• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিষিদ্ধ কৰাৰ হুংকাৰ! বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষুব্ধ দলৰ সংখ্যালঘু মৰ্চা

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
March 24, 2021 12:19 pm
index

বিজেপিৰ যুৱ নেতাৰ বিৰুদ্ধে ফকিৰাগ্ৰামত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সংবাদমেল। ফটো: নৰ্থইষ্ট নাও।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বিটিআৰৰ ফকিৰাগ্ৰাম সমষ্টিত নিৰ্বাচিত হোৱা বিজেপিৰ যুৱ নেতা অৰূপ কুমাৰ দে’ৰ বিৰুদ্ধে এইবাৰ ক্ষোভৰ বহিৰ্প্ৰকাশ ঘটালে বিজেপিৰ সংখ্যালঘু মৰ্চাই ৷

লক্ষ্যণীয় যে, বিটিআৰৰ কোকৰাঝাৰ জিলাৰ অন্তৰ্গত সাত নং ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ পৰা সদ্য বিটিচিৰ নিৰ্বাচনত বিজয়ীহৈ অৰূপ কুমাৰ দে’ই শাসনৰ গাদী দখলৰ তিনি মাহ নৌহওঁতেই সমষ্টিৰ ধৰ্মীয় সংখ্যালঘু ৰাইজক তুচ্ছ তাচ্ছিল্য কৰাই নহয় ক্ষমতাৰ ৰাগীত ফকিৰাগ্ৰাম সমষ্টিৰে বিজেপিৰ সংখ্যালঘু মৰ্চাৰ মণ্ডল সমিতিৰ বিষয়ববীয়া নেতা-কৰ্মী সকলোকো ভদ্ৰতাৰে মাত এষাৰ নিদিয়াৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷

Apply Now

যাৰ ফলত আজি ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ অন্তৰ্গত শিঙিমাৰীত বিজেপি সংখ্যালঘু মৰ্চাৰ মণ্ডল সমিতিৰ সভাপতি আৰু সাধাৰন সম্পাদক ক্ৰমে ছাহিদুল শ্বেখ আৰু আয়ুৱ আলীয়ে সংবাদমেলযোগে বিজেপিৰ জনপ্ৰতিনিধি অৰূপ কুমাৰ দেৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে।

তেওঁলোকে শেহতীয়াকৈ সমষ্টিৰ ধৰ্মীয় সংখ্যালঘু ৰাইজক জনপ্ৰতিনিধি গৰাকীয়ে নিজৰ স্বাৰ্থ পূৰণৰ পিছত বৈষম্যতাৰে সম্প্ৰদায়ৰ ওপৰত অশ্ৰাৱ্য মন্তব্য কৰাত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

সংবাদমেলত মৰ্চাৰ নেতাদ্বয়ে পৰিষদৰ নিৰ্বাচনত সংখ্যালঘু ৰাইজে দেহে কেহে খাটি বিজেপি প্ৰাৰ্থী অৰূপ কুমাৰ দে ওৰফে চম্পক জয়ী কৰাই দিছিল যদিও শাসনৰ গাদী দখলৰ পিছত সমষ্টিবাসীক পাত্তা নিদিয়া বুলি অভিযোগ কৰে ৷

এয়াই নহয় জনপ্ৰতিনিধি এজনক সমষ্টিবাসী ৰাইজে সাক্ষাৎ কৰিব গ’লে জাতিক ধৰি অশ্ৰাৱ্য গালি গালাজৰে তাচ্ছিল্য কৰাত ৰাইজে ওলোটাকৈ বিজেপি সংখ্যালঘু মৰ্চাকহে দোষাৰোপ কৰা বুলি কয় ৷

তেনে ক্ষেত্ৰত ফকিৰাগ্ৰাম সমষ্টিৰ বিজেপিৰ সংখ্যালঘু মৰ্চাই বিজেপি দলক দোষাৰোপ নকৰি দলৰে অন্যতম বিটিচিৰ পৰিষদীয় নেতা অৰূপ কুমাৰ দে’ৰ বিৰুদ্ধে খড়্গহস্ত হৈ অহা ২৬ মাৰ্চ সময়সীমা বান্ধি দি সংখ্যালঘু ৰাইজক দুৰ্ব্যৱহাৰ কৰাৰ জবাৱদিহি কৰি হুংকাৰ দিয়ে ৷

অন্যথা মৰ্চা মণ্ডল সমিতিৰ অধীনস্থ ৫২ বুথ সমিতি আৰু তিনি হেজাৰ সদস্যই আগন্তক বিধানসভা নিৰ্বাচনত ইউপিপিএল দলৰ প্ৰাৰ্থীৰ হকে নিৰ্বাচনী প্ৰচাৰ চলাৱলৈ যো-জা চলোৱা বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ অৰূপ কুমাৰ দে’ৰ সভা বৰ্জন আৰু সংখ্যালঘু অধ্যুষিত অঞ্চলত প্ৰৱেশ নিষিদ্ধ কৰাৰ বাৱে প্ৰস্তুত হব বুলি সকীয়াই দিয়ে ৷

আজিৰ সংবাদমেলত ফকিৰাগ্ৰাম সমষ্টিৰ বিজেপি সংখ্যালঘু মৰ্চাৰ মণ্ডল সমিতিৰ কোষাধ্যক্ষ মুন্নাফ মণ্ডল আৰু মহিলা মৰ্চাৰ সভানেত্ৰী ৰেহেনা বেগমো উপস্থিত থাকে।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd