগ অনুসৰি সেই সময়ত তেওঁ প্ৰায়েই যৌন উৎপীড়ন বলি হয়।

এই ৬ মাহত কমেও ৪০০ জন লোকে যুৱতীগৰাকীক ধৰ্ষণ কৰিছিল বুলি অভিযোগ কৰিছে কিশোৰী গৰাকীয়ে। আম্বেজোগাই আৰক্ষী থানাত তেওঁ অভিযোগ দাখিল কৰিছিল যদিও আৰক্ষীৰ পৰা কোনো সহায় লাভ নকৰে বুলি উল্লেখ কৰে কিশোৰী গৰাকীয়ে। বৰঞ্চ এজন আৰক্ষী বিষয়াই ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে কিশোৰী গৰাকীয়ে ।

অৱশেষত এজন আৰক্ষী বিষয়াই বিপদৰ মুহূৰ্তত তেওঁৰ কাষত থিয় দিয়ে আৰু কিশোৰী গৰাকীৰ বিবৃতি অনুসৰি তেওঁ এখন এজাহাৰ দাখিল কৰে। ঘটনাটোৰ সন্দৰ্ভত এতিয়ালৈকে তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

একাধিক ব্যক্তিৰ পৰা যৌন উৎপীড়নৰ সন্মুখীন হোৱা নাবালকগৰাকী বৰ্তমান ২ মাহৰ গৰ্ভৱতী। তেওঁ গোটেই ঘটনাটোৰ দ্বাৰা আৱেগিকভাৱে ভাগি পৰিছে। অভিযুক্তৰ উচিত শাস্তি দাবী কৰিছে কিশোৰী গৰাকীয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

প্ৰভাৱশালীসকলৰ ভুৱা গোচৰত সাধাৰণ মানুহৰ ন্যায়ত বিলম্ব! জৰিমনা বিহি এশিকনি উচ্চতম ন্যায়ালয়ৰ

প্ৰভাৱশালীসকলৰ ভুৱা গোচৰত সাধাৰণ মানুহৰ ন্যায়ত বিলম্ব! জৰিমনা বিহি এশিকনি উচ্চতম ন্যায়ালয়ৰ

August 24, 2026 2:46 pm
পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

August 24, 2026 12:31 pm
ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

August 24, 2026 11:31 am
১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

August 24, 2026 10:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰভাৱশালীসকলৰ ভুৱা গোচৰত সাধাৰণ মানুহৰ ন্যায়ত বিলম্ব! জৰিমনা বিহি এশিকনি উচ্চতম ন্যায়ালয়ৰ

প্ৰভাৱশালীসকলৰ ভুৱা গোচৰত সাধাৰণ মানুহৰ ন্যায়ত বিলম্ব! জৰিমনা বিহি এশিকনি উচ্চতম ন্যায়ালয়ৰ

August 24, 2026 2:46 pm
পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

August 24, 2026 12:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd