• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অবৈধ বাংলাদেশী আৰু পাকিস্তানী অনুপ্ৰৱেশকাৰীৰ সন্ধান দিয়া সকললৈ ৫০০০ টকা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 28, 2020 6:33 pm

1 min read

Border Petroling

সীমান্তত বি এছ এফৰ পহৰা

1.6k
VIEWS
Share on FacebookShare on Twitter

ৰাজ থাকৰে নেতৃত্বাধীন মহাৰাষ্ট্ৰ নৱ নিৰ্মাণ সেনাই (এম এন এছ) ঔৰাংগাবাদত আৰি দিয়া এখন বিশেষ পোষ্টাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

এম এন এছৰ পোষ্টাৰখনত এনেদৰে লিখা আছে. ‘‘যিসকলে পাকিস্তান আৰু বাংলাদেশৰ পৰা অহা অবৈধ অনুপ্ৰবেশকাৰীৰ সন্ধান দিব পাৰিব তেওঁলোকে ৫০০০ টকা লাভ কৰিব।’’

এই পোষ্টাৰখনত এম এন এছৰ মুৰব্বী ৰাজ থাকৰেৰ ফটো সংলগ্ন হৈ আছে।

ইয়াৰ পূৰ্বেও এম এন এছে পাকিস্তান আৰু বাংলাদেশৰ পৰা অহা অবৈধ অনুপ্ৰবেশকাৰী সকলে দেশ এৰি নগলে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি পোষ্টাৰিং কৰিছিল।

উল্লেখযোগ্য যে, মহাৰাষ্ট্ৰত বৰ্তমান চৰকাৰ গঠন কৰি থকা শিৱসেনাৰ এসময়ৰ এগৰাকী গুৰুত্বপূৰ্ণ নেতা আছিল ৰাজ থাকৰে।

শিৱ সেনাৰ প্ৰতিষ্ঠাপক বাল থাকৰেৰ সকলো কাম-কাজ, সভা-সমিতি ৰাজ থাকৰেই পৰিচালনা কৰিছিল।

মহাৰাষ্ট্ৰৰ বৰ্তমানৰ মুখ্য মন্ত্ৰী উদ্ধৱ থাকৰে শিৱসেনাত যোগদান কৰাৰ পাছতে ৰাজ থাকৰে শিৱসেনাৰ পৰা ওলাই আহি মহাৰাষ্ট্ৰ নৱ নিৰ্মাণ সেনা নামৰ এটা নতুন ৰাজনৈতিক দল গঠন কৰিছিল।

Recent News

Paresh-Baruah-1-750x375

প্ৰধান মন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণৰ পূৰ্বে ডিগবৈৰ সেনা শিবিৰত আলফা(স্বা)ৰ বোমা বিস্ফোৰণ

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ শুকানজূলী ফায়াৰিং ৰেঞ্জত পৰিত্যক্ত অৱস্থাত ড্ৰোন উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য

বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ শুকানজূলী ফায়াৰিং ৰেঞ্জত পৰিত্যক্ত অৱস্থাত ড্ৰোন উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য

জখলাবন্ধাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী

জখলাবন্ধাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd