• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভোগালী বিহু উপলক্ষে নৰেন্দ্ৰ মোদীৰ অসমীয়াত কৰা টুইটযোগে অসমবাসীলৈ শুভেচ্ছা

প্ৰতিবাদত অসমলৈ আহিব নোৱৰা প্ৰধান মন্ত্ৰীয়ে নাপাহৰিলে অসমবাসীক ভোগালীৰ শুভেচ্ছা দিবলৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 15, 2020 10:49 am
prime-minister-narendra-modi-759-750x375

প্রধান মন্ত্রী নৰেন্দ্ৰ মোদী। ফাইল ফটো

2.8k
VIEWS
Share on FacebookShare on Twitter

দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভোগালী বিহুৰ শুভেচ্ছা জনাইছে অসমবাসীক।

ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতে লিখা এটা টুইটযোগে মোদীয়ে আজি পুৱা দহ বজাত এই শুভেচ্ছা যাচে।

মোদীৰ টুইটটোত এটা ইমেইজ হিচাপে দিয়া কথাখিনি এনে ধৰণৰ-

“ভোগালী বিহুৱে কঢ়িয়াই আনে আশা আৰু সমৃদ্ধিৰ বাৰ্তা। মাঘৰ এই মোহনীয় উৎসৱত মই বিশেষকৈ অসমৰ ভাতৃ-ভগ্নীসকললৈ ওলগ জনাইছো। এই উৎসৱে সমাজত আনন্দ সঞ্চাৰ কৰক”

Best wishes on the special occasion of Magh Bihu. pic.twitter.com/4nxCZWZ5IK

— Narendra Modi (@narendramodi) January 15, 2020

ইয়াৰ লগতে আজি পুৱাৰ ভাগত দেশবাসীক মকৰ সংক্ৰান্তিৰো শুভেচ্ছা জনায় প্ৰধান মন্ত্ৰীজনে।

উল্লেখ কৰিব পাৰি যে অসমীয়া মানুহে মোদী চৰকাৰে জাপি দিয়া বিতৰ্কিত নাগৰিকত্ব (সংশোধন) আইনখনৰ বিৰুদ্ধে আন্দোলন অব্যাহত ৰাখিছে।

প্ৰতিবাদ, বিৰোধ, আন্দোলনৰ মাজতে পতা ভোগালীত মেজিৰ জুইত CAA-ৰ প্ৰতিলিপি দাহ কৰিছে অসমীয়া ৰাইজে।

অসমীয়া মানুহৰ তীব্ৰ প্ৰতিবাদ দেখিয়েই গুৱাহাটীত চলি থকা খেল’ ইণ্ডিয়া উদ্বোধন কৰিবলৈ ১০ জানুৱাৰিত আহিব পৰা নাছিল প্ৰধান মন্ত্ৰী মোদী।

তাৰ পূৰ্বেও এই প্ৰতিবাদৰ বাবেই জাপানৰ প্ৰধান মন্ত্ৰী শ্বিনজো আবেৰ সৈতে গুৱাহাটীত অনুষ্ঠিত হ’ব লগীয়া বৈঠক বাতিল কৰিবলৈ বাধ্য হৈছিল মোদীয়ে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd