DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

চামগুৰিত এম্বুলেঞ্চৰ ওপৰত দুৰ্বৃত্তৰ শিলাবৰ্ষণ; কথমপি ৰক্ষা ৰোগীসহ তিনিজন লোকৰ

ভাৰ্গব হাজৰিকা by ভাৰ্গব হাজৰিকা
April 6, 2020 12:15 pm
চামগুৰিত এম্বুলেঞ্চৰ ওপৰত দুৰ্বৃত্তৰ শিলাবৰ্ষণ; কথমপি ৰক্ষা ৰোগীসহ তিনিজন লোকৰ
9.6k
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ চামগুৰিৰ ৰঙাগড়াত দেওবাৰে নিশা এক বৰ্বৰ কাণ্ড সংঘটিত হয়। অঞ্চলটোত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এখন জৰুৰী সেৱাত নিয়োজিত এম্বুলেঞ্চলৈ বুলি লক্ষ্য কৰি দুৰ্বৃত্তৰ এটা দলে শিলগুটি নিক্ষেপ কৰে।

ৰাজপথ চোৱাৰে আহি থকাৰ অৱস্থাত আন্ধাৰৰ সুযোগ লৈ তিনিজন অচিনাক্ত যুৱকে শিলগুটি নিক্ষেপ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিলে এম্বুলেঞ্চখনত থকা চিকিৎসাকৰ্মী গৰাকীয়ে।

এম্বুলেঞ্চখনত এজন ৰোগীৰ লগতে তিনিজনকৈ লোক আছিল। অতৰ্কিতে হোৱা শিলাবৰ্ষণৰ ফলত অৱশ্যে এজনো লো হতাহত হোৱা নাই যদিও তেজপুৰৰ পৰা নগাঁও অভিমূখে আহি থকা এম্বুলেঞ্চখনৰ যথেষ্ট ক্ষতি সাধন হয়।

পিছত এম্বুলেঞ্চৰ চালক গৰাকীয়ে চামগুৰি আৰক্ষী থানাত উপস্থিত হৈ ঘটনাটো অৱগত কৰাত আৰক্ষীৰ লোক ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় আৰু সোধা-পোছাৰ বাবে নিশায়ে দুজন যুৱকক আটক কৰে।

Recent News

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া হ’ব পাৰে ঘোষণা, কিদৰে চাব ?

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd