• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগ্ৰীজুলিত বিজেপিৰ যোগদান সমাৰোহ; পাঁচ শতাধিক বিপিএফ নেতা-কৰ্মীৰ বিজেপিত যোগদান

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
November 15, 2020 11:25 am
IMG-20201114-WA0079

ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিটিআৰ নিৰ্বাচনত বিপিএফৰ প্ৰাৰ্থী সকলে আত্মসমৰ্পন কৰক ৷ কিয়নো বিটিআৰত এতিয়া বিপিএফৰ অৱস্থা সোলোক ঢোলক। এই ভাষ্য তামুলপুৰৰ বিধায়ক ইমানুৱেল মোছাহাৰীৰ ৷

তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ২৭ নম্বৰ নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ ৩ নম্বৰ ডোঙাৰগাওঁৰ ৰাম অৱতাৰ প্ৰাথমিক বিদ্যালয় খেলপথাৰত শনিবাৰে আবেলি নাগ্ৰীজুলি মণ্ডল বিজেপিৰ উদ্যোগত অনুস্থিত এখন যোগদান সমাৰোহত অংশ গ্ৰহন কৰি এইদৰে কয় তামুলপুৰৰ বিধায়ক ইমানুৱেল মোছাহাৰীয়ে ৷

Apply Now

বিধায়ক গৰাকীয়ে পুনৰ কয় যে হাগ্ৰামা মহিলাৰী আৰু তেওঁৰ কথাত উঠা বহা কৰা একাংশ নেতাৰ অতপালিৰ বাবে এতিয়া বিপিএফৰ বহু নেতা-কৰ্মী দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰিছে ৷

তেওঁ কয় যে একনায়কত্ববাদেৰে বিগত সোতৰ বছৰে বিটিচিত শাসন  চলোৱা হাগ্ৰামা মহিলাৰী কৰ্মকাণ্ডত অতিষ্ঠ হৈ শেহতীয়াকৈ ৰাজ্যসভাৰ সাংসদ তথা বিপিএফ দলৰ কাৰ্যকৰী সভাপতি বিশ্বজিৎ দৈমাৰীও বিপিএফ দলৰ কাৰ্যকৰী সভাপতি পদৰ পৰা পদত্যাগ কৰিছে ৷

অচিৰেই তেওঁৱো বিপিএফ দলৰ প্ৰাথমিক সদস্য পদৰ পৰাও পদত্যাগ কৰি বিজেপি দলত যোগদান কৰিব বুলি উল্লেখ কৰি মোছাহাৰীয়ে কয় যে হাগ্ৰামা  এতিয়া অকলশৰীয়া ৷

এইবাৰ বিটিআৰ নিৰ্বাচনত বিপিএফ দলৰ যে শোচনীয় পৰাজয় হব সেয়া নিশ্চিত হৈছে বুলিও মোছাহাৰীয়ে মন্তব্য কৰে ৷

তামুলপুৰ সমষ্টিৰ অন্তৰ্গত পাঁচটা পৰিষদীয় সমষ্টিটো এজনো বিপিএফ দলৰ প্ৰাৰ্থী নিৰ্বাচনত জয়ী হব নোৱাৰে বুলি মন্তব্য কৰি তামুলপুৰ মহকুমাৰ পৰিষদীয় সমষ্টি কেইটাৰ বিপিএফৰ দলৰ প্ৰাৰ্থী কেইজনক নিৰ্বাচনত অযথা টকা পইচা খৰচ কৰাতকৈ নিৰ্বাচনী যুঁজৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায় বিধায়ক গৰাকীয়ে ৷

সভাত ২৭ নম্বৰ নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ধৰ্মনাৰায়ন দাসে নিজৰ বক্তব্যত কয় যে হাগ্ৰামা নেতৃত্বাধীন বিপিএফৰ ১৭ বছৰীয়া অপশাসনৰ পৰা পৰিত্ৰাণ বিচাৰি এতিয়া বিটিআৰবাসী বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে পৰিবৰ্তন বিচাৰি বিজেপি দলৰ প্ৰতি সমৰ্থন আগবঢ়াই দলত যোগদান কৰিছে ৷ বিজেপি দলৰ প্ৰতি  বিটিআৰবাসীৰ  অভূতপুৰ্ব সহাৰিয়েই বিটিআৰত বিজেপিৰ শাসন নিশ্চিত  কৰিছে৷

তেওঁ লগতে কয় যে শেহতীয়াকৈ  বিপিএফ দল ত্যাগ কৰি তামুলপুৰৰ বিধায়ক  ইমানুৱেল মোছাহাৰী আৰু ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে বিজেপিত যোগদান কৰিবলৈ অহাৰ পাছত বিটিআৰত বিজেপিৰ শক্তি দুগুণ বৃদ্ধি হব ৷

নাগ্ৰীজুলি মণ্ডল বিজেপিৰ সম্পাদক অৰবিন্দ দাসে আঁত ধৰা আৰু সভাপতি ৰাম বাচতোলাৰ সভাপতিত্বত অনুষ্ঠিত যোগদান সমাৰেহত প্ৰাক্তন ভিচিডিচিৰ অধ্যক্ষ দেবেন মেধী আৰু বিশিষ্ট সমাজ কৰ্মী অমৰ প্ৰধানৰ নেতৃত্বত প্ৰায় পাঁচশ গৰাকী বিপিএফ দলৰ নেতা কৰ্মীয়ে বিজেপি দলত আনুষ্ঠানিক ভাৱে যোগদান কৰে ৷

শনিবাৰৰ যোগদান সমাৰোহত  বাক্সা  জিলা বিব্জেপিৰ সভাপতি ৰাম দাহাল, সম্পাদক ৰাজেশ বড়ো, বাক্সা  জিলা বিজেপিৰ প্ৰাক্তন সভাপতি কৃষ্ণ স্বৰ্গীয়াৰী, বাক্সা  জিলা যুৱ মৰ্চাৰ সভাপতি কৰন ছেত্ৰী, উপ সভাপতি ভজন দাসৰ লগতে বহু কেইজন নেতা কৰ্মী উপস্থিত থাকে ৷

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm
নাম ধৰি মাতি কিছু কথা-বতৰা, তাৰ পাছতেই গুলী! কানাডাত ৰাজপথত ঢলি পৰিল ভাৰতীয় মূলৰ যুৱতী

নাম ধৰি মাতি কিছু কথা-বতৰা, তাৰ পাছতেই গুলী! কানাডাত ৰাজপথত ঢলি পৰিল ভাৰতীয় মূলৰ যুৱতী

July 27, 2026 3:21 pm
শান্তিপূৰ্ণ প্ৰতিবাদ সাংবিধানিক অধিকাৰ, কেৱল আন্দোলনৰ অজুহাতত লাঠীচালনা গ্ৰহণযোগ্য নহয়: উচ্চতম ন্যায়ালয়

শান্তিপূৰ্ণ প্ৰতিবাদ সাংবিধানিক অধিকাৰ, কেৱল আন্দোলনৰ অজুহাতত লাঠীচালনা গ্ৰহণযোগ্য নহয়: উচ্চতম ন্যায়ালয়

July 27, 2026 2:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd