• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিশুৱে ১ ঘণ্টাৰ অধিক সময় ফোন ব্যৱহাৰ কৰে? পৰীক্ষাত হ্ৰাস পাব পাৰে ১০ শতাংশ নম্বৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 17, 2025 6:40 am
11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমি ডিজিটেল যুগত বাস কৰিছো। গতিকে আজিৰ ল’ৰা-ছোৱালী জন্মৰ পৰাই মোবাইলৰ লগত পৰিচিত। সেই পৰিচিতিৰ পৰাই ক্ৰমান্বয়ে গেজেটৰ প্ৰতি প্ৰেম গঢ় লৈ উঠিছে। ইয়াৰ পিছত তেওঁলোকৰ লগত একাধিক সমস্যাও থাকে। আনকি শিশুসকলেও অত্যধিক স্ক্ৰীণ টাইমৰ বাবে পঢ়োতে, লিখোতে বা অংক কৰাত সমস্যা হৈছে। ইয়াৰ লগতে পৰীক্ষাত নম্বৰ ১০ শতাংশ পৰ্যন্ত হ্ৰাস পোৱাৰ আশংকা আছে বুলি এক অধ্যয়নত প্ৰকাশ পাইছে।

অধ্যয়নটোৱে কি দেখুৱাইছে?

Apply Now

২০০৮ চনৰ পৰা ২০২৩ চনলৈ কানাডাৰ ৫০০০ শিশুৰ ওপৰত কৰা এক অধ্যয়নত দেখা গৈছে যে কম বয়সতে মোবাইল ফোন ব্যৱহাৰ কৰিলে শিশুৰ পিছৰ জীৱনত সমস্যাৰ সৃষ্টি হ’ব পাৰে। তেওঁলোকৰ জ্ঞানমূলক দক্ষতা হ্ৰাস পাব পাৰে। বিশেষকৈ পঢ়া-শুনাৰ ক্ষমতা কমি যাব পাৰে বুলি আশংকা কৰা হৈছে। জামা নামৰ জাৰ্ণেলত প্ৰকাশ পাইছে এই অধ্যয়ন।

নম্বৰ কমি যাব পাৰে

আপুনি জানি আচৰিত হ’ব যে শিশুৰ ক্ষেত্ৰত প্ৰতি ঘণ্টাত স্ক্ৰীণ টাইম বৃদ্ধিৰ বাবে শিশুৰ শৈক্ষিক প্ৰদৰ্শন প্ৰায় ৯ শতাংশ হ্ৰাস পায়। আনহাতে, অলপ ডাঙৰ ল’ৰা-ছোৱালীৰ বাবে প্ৰতি ঘণ্টা স্ক্ৰীণ টাইম বৃদ্ধিৰ বাবে ১০ শতাংশ অংক কৰাৰ ক্ষমতা হ্ৰাস পাব পাৰে। লিখাৰ ক্ষমতাও অলপ কমি যায়।

গৱেষণা কেনেকৈ কৰা হয়?

এই অধ্যয়নত জড়িত গৱেষকসকলে শিশুসকলৰ তেওঁলোকৰ পিতৃ-মাতৃৰ পৰা  স্ক্ৰীণ টাইমৰ বিষয়ে তথ্য সংগ্ৰহ কৰিছিল। এই ক্ষেত্ৰত শিশুটিয়ে টিভি, গেমিং কনছ’ল, টেবলেট আৰু মোবাইল ফোন চাই কিমান সময় কটায় তাৰ প্ৰতি লক্ষ্য ৰখা হৈছিল। ইয়াৰ পিছত অন্টাৰিঅ’ৰ শিক্ষাৰ মানদণ্ড আৰু জবাবদিহিতা কাৰ্যালয় (EQAO)ত শিশুসকলৰ পৰীক্ষা কৰা হয়। দেখা গ’ল যে শিশুৰ স্ক্ৰীণ টাইম যিমানেই বেছি সিমানেই তেওঁলোকৰ শৈক্ষিক প্ৰদৰ্শন কম।

মনোযোগৰ সময় কমি আহে

মোবাইলত নিয়মীয়াকৈ কটোৱা সময়, তাত ৰিল চোৱাৰ বাবে শিশুৰ মনোযোগৰ ক্ষমতা কমি আহে। ফলত তেওঁলোকে আৰু অধিক পঢ়া-শুনাত মনোনিৱেশ কৰিব নোৱাৰে। আনকি পঢ়া-শুনা কৰি থাকোঁতে বিৰক্তি অনুভৱ কৰে। তেওঁলোকৰ মগজুৰ স্নায়ুবোৰক নতুন ধৰণে উদ্দীপিত কৰা হৈছে। যাৰ বাবে তেওঁলোকৰ মগজুৱে মনোযোগ দিয়াৰ ক্ষমতা হেৰুৱাই পেলাইছে। আনকি গভীৰ চিন্তা কৰিবলৈও অক্ষম।

কি কৰিব?

অভিভাৱকসকল নিজৰ সন্তানৰ প্ৰতি মনোযোগ দিয়ক। নিশ্চিত হওক যে তেওঁলোকে নিজৰ ফোন, টিভি, বা লেপটপ চাই বেছি সময় খৰচ নকৰে। বৰঞ্চ কিতাপ পঢ়িবলৈ দিয়ক। বন্ধু-বান্ধৱীৰ সৈতে বাহিৰত খেলিবলৈ দিয়ক। এই কামটো কৰিলেই ফল পাব নিশ্চিতভাৱে৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd