• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

চৰম নাৰীবিদ্বেষী মানসিকতা! মিছ ৱৰ্ল্ড-২০২৫ৰ প্ৰতিযোগীক আয়োজকে যৌনকৰ্মীৰ দৰে ব্যৱহাৰ কৰাৰ অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 25, 2025 9:23 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter


হায়দৰাবাদত অনুষ্ঠিত হৈ থকা মিছ ৱৰ্ল্ড ২০২৫ প্ৰতিযোগিতাত আয়োজকৰ বিৰুদ্ধে চৰম নাৰীবিদ্বেষী তথা পুৰুষতান্ত্ৰিক আচৰণৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে, সমগ্ৰ বিষয়টো ব্যাপক চৰ্চা লাভ কৰিছে।

এই সৌন্দৰ্য প্ৰতিযোগিতাৰ মাজতে মিছ ইংলেণ্ড মিলা মেগীয়ে হঠাৎ প্ৰতিযোগিতাখনৰ পৰা নাম প্ৰত্যাহাৰ কৰা পিছতে এই বিতৰ্কৰ সূত্ৰপাত হয়। মিলাই আয়োজকসকলৰ বিৰুদ্ধে শোষণ আৰু নাৰীবিদ্বেষী ব্যৱহাৰৰ অভিযোগ তোলাৰ পাছতে বিশ্বজুৰি সৰৱ চৰ্চা চলিছে।

Apply Now

এই পৰিস্থিতিত মিলাৰ সমৰ্থনত আগবাঢ়ি আহিছে তেলেংগানাৰ প্ৰাক্তন মন্ত্ৰী কে টি ৰামা ৰাও (কেটিআৰ)। তেওঁ সামাজিক মাধ্যমত মিছ ইংলেণ্ড মিলাৰ সমৰ্থনত লিখিছে যে “মিছ ৱৰ্ল্ডৰ দৰে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত নাৰীবিদ্বেষী মনোভাৱৰ বিৰুদ্ধে প্ৰতিবাদ জনাবলৈ যথেষ্ট সাহসৰ প্ৰয়োজন। মিলা মেগী, এগৰাকী সাহসী মহিলা। তেলেংগানাত এনে অভিজ্ঞতা পোৱাটো দুঃখজনক বুলি মত প্ৰকাশ কৰিছে। লগতে কয় এইটো আমাৰ সংস্কৃতি নহয়। নাৰীক সন্মান কৰাটোহে তেলেংগানাৰ মূল মূল্যবোধ।”

তেওঁ এই ঘটনাৰ পুংখানুপুংখ তদন্তৰ দাবী জনাই কয়, এগৰাকী পিতৃ হিচাপে মই কামনা কৰোঁ, কোনো মহিলা বা ছোৱালীয়ে এনে অভিজ্ঞতা কেতিয়াও নাপাওক।”

প্ৰকাশিত তথ্য অনুসৰি মিলা মেগীয়ে অভিযোগ কৰে যে তেওঁলোকক যেন যৌনকৰ্মীৰ দৰে ব্যৱহাৰ কৰা হৈছিল। তেওঁৰ ভাষাত, বন্দৰে নৃত্য কৰা ধৰণেৰে পৰিবেশন কৰিবলৈ বাধ্য কৰা হৈছিল।” মেকআপ, কাপোৰ সলনি আৰু ধনী মানুহৰ সন্মুখত মনোৰঞ্জনৰ বাবে হাঁহি মাৰি ফেশ্বন শ্ব’ কৰাটো দৰকাৰ হ’ল — এনে ধৰণৰ অভিযোগে মিছ ৱৰ্ল্ডৰ দৰে সৌন্দৰ্য প্ৰতিযোগিতাৰ ভয়ানক দিখ পোহৰলৈ আহিছে। আয়োজকৰ এনে আচৰণে সচেতন মহলৰ চকু কপালত তুলিছে।

মিলাই ক্ষোভ প্ৰকাশ কৰি কয় যে তেওঁ ইয়াত মনোৰঞ্জন দিবলৈ অহা নাই। নিজৰ সন্মানৰ বাবে প্ৰতিযোগিতাৰ পৰা নাম প্ৰত্যাহাৰ কৰিছে। উল্লেখযোগ্য যে ৭৪ বছৰীয়া মিছ ৱৰ্ল্ডৰ ইতিহাসত এইবাৰ প্ৰথমবাৰৰ বাবে এগৰাকী প্ৰতিযোগীয়ে এনে সাহসিকতাৰে প্ৰতিযোগিতাৰ পৰা স্বেচ্ছায় নাম প্ৰত্যাহাৰ কৰাৰ নজিৰ দাঙি ধৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নৈ নহয়, এয়া এতিয়া আৱৰ্জনাময় নলা! বেদখল আৰু পলসৰ গ্ৰাসত গুৱাহাটীৰ ভৰলু-বাহিনী

নৈ নহয়, এয়া এতিয়া আৱৰ্জনাময় নলা! বেদখল আৰু পলসৰ গ্ৰাসত গুৱাহাটীৰ ভৰলু-বাহিনী

September 12, 2026 5:50 pm
নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ ব্যতিক্ৰমী প্ৰয়াস: ক্লিপছ প্ৰডাকচনৰ বেনাৰত মুকলি হ’ল ‘প্ৰজেক্ট শ্ৰীমন্ত শংকৰদেৱ’

নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ ব্যতিক্ৰমী প্ৰয়াস: ক্লিপছ প্ৰডাকচনৰ বেনাৰত মুকলি হ’ল ‘প্ৰজেক্ট শ্ৰীমন্ত শংকৰদেৱ’

September 12, 2026 4:21 pm
ৰাজধানীত বস্তি ঢাকি ব্ৰিকছ সন্মিলনৰ প্ৰস্তুতি! চৰকাৰৰ সৌন্দৰ্যবৰ্ধনক লৈ সৰ্বত্ৰে চৰ্চা

ৰাজধানীত বস্তি ঢাকি ব্ৰিকছ সন্মিলনৰ প্ৰস্তুতি! চৰকাৰৰ সৌন্দৰ্যবৰ্ধনক লৈ সৰ্বত্ৰে চৰ্চা

September 12, 2026 3:17 pm
সুৰাৰ দোকান ১৩ দিন বন্ধ থাকিলে হাস্পাতলত ভিৰ বাঢ়ি যাব নিচাসক্তৰ; কিয় ক’লে বোম্বে উচ্চ ন্যায়ালয়ে

সুৰাৰ দোকান ১৩ দিন বন্ধ থাকিলে হাস্পাতলত ভিৰ বাঢ়ি যাব নিচাসক্তৰ; কিয় ক’লে বোম্বে উচ্চ ন্যায়ালয়ে

September 12, 2026 2:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নৈ নহয়, এয়া এতিয়া আৱৰ্জনাময় নলা! বেদখল আৰু পলসৰ গ্ৰাসত গুৱাহাটীৰ ভৰলু-বাহিনী

নৈ নহয়, এয়া এতিয়া আৱৰ্জনাময় নলা! বেদখল আৰু পলসৰ গ্ৰাসত গুৱাহাটীৰ ভৰলু-বাহিনী

September 12, 2026 5:50 pm
নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ ব্যতিক্ৰমী প্ৰয়াস: ক্লিপছ প্ৰডাকচনৰ বেনাৰত মুকলি হ’ল ‘প্ৰজেক্ট শ্ৰীমন্ত শংকৰদেৱ’

নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ ব্যতিক্ৰমী প্ৰয়াস: ক্লিপছ প্ৰডাকচনৰ বেনাৰত মুকলি হ’ল ‘প্ৰজেক্ট শ্ৰীমন্ত শংকৰদেৱ’

September 12, 2026 4:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd