DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰত পুনৰ ১৭ গৰাকী ক’ভিড১৯ পজিটিভ : অশ্বিনী চেতিয়াৰ পত্নীসহ পৰিয়ালৰ সদস্য আক্ৰান্ত

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
July 18, 2020 2:56 pm
COVID-19-2-660x375

প্ৰতিনিধিত্বমূলক ফটো।

931
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰত দৈনিক বৃদ্ধি পাইছে কোভিড১৯ পজিটিভৰ সংখ্যা।

কোনো ভ্ৰমণ বৃত্তান্ত নথকা ব্যক্তি কোভিড ১৯ পজিটিভ ধৰা পৰাত গণ সংক্ৰমণৰ আশংকা কৰা হৈছে শিৱসাগৰত।

শুকুৰবাৰে মাজনিশা শিৱসাগৰত ১৭ গৰাকী কোভিড১৯ পজিটিভ ব্যক্তি ধৰা পৰে।

ইয়াৰে ১৩ গৰাকী ব্যক্তি সদ্যপ্ৰয়াত আটাছু নেতা অশ্বিনী চেতিয়াৰ পৰিয়ালৰ বুলি জানিব পৰা গৈছে। এই ১৩ গৰাকী ব্যক্তিৰ ভিতৰত চেতিয়াৰ পত্নী পল্লৱী চেতিয়া, চেতিয়াৰ ভগ্নী, ভনী জোঁৱাই, খুলশালি, বৌয়েক, ভতিজাৰ লগতে আন বহু কেইগৰাকী ক’ভিড ১৯ পজিটিট পোৱা গৈছে।

উল্লেখ্য যে যোৱা ৫ জুনত গুৱাহাটীৰ পৰা অহা অশ্বিনী চেতিয়াৰ দুই ভাতৃ ক্ৰমে মুকুল চেতিয়া আৰু প্ৰশান্ত চেতিয়াৰ শৰীৰত কোভিড১৯ ধৰা পৰিছিল।

অশ্বিনী চেতিয়াৰ অন্তেষ্টিক্ৰিয়াত এই দুই ভাতৃয়ে অংশ গ্ৰহণ কৰাৰ লগতে তাত উপস্থিত আছিল সাংসদ তপন কুমাৰ গগৈ, কামাখ্যা প্ৰসাদ তাছা, মন্ত্ৰী যোগেন মহন, বিধায়ক কুশল দুৱৰী, শিৱসাগৰ জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষককে ধৰি বহু ব্যক্তি।

১৩ জুলাই চেতিয়াৰ দুই ভাতৃৰ শৰীৰত কোভিড পজিটিভ পোৱাত আতংকিত হৈ পৰে শিৱসাগৰবাসী।

চেতিয়াৰ অন্তেষ্টিক্ৰিয়াত উপস্থিত সকলোৱে নিজৰ নিজৰ শ্বাৱ পৰীক্ষাৰ বাবে দিয়ে আৰু গৰিষ্ঠ সংখ্যকৰে ফলাফল নিগেটিভ আহে।

আনহাতে চেতিয়াৰ অন্তেষ্টিক্ৰিয়াৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক সকলৰো শ্বাৱ টেষ্টৰ ফলাফল নিগেটিভ আহে।

Recent News

Man Bites Off Cop's Ear

অসহায় আৰক্ষী! বাহনত উঠাই নিয়াৰ মুহূৰ্ততে আৰক্ষী বিষয়াৰ কাণত কামোৰ আটকাধীন ব্যক্তিৰ

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

Ajit Bhuyan challenges Himanta Biswa Sarma

বিজেপি চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ তুলি পুনৰ সৰৱ সাংসদ অজিত ভূঞা: জনালে প্ৰত্যাহ্বান

stampede in Tamil Nadu

তামিলনাডুত ভয়াৱহ ঘটনা: শাৰী বিতৰণ অনুষ্ঠানত পদপিষ্ট হৈ চাৰি মহিলাৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd