• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মিজোৰামৰ স্থানীয় নিৰ্বাচনত এম এন এফৰ সংখ্যাগৰিষ্ঠতা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 31, 2020 3:03 pm

1 min read

মিজোৰামৰ স্থানীয় নিৰ্বাচনত এম এন এফৰ সংখ্যাগৰিষ্ঠতা
210
VIEWS
Share on FacebookShare on Twitter

মিজোৰামৰ স্থানীয় নিৰ্বাচনত মিজো নেশ্যনেল ফ্ৰণ্ট (এম এন এফ) সংখ্যাগৰিষ্ঠতা অৰ্জনেৰে ৩২৪ খন গাঁও পঞ্চায়ত আৰু ২৬২ ৱাৰ্ডত বিজয় সাব্যস্ত কৰে।

বিগত ২৭ আগষ্টত ৰাজ্যখনৰ ৫৫০ খন গাঁও পঞ্চায়ত আৰু ৫৯ টা স্থানীয় পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল।

নিৰ্বাচনৰ সময়ত স্বাস্থ্য বিভাগে বান্ধি দিয়া সকলো ধৰণৰ নীতি-নিৰ্দেশনা মানি চলা হৈছিল।

ইয়াৰ পূৰ্বে এম এন এফে বাৰখন গাঁও পঞ্চায়তত বিনা প্ৰতিদ্বিন্দ্বিতাই বিজয় সাব্যস্ত কৰিছিল।

মিজোৰাম ৰাজ্যিক নিৰ্বাচন আয়োগে উল্লেখ কৰা অনুসৰি, এম এন এফে ৫৮.৯১ শতাংশ গাঁও পঞ্চায়ত আৰু ৮৪.৭৫ শতাংশ স্থানীয় পৰিষদত বিজয় সাব্যস্ত কৰিছে।

আনহাতে, মুখ্য বিৰোধী দল কংগ্ৰেছে ১৭.৪৫ শতাংশ ভোট লাভেৰে মাত্ৰ ৯৬ খন গাঁও পঞ্চায়তহে দখল কৰিবলৈ সক্ষম হয়।

তদুপৰি, বিগত বৰ্ষত গঠন হোৱা জোৰাম পিপ’লছ মুভমেণ্টে (জেদ পি এম) প্ৰথমবাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হৈ ৬.৯১ শতাংশ ভোট লাভেৰে ৩৮ খন গাঁও পঞ্চায়ত দখল কৰিবলৈ সক্ষম হয়।

মিজোৰামৰ ৪০ জনীয়া সদস্য থকা বিধানসভাত বিধায়ক থকা ভাৰতীয় জনতা পাৰ্টিয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল যদিও কোনো এগৰাকী সদস্যই জয়লাভ কৰিবলৈ সক্ষম নহ’ল।

Recent News

a som

বাক্সাত ভূমিহীনৰ মুখত বিৰিঙিল হাঁহি: ৮২২ গৰাকী ভূমিহীনক পট্টা প্ৰদান

a tez

আছু কৰ্মীক CRPF ৰ প্ৰহাৰ: ছাত্ৰ সন্থাই ঘোষণা কৰা ১২ ঘণ্টীয়া শোণিতপুৰ জিলা বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

a amit

প্ৰতিবাদলৈ ভয়! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠানত সীমিত কৰা হ’ল সাংবাদিকৰ প্ৰৱেশ

a som

এইমছৰ নিৰাপত্তা কৰ্মীক আক্ৰমণ, দিল্লীৰ আদালতে দোষী সাৱস্ত্য কৰিলে আপৰ বিধায়ক সোমনাথ ভাৰতীক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd