• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দেশৰ প্ৰথমখন চালক বিহীন ৰে’ল মুকলি কৰিলে প্ৰধানমন্ত্ৰী মোডীয়ে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 28, 2020 3:30 pm

1 min read

a Modi-inugurates
7.6k
VIEWS
Share on FacebookShare on Twitter

বিশ্বৰ চালক বিহীন ৰে’ল চলোৱা দেশসমূহৰ ইলাইট গ্ৰুপত অনতৰ্ভূক্ত হ’ল ভাৰত।

আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ প্ৰথম খন চালক বিহীন ৰে’ল দেশৰ নামত উচৰ্গা কৰে।

আজি নতুন দিল্লীৰ মেজেণ্টা অঞ্চলত মোডীয়ে দিল্লী মেট্ৰ’ৰ প্ৰথম খন চালক বিহীন ৰে’ল আনুষ্ঠানিক ভাবে মুকলি কৰে।

চালক বিহীন ৰে’ল মুকলি কৰি মোদীয়ে কয় যে দেশে এতিয়া প্ৰযুক্তিৰ শীৰ্ষ বিন্দু চুমিবলৈ সক্ষম হৈছে।

তেওঁ কয় যে কিছু বছৰ আগলৈকে প্ৰযুক্তিৰ উন্নয়নত বিশেষ কোনো গুৰুত্ব আৰোপ কৰা হোৱা নাছিল।

কিন্তু এতিয়াৰ চৰকাৰে প্ৰযুক্তিৰ ব্যৱহাৰ কৰি দেশবাসীৰ জীৱন অধিক আৰামদায়ক কৰি তোলাৰ বিষয়ত গুৰুত্ব দিছে।

তেওঁ লগতে কয় যে দিল্লীৰ দৰে দেশৰ বিভিন্ন প্ৰান্তত মেট্ৰ’ৰে’ল চলোৱাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে।

চালক বিহীন ৰে’লৰ লগতে দিল্লী মেট্ৰ’ত শেহতীয়াকৈ এনচিএমপি কাৰ্ড প্ৰচলন কৰা হৈছে।

এই কাৰ্ডেৰে ৰে’ল-বাছৰ ভাড়াও দিব পাৰি আৰু এটিএম কাৰ্ডৰ দৰে ইয়াৰে টকাও তুলিব পাৰি।

দেশত মেট্ৰ’ ৰে’ল সেৱা প্ৰৱৰ্তন কৰাৰ বিষয়ত প্পয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে যোগাই যোৱা অৱদানকো মোদীয়ে শ্ৰদ্ধাৰে সোঁৱৰে।

Recent News

Arnab-Goswami-1-750x375

যিমানেই নামিছে সিমানেই তিতিছে অৰ্ণৱ: কিয় ৪০ লাখ টকা দিছিল পাৰ্থ দাসসগুপ্তক?

lockdown-1594475731-750x375-1

২৭ জানুৱাৰি, আৰু তাৰপাছত কেতিয়া চকাবন্ধৰ কথা ঘোষণা কৰিলে মটৰ শ্ৰমিক সন্থাই?

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd