• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটীত যুৱ কংগ্ৰেছৰ দুই শতাধিক নেতা-কৰ্মীক আটক

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , February 8, 2020 3:32 pm

1 min read

গুৱাহাটীত যুৱ কংগ্ৰেছৰ দুই শতাধিক নেতা-কৰ্মীক আটক

যুৱ কংগ্ৰেছৰ জেইল ভৰো আন্দোলনৰ দৃশ্য।

3.2k
VIEWS
Share on FacebookShare on Twitter

অসম প্ৰদেশ যুৱ কংগ্ৰেছে আজি গুৱাহাটীত জেইল ভৰো আন্দোলন কৰাৰ সময়ত যুৱ কংগ্ৰেছৰ দুই শতাধিক নেতা-কৰ্মীক আৰক্ষীয়ে আটক কৰে।

নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু বিনাচৰ্তে যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম, জুৱেৰ আনমকে ধৰি যুৱ কংগ্ৰেছৰ অন্যান্য সদস্যসকলক মুক্তি দিয়াৰ দাবীৰে সংগঠনটোৱে জেল ভৰো আন্দোলনৰ কাৰ্য্যসূচী লৈছিল।

আন্দোলনকাৰীসকলে মানবেন্দ্ৰ শৰ্মা কম্প্লেক্সৰ পৰা প্ৰতিবাদী সমদল বাহিৰ কৰিবলৈ লওঁতেই আৰক্ষীয়ে বাধা দিয়ে।

অলপ পিছতে প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতিৰ সৃষ্টি হয় আৰু তাৰ পিছতে দিচপুৰ আৰক্ষীয়ে প্ৰতিবাদকাৰী যুৱ কংগ্ৰেছৰ নেতা-কৰ্মীসকলক টানি-আঁজুৰি চোঁচৰাই লৈ যায়।

আটক কৰাসকলৰ ভিতৰত আছে ভাৰতীয় জাতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰী নিবাস, প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ-সভাপতি, সাধাৰণ সম্পাদককে ধৰি দুই শতাধিক নেতা-কৰ্মী।

ভাৰতীয় জাতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰী নিবাসে কয়, “এইখন চৰকাৰ স্বেচ্ছাচাৰী চৰকাৰ। যিয়েই এই চৰকাৰৰ বিৰুদ্ধে সবলভাৱে মাত মাতিছে তেওঁকে এই গ্ৰেপ্তাৰ কৰি জেইলত ভৰায়। “কা”-ৰ বিৰুদ্ধে সক্ৰিয়ভাৱে আন্দোলন কৰা যুৱকসকলকো গ্ৰেপ্তাৰ কৰিছে।”

Recent News

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

Nipa Ba Final

প্ৰশ্ন সোধাটোৱেই পাপ! : মহিলা সাংবাদিকক শাৰীৰিক-মানসিকভাৱে অপদস্থ বহিৰাগত প্ৰযোজক-পৰিচালকৰ

a face

কোভিডৰ ভেকচিন গ্ৰহণৰ পিছতে মুখৰ এটা ফাল পেৰালাইছিছত আক্ৰান্ত ১৩ জনৰ ,ক’ত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd