• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পুনৰ প্ৰধানমন্ত্ৰীৰ ৰূপত গৰিষ্ঠসংখ্যক দেশবাসীয়ে বিচাৰে মোদীক, সমীক্ষাত ম্লান পৰিল ৰাহুলৰ জনপ্ৰিয়তা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 17, 2021 2:32 pm

2 min read

a modi
253
VIEWS
Share on FacebookShare on Twitter

আগন্তুক লোকসভা নিৰ্বাচনত পুনৰ দেশৰ প্ৰধানমন্ত্ৰীৰ ৰূপত গৰিষ্ঠসংখ্যক ভাৰতীয়ই মোদীকেই পচন্দ কৰে।

শেহতীয়াকৈ প্ৰকাশিত এক সমীক্ষাত সেই কথাই স্পষ্ট হৈ পৰিছে।

দেশৰ বহু সমস্যা সমাধানত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰ খন সফল হ’ব পৰা নাই যদিও গৰিষ্ঠসংখ্যক ভাৰতীয়ই মোদীৰ সলনি আন বিৰোধী দলৰ কোনো নেতাৰ ওপৰতে যেন দেশৰ পৰৱৰ্তী চৰকাৰ খনৰ দায়িত্ব এৰি দিব বিচৰা নাই।

‘আইএএনএছ-চি ভোটাৰ ষ্টেট অৱ দ্য নেছন’ৰ সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি দেশৰ ৫৯.২২ শতাংশ লোকে মোদীক পুনৰ প্ৰধানমন্ত্ৰী হিচাব বিচাৰে।

মোদীৰ নেতৃত্বতে দেশে প্ৰগতিৰ পথত আগুৱাই যাবলৈ সক্ষম হ’ব বুলি এইসকল লোকে বিশ্বাস কৰে।

মোদীয়ে দেশত আত্মনিৰ্ভৰশীলতাৰ পথলৈ আগুৱাই নিয়াত সহায় কৰিব পাৰিব বুলি এইসকল লোকে বিশ্বাস কৰে।

জনপ্ৰিয়তাৰ দিশত কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী আছে দ্বিতীয় স্থানত।

ৰাহুল গান্ধীক দেশৰ ২৫.৬২ শতাংশ লোকে বিচাৰে বুলি সমীক্ষাটোত প্ৰকাশ ।

সমীক্ষাটোত লগতে এই বুলিও কোৱা হৈছে যে কেৰালা আৰু তামিলনাডুত ৰাহুলৰ ভাল জনপ্ৰিয়তা আছে।

দেশৰ আন ৰাজ্যত ৰাহুল গান্ধীৰ জনপ্ৰিয়তাৰ গ্ৰাফডাল তেনেই নিম্নগামী বুলি সমীক্ষাটোৱে প্ৰমাণ কৰিছে।

কেৰালাত ৫৪.২৮ শতাংশ লোকে ৰাহুলক প্ৰধানমন্ত্ৰী হিচাবে পচন্দ কৰে।

আনহাতে তামিলনাডুৰ ৪৮.২৬ শতাংশ লোকে ৰাহুলক প্ৰধান মন্ত্ৰীৰ আসনত বহাটো কামনা কৰে।

হিমাচল প্ৰদেশ আৰু ওড়িশাত মোদীৰ জনপ্ৰিয়তা যথেষ্ঠ বেছি বুলি সমীক্ষাটোত কোৱা হৈছে।দেশৰ ১০ খন ৰাজ্যৰ ৬৫ শতাংশ লোকে মোদীক পুনৰ প্ৰধানমন্ত্ৰীৰ ৰূপত বিচাৰে।

জম্মু-কাশ্মীৰতো মোদীৰ জনপ্ৰিয়তা মুঠেও হ্ৰাস পোৱা নাই।

কাশ্মীৰত ৪৬.৭৪ শতাংশ লোকে মোদীক প্ৰধানমন্ত্ৰী হিচাবে পচন্দ কৰাৰ কথা সমীক্ষাটোত প্ৰকাশ পাইছে।

Recent News

bhaba

দুধনৈত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বিৰুদ্ধেই হুংকাৰ দিলে বিজেপি কৰ্মীয়ে

কমিউনিষ্টসকলক য’তে দেখে, থিতাতে হত্যা কৰক : ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ৰ’ড্ৰিগ’ ডুটাৰ্টে

কমিউনিষ্টসকলক য’তে দেখে, থিতাতে হত্যা কৰক : ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ৰ’ড্ৰিগ’ ডুটাৰ্টে

IMG_20210306_150302

বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগ দিয়েই মহা বিস্ফোৰণ বিতোপন শইকীয়াৰ

a raij

ৰাইজৰ দলৰ ১৭ টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ; কোনে ক’ত পালে প্ৰাৰ্থিত্ব?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd