DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শোণিতপুৰ জিলা বিজেপিৰ কার্যালয়ত আক্ৰমণ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 25, 2019 4:15 pm
BJP-744x430
707
VIEWS
Share on FacebookShare on Twitter

অচিনাক্ত দুর্বত্তই আজি শোণিতপুৰ জিলা বিজেপিৰ কার্যালযত আক্ৰমণ সংঘটিত কৰে। আক্ৰমণকাৰীয়ে কাৰ্যালয়টোত থকা পোষ্টাৰ আৰু বেনাৰতো অগ্নিসংযোগ কৰে। আজি ২৫ জানুৱাৰি শুকুৰবাৰে প্ৰাতঃভ্ৰমণকাৰীসকলে এই কথাটো প্ৰত্যক্ষ কৰে আৰু বিজেপি সদস্যসকলক অৱগত কৰে। তাৰ পাছত বিজেপিৰ সদস্যসকল ঘটনাস্থলীত গৈ উপস্থিত হয়।

তাৰ পাছত শোণিতপুৰ জিলা বিজেপিয়ে এই ঘটনাটোৰ সন্দৰ্ভত আৰক্ষী থানাত অভিযোগ দিয়ে। উক্ত ঘটনাৰ পাছত কোনো অনাকাংখ্যিত পৰিস্থিতি বাধা দিয়াৰ বাবে আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী নিয়োগ কৰা হয়।

অৱশ্যে এই আক্ৰমণত বিজেপি কাৰ্যালয়ৰ কোনো আন্তৰ্গাঁথনিমূলক ক্ষতি হোৱা নাই। উল্লেখ্য যে, অলপতে শোণিতপুৰ জিলা বিজেপিৰ কাৰ্যালয়টো হাজাৰাপাৰৰ পৰা মাজগাঁৱলৈ উঠাই নিয়া হৈছে।

উল্লেখ্য যে নাগৰিকত্ব (সংশোধনী) বিধেয়কখনক কেন্দ্ৰ কৰি শেহতীয়াভাৱেডিব্ৰুগড়, গোলাঘাট আৰু পলাশবাৰীৰ বিজেপি কাৰ্যালয়ত আক্ৰমণৰ ঘটনা সংঘটিত হৈ আহিছে। ইয়াৰ পূৰ্বে কিছু সংখ্যক লোকে মেঘালয়ৰ বিজেপি কাৰ্যালয়ত পেট্ৰল বোমা নিক্ষেপ কৰিছিল।

Recent News

বিশিষ্ট সংগীত শিল্পী খগেন গগৈলৈ কণ্ঠ শিৰোমণি আৰু বিপুল চেতিয়া ফুকনলৈ কণ্ঠ সুধামৃত বঁটা ঘোষণা

বিশিষ্ট সংগীত শিল্পী খগেন গগৈলৈ কণ্ঠ শিৰোমণি আৰু বিপুল চেতিয়া ফুকনলৈ কণ্ঠ সুধামৃত বঁটা ঘোষণা

Independence Day

ভাৰতৰ স্বাধীনতাৰ হীৰক জয়ন্তীৰ দুটা ভাষণ

AASU Chitta Basumatary

প্ৰাক্তন আছু নেতাৰ কবিতাই জোকাৰিছে ফেচবুক: কি আছে এই কবিতাত!

কাজিৰঙাত বন বিভাগৰ অভিযানত গঁড়ৰ খৰ্গৰ তিনি চোৰাং ব্যৱসায়ীক আটক

কাজিৰঙাত বন বিভাগৰ অভিযানত গঁড়ৰ খৰ্গৰ তিনি চোৰাং ব্যৱসায়ীক আটক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd