• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ষট পূজা আৰু ৰাসৰ সময়ত কোভিড প্ৰ’টকল মানি চলাৰ আহ্বান মৰিগাঁও জিলা প্ৰশাসনৰ

NE NOW NEWS এন ই নাও নিউজ
মৰিগাঁও , November 18, 2020 4:09 pm

1 min read

a hindu-chhath-puja
309
VIEWS
Share on FacebookShare on Twitter

ষট পূজা আৰু ৰাস উপলক্ষ্যে মৰিগাঁও জিলা প্ৰশাসনৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে কেইবাটাও   গুৰুত্বপূৰ্ণ নিৰ্দেশনা।এনে উৎসৱ উদযাপনৰ সময়ত কোভিড প্ৰট’কল  মানি চলাটো বাধ্যতামূলক । ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি সম্প্ৰতি চলি থকা কৰোনা সৃষ্ট পৰিৱেশ পৰিস্থিতিৰ বাবে কোভিড-১৯ সংক্ৰমণ ৰোধ কৰা আৰু জনসাধাৰণক অধিক সজাগ তথা সচেতন কৰাৰ উদ্দেশ্যেৰে আজিও ৰাজ্য খনত কোভিড প্ৰট’কলৰ নিৰ্দেশাৱলী বলবৎ হৈ আছে।

সতৰ্কতামূলক ব্যৱস্থাৰ কথা মনত ৰাখি আগন্তুক ষট পূজা আৰু শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ উদযাপনৰ সময়তো বলবৎ হৈ থকা কোভিড প্ৰট’কল তথা নিৰ্দেশাৱলী চলি থাকিব ।

মৰিগাঁও জিলা প্ৰশাসনেও উক্ত দিশত  চৰকাৰী নিৰ্দেশ মানি কোভিড প্ৰট’কল ভঙ্গ নকৰাকৈ শান্তি সম্প্ৰীতি অটুত ৰখাই উৎসৱ সমূহ অনুষ্ঠিত কৰিবলৈ সংশ্লিষ্ট আটাইলৈ আহ্বান জনাইছে ।

জিলা তথ্য আৰু জনসংযোগ বিষয়া সুনীতি নাৰ্জাৰীয়ে এক প্ৰেছ বিবৃতিৰ জড়িয়তে এই কথা জনাইছে ।

Recent News

lurrriiinnnn

২০১৬-২০২১ লৈকে অত্যাৱশ্যকীয়-নিৰ্মাণ সামগ্ৰীৰ দাম কিমান বৃদ্ধি পালে? হিচাপ দিলে লুৰীণজ্যোতিয়ে

a nirab

নীৰৱ মোদীক ভাৰতলৈ প্ৰত্যৰ্পনত অনুমোদন ব্ৰিটেইনৰ আদালতৰ

Represntative

OMG! অস্ত্রোপচাৰত গৰুৰ পেটৰ পৰা ওলাল ৭১ কিলোগ্ৰাম প্লাষ্টিকৰ লগতে আন ধাতৱ সামগ্ৰী

a face

ছ’চিয়েল মিডিয়াক নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম, ২৪ ঘণ্টাৰ ভিতৰত আঁতৰাব লাগিব অশ্লীল ছবি, আৰু কি আছে?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd