• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দীপাৱলীৰ প্ৰাকক্ষণত কৰ্মচাৰীলৈ সুখবৰ মোদী চৰকাৰৰ! ৩% DA বৃদ্ধিৰ সিদ্ধান্ত

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 16, 2024 5:56 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে দীপাৱলী উপহাৰ৷ বুধবাৰে কেবিনেট বৈঠকত মোডী চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ডি এ ৩ শতাংশ বৃদ্ধিৰ প্ৰস্তাৱত অনুমোদন জনায়। যাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ডি এৰ হাৰ ৫৩ শতাংশলৈ বৃদ্ধি পায়। চৰকাৰৰ এই সিদ্ধান্তৰ দ্বাৰা এক কোটিৰো অধিক কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰ লাভৱান হ’বলৈ গৈ আছে।

কেন্দ্ৰীয় চৰকাৰৰ নিয়ম অনুসৰি প্ৰতি বছৰে দুবাৰকৈ Dearness Allowance বৃদ্ধি কৰা হয়। এটা ১ জানুৱাৰীত আৰু দ্বিতীয়টো ১ জুলাইত কাৰ্যকৰী কৰা হৈছিল। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে শেষবাৰৰ বাবে ডি এ ৪ শতাংশ বৃদ্ধি কৰা হৈছিল যোৱা জানুৱাৰী মাহত। ফলত ডি এ ৫০ শতাংশ বৃদ্ধি পালে। ইয়াৰ পিছতে ডি এ ৩ শতাংশ বৃদ্ধিৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে ৫৩ শতাংশ ভাট্টা লাভ কৰিব। যদিও যোৱা জুলাই মাহত এই ডি এ বৃদ্ধি কৰাৰ কথা আছিল যদিও কেইমাহমান পলমকৈ চৰকাৰে ডি এ ঘোষণা কৰিছিল। অৱশ্যে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলেও বিগত কেইমাহমানৰ ‘এৰিয়া’ বা বকেয়া লাভ কৰিব।

ডি এৰ এই বৃদ্ধিৰ বাবে চৰকাৰী কৰ্মচাৰীৰ মৌলিক দৰমহা যদি ১৮ হাজাৰ টকা হয়। তেনে ক্ষেত্ৰত ৫৩ শতাংশ হাৰত ডিয়াৰনেছ ভাট্টা বৃদ্ধিৰ বাবে চৰকাৰী কৰ্মচাৰীয়ে প্ৰতিমাহে ৫৪০ টকা অধিক লাভ কৰিব। বছৰি হ’ব ৬৪৮০ টকা। যদিহে মৌলিক দৰমহা ১৮ হাজাৰ টকা হয়, তেনেহ’লে প্ৰতিমাহে ৬০০ টকাই বছৰি ৭২০০ টকা পাব। একেদৰে যদি দৰমহা ২৫ হাজাৰ টকা হয়, তেন্তে প্ৰতিমাহে ৭৫০ টকা আৰু বছৰি ৯০০০ টকা বৃদ্ধি পাব।

Apply Now

মন কৰিবলগীয়া যে কেন্দ্ৰই ডি এ বৃদ্ধি কৰাৰ বাবে পশ্চিম বংগ ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ মাজত ভাট্টাত পাৰ্থক্য বৃদ্ধি পাইছে। যোৱা এপ্ৰিল মাহত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে ডি এ বৃদ্ধি কৰা হৈছিল। সেই সময়ত ৪ শতাংশ হাৰত ডি এ বৃদ্ধি কৰা হৈছিল। পশ্চিম বংগ চৰকাৰী কৰ্মচাৰীয়ে বৰ্তমান ষষ্ঠ দৰমহা আয়োগৰ অধীনত ১৪ শতাংশ হাৰত ডি এ লাভ কৰে। তাত সপ্তম দৰমহা আয়োগৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ডি এৰ পৰিমাণ ৫৩ শতাংশ। অৰ্থাৎ ৰাজ্য চৰকাৰৰ কৰ্মীসকলে দাবী কৰা মতে এই ব্যৱধান ৩৯ শতাংশ পালেগৈ।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd