• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হঠাতে হুৱা-দুৱা লাগিল চাপৰাকাটাৰ ৰে’ল ষ্টেছনৰ সমীপত, কিন্তু কিয়?

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
December 15, 2021 3:39 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হঠাতে হুৱা-দুৱা লাগিল চাপৰাকাটাৰ ৰে’ল ষ্টেছনৰ সমীপত । মানুহৰ লৰা-ঢপৰাৰ মাজতে উপস্থিত হ’ল অগ্নিনিৰ্বাপক বাহিনীৰ দল।

দৰাচলতে বঙাইগাঁও জিলাৰ চাপৰাকাটা ৰেল ষ্টেশ্যনৰ সমীপত ভাৰতীয় তেল নিগমৰ বঙাইগাঁও তেল শোধনাগাৰৰ উদ্যোগত এক আখৰা অনুষ্ঠিত কৰা হয়।

Apply Now

তেলৰ পাইপত ফুটা হৈ তেল নিগৰিলে হ’ব পৰা বিপদৰ সম্পৰ্কত কেনেদৰে ৰাইজক সজাগ কৰিব পাৰি সেই সন্দৰ্ভত আখৰা কৰা হয়।

জ্যেষ্ঠ প্ৰবন্ধক যাদৱ চন্দ্ৰ ডেকাৰ সামগ্ৰিক পৰিচালনাত এই আখৰা অনুষ্ঠিত কৰা হয়।বঙাইগাঁও জিলাৰ উপায়ুক্ত ডা:এম এছ লক্ষ্মী প্ৰিয়া কৃত্ৰিম আখৰাৰ মুখ্য পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে।

 

ঘটনাৰ ক্ৰম অনুসৰি চাপৰাকাটা ৰে’ল ষ্টেশ্যনৰ সমীপত থকা তেলৰ পাইপলাইনত ফুটা হৈ তেল নিগৰিবলৈ ধৰে আৰু জুইৰ সংস্পৰ্শলৈ আহে।

এই কথা জানিব পাৰি বঙাইগাঁও তেল শোধনাগাৰৰ বিষয়াই অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে।
অগ্নি নিৰ্বাপক বাহিনীৰ লোকে জুই নিৰ্বাপন কৰিবলৈ সমৰ্থ হয়। উক্ত অগ্নি কাণ্ডত এজন লোক আহত হয় আৰু স্বাস্থ্য বিভাগক খবৰ দিয়া হয়।

স্বাস্থ্য বিভাগৰ পৰা এম্বুলেন্স আহি আহত লোকজনক হাস্পতাললৈ লৈ যায়।ইয়াৰ পিছতেই তেলৰ পাইপৰ ফুটা বন্ধ কৰা হয়।

জিলা উপায়ুক্ত ডা:এম এছ লক্ষ্মী প্ৰিয়াই কৃত্ৰিম আখৰাটি পৰ্যবেক্ষণ কৰে।তেওঁ কয় যে এই আখৰাটি চাই আমি সজাগ হ’ব লাগে যে তেলৰ পাইপত ফুটা হোৱাটো গম পালে অতি শীঘ্ৰে সংশ্লিষ্ট কৰ্তৃপক্ষক জনাব লাগে।

তেতিয়াহে আমি ইয়াৰ সম্ভাৱ্য বিপদৰ পৰা হাত সাৰিব পাৰো। কৃত্ৰিম আখৰাৰ পিছতে উক্ত স্থানত এখন সজাগতা সভা অনুষ্ঠিত হয় ৷

সজাগতা সভাত বঙাইগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰুণাভ ৰামচিয়াৰী আৰু বঙাইগাঁও তেল শোধনাগাৰৰ উপ-মহাপ্ৰবন্ধক পল্লৱ নাথে বক্তব্য ৰাখে।

ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ক্ষেত্ৰ বিষয়াসকল আৰু স্বাস্থ্য বিভাগৰ কৰ্মকৰ্তাসকলৰ লগতে স্থানীয় ৰাইজ এই সজাগতা সভাত উপস্থিত থাকে।

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd