• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পানীয়ে প্লাৱিত কৰিছে লখিমপুৰ জিলাৰ ২০ খনতকৈ অধিক গাঁও

NE NOW NEWS এন ই নাও নিউজ
লখিমপুৰ , July 9, 2019 5:25 pm

1 min read

Lakhimpur Flood

লখিমপুৰত জলমগ্ন গাঁওৰ দৃশ্য। উৎস-ইণ্টাৰনেট

44.3k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত কেইদিনমানৰ পৰা হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত জমা হোৱা অতিৰিক্ত পানী ৰঙানদী জলবিদ্যুৎ প্ৰকল্পই সোমবাৰৰ পৰা ধাৰাবাহিকভাৱে ৪ নং গেটেৰে এৰি দিয়াৰ ফলত লখিমপুৰ জিলাৰ ২০ খনৰো অধিক গাঁও জলমগ্ন হৈ পৰিছে।

লখিমপুৰ জিলাৰ নাওবৈচা ৰাজহ চক্ৰৰ অন্তৰ্গত ৯ খন গাঁও ক্ৰমে ১নং আৰু ২ নং ডিজুপথাৰ, ডিজুচাপৰি, ১ নং আৰু ২ নং পাঁচনৈ, কুলাবিল ব্লক আদি গাঁৱৰ ভালেসংখ্যক লোক বানপানীৰ কৱলত পৰিছে।

ৰঙানদী জলবিদ্যুৎ প্ৰকল্পই পানী এৰি দিয়াৰ ফলত জিলাখনৰ শিঙৰা আৰু ৰঙানদী ফেনেফোঁতোকাৰে ওফণ্ডি পৰিছে। ৰঙানদীৰ পানীয়ে ৯ খনতকৈও অধিক গাঁও প্লাৱিত কৰাৰ উপৰিও শিঙৰা নদীৰ বাঢ়নী পানীয়ে নাওবৈচাৰ দহখনতকৈও অধিক গাঁও প্লাৱিত কৰিছে।

উল্লেখযোগ্য যে, ৰঙানদী আৰু শিঙৰা নদীয়ে জিলাখনত কৰা বানপানীৰ ফলত অঞ্চলটোৰ খেতিপথাৰ, মীন পালন পুখুৰী পানীত ডুব যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। ঘৰৰ চোতাল আৰু ভিতৰ পৰ্য্যন্ত পানী উঠাৰ বাবে জনসাধাৰণে পৰিস্কাৰ খোৱা পানীৰ অভাৱত ভূগিব লগা হৈছে।

 

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd