• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যৰ ২২ লাখ নিবনুৱাৰ দুৰ্দশাক লৈ বিধানসভাত আলোচনা বিচাৰিলে বিধায়ক পদ্ম হাজৰিকাই

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 27, 2019 11:54 am

1 min read

5087_b

বিধায়ক পদ্ম হাজৰিকা। ফাইল ফটো

2.1k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যখনত কৰ্ম সংস্থাপনৰ অভাৱত নিবনুৱা যুৱকসকল বহি:ৰাজ্যলৈ যোৱাৰ প্ৰৱণতা ৰোধ কৰাৰ স্বাৰ্থত বিধানসভাত নিবনুৱা যুৱক-যুৱতীসকলৰ কৰ্মসংস্থাপন সম্পৰ্কত এটা দিনৰ বিশেষ আলোচনাৰ প্ৰস্তাৱ শুকুৰবাৰে সদনত উত্থাপন কৰে বিজেপি দলৰ বিধায়ক পদ্ম হাজৰিকাই।

ৰাজ্যখনৰ ২২ লাখ নিবনুৱাৰ দুৰ্দশাৰ প্ৰসংগ উত্থাপন কৰি বিধায়ক হাজৰিকাই কয় যে এই নিবনুৱাসকলৰ মাজৰ বহুতেই বহি:ৰাজ্যলৈ কৰ্মসংস্থাপন বিচাৰি গৈ দুৰ্ভাগ্যজনকভাৱে অকাল মৃত্যুক সাৱটি ল’বলগীয়া হৈছে।

আনহাতে, একাংশই হতাশাত ভূগি উগ্ৰপন্থী গোটলৈ যোৱাৰ মন মেলিছে বুলি হাজৰিকাই উল্লেখ কৰে।

তেওঁ কয় যে চৰকাৰে ৰাস্তা-ঘাটকে ধৰি বিভিন্ন উন্নয়নমূলক কাম কৰিছে যদিও নিবনুৱাসকলৰ কৰ্মসংস্থাপনৰ বিষয়টো অবিহনে সেয়া অৰ্থহীন। বিধায়ক হাজৰিকাই বেংকসমূহে নিবনুৱাসকলক ঋণ বা সাহায্য প্ৰদানত সহযোগ নকৰাৰো অভিযোগ তোলে।

নিবনুৱাসকলৰ কৰ্মসংস্থাপনৰ লগতে চৰকাৰী আঁচনিসমূহৰ তদাৰকীৰ দায়িত্ব নিষ্ঠাৱান বিষয়াৰ হাতত অৰ্পণ কৰাৰ পৰামৰ্শ আগবঢ়োৱাৰ লগতে বিধায়ক হাজৰিকাই এই সন্দৰ্ভত জিলা ভিত্তিত সমন্বয়ৰক্ষী গোট গঠনৰ বাবে পৰামৰ্শ দিয়ে।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd