• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গ্ৰীষ্ম বন্ধ খুলিল কিন্তু এতিয়াও পানীৰ তলত লখিমপুৰৰ প্ৰায় ৫০ খন বিদ্যালয়

এন ই নাও নিউজ by এন ই নাও নিউজ
August 3, 2019 7:05 am
6-1-750x375

লখিমপুৰত বানপানীৰ কবলত বিদ্যালয় গৃহ

1.7k
VIEWS
Share on FacebookShare on Twitter

চলিত বৰ্ষৰ বানপানীয়ে লখিমপুৰ জিলাৰ মুঠ ১৭৫ বিদ্যালয় ক্ষতিগ্ৰস্ত কৰিছে। ক্ষতিগ্ৰস্ত হোৱা বিদ্যালয়সমূহৰ ভিতৰত ১৬৪ খন প্ৰাথমিক বিদ্যালয় আৰু ১১ খন উচ্চ মাধ্যমিক বিদ্যালয়।

গ্ৰীষ্মবন্ধৰ সময়ত বানপানীয়ে বিদ্যালয়সমূহ ক্ষতিগ্ৰস্ত কৰে যদিও এতিয়াও পঞ্চাশখনতকৈ অধিক বিদ্যালয় বানপানীৰ কবলৰ পৰা মুক্ত হ’ব পৰা নাই বুলি খবৰ লাভ কৰা হৈছে।

১ আগষ্টত গ্ৰীষ্মবন্ধ খোলাৰ পাছত যদিও বিদ্যালয়ত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত হয় কিন্তু বিদ্যালয়ৰ মজিয়া, ডেক্স-বেঞ্চ আদি পানীৰ তলত থাকিবলগীয়া হোৱা বাবে শ্ৰেণী বাতিল কৰিবলগীয়া হয়।

নাওবৈচা শিক্ষাখণ্ডৰ অন্তৰ্গত লোহিত-খাবলো অঞ্চলৰ ২২ খন বিদ্যালয়ৰ শ্ৰেণীসমূহ বৃহস্পতিবাৰে বাতিল কৰা হয়।

আনহাতে, বৰছলা আৰু ৰঙানদী অঞ্চলৰ ২৮ খন বিদ্যালয়ৰ শ্ৰেণীসমূহো বানপানীৰ বাবে বিদ্যালয়ৰ কদৰ্য অৱস্থা হৈ থকা কাৰণে বাতিল কৰা হয়।

ঢকুৱাখানা মহকুমাৰ অন্তৰ্গত বহুকেইখন বিদ্যালয়ত বহু কষ্ট কৰি শিক্ষক আৰু শিক্ষাৰ্থীয়ে বিদ্যালয়ত উপস্থিত হোৱাৰ পাছত বিদ্যালয়বোৰ জলমগ্ন হৈ থকা দেখা পায়।

চাম্পোৰা জয়া মধ্য ইংৰাজী বিদ্যালয়, চাম্পোৰা উচ্চ মাধ্যমিক বিদ্যালয় আৰু কঠালগুৰি প্ৰাথমিক বিদ্যালয় এতিয়াও পানীৰ তলতে আছে।

Recent News

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd