• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্য মন্ত্ৰীৰ নাম সাঙুৰি সাম্প্ৰদায়িক মন্তব্য কৰা বিজেপি কৰ্মীক গ্ৰেপ্তাৰ মৰিগাওঁ আৰক্ষীৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 13, 2019 6:16 pm
Nitu Bora

মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নিতুমণি বৰা।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিৰ আই টি চেলৰ এজন কৰ্মীক আজি দুপৰীয়া ভাগত মৰিগাওঁ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। বিজেপি কৰ্মীজন মৰিগাওঁৰ নিতুমণি বৰা বুলি চিনাক্ত কৰা হৈছে।

উল্লেখযোগ্য যে, বৰাই যোৱা ৯ জুনৰ দিনা মুখ্যমন্ত্ৰীৰ নাম সাঙুৰি মুছলমান সম্প্ৰদায়ক লৈ এক মন্তব্য কৰিছিল।

Apply Now

‘মুখ্যমন্ত্ৰী হিচাপে ব্যৰ্থ হৈছে …..
নিজৰ সুৰক্ষা নিজে কৰক @অসমীয়া জীয়াৰী বোৱাৰী সকল।
এতিয়া গেদাৰ হে আনন্দ সৰ্বানন্দ হৈছে গৈ…
নিজকে ধিক্কাৰ দিছোঁ…’ নিজৰ ফেইচবুক ৱালত এইদৰে লিখিছিল বিজেপিৰ আই টি চেলৰ কৰ্মীগৰাকীয়ে।

তাৰ পাছতে কালি মৰিগাঁৱৰে ৰাজু মহন্ত নামৰ এজন লোকে নিতুমণিৰ বিৰুদ্ধে মৰিগাওঁ থানাত এক গোচৰ ৰুজু কৰে। নৰ্থ ইষ্ট নাওৰ সাংবাদিকক এই কথা জানিবলৈ দিয়ে মৰিগাওঁ জিলা আৰক্ষী অধিক্ষক স্বপ্ননীল ডেকাই।

ৰাজু মহন্তৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে ৫৪৯/১৯ নম্বৰত এক গোচৰ ৰুজু কৰি বৃহস্পতিবাৰে নিতুমণিক গ্ৰেপ্তাৰ কৰে। বৰ্তমানো আৰক্ষীৰ জিম্মাতে আছে নিতুমণি।

ইপিনে, জানিব পৰা মতে বৃহস্পতিবাৰৰ দিনটোতে ননীগোপাল দত্ত নামৰ বিজেপিৰ আন এজন আই টি চেলৰ কৰ্মীকো তিনিচুকীয়াৰ পৰা আটক কৰে তিনিচুকীয়া আৰক্ষীয়ে। বৰ্তমানলৈকে কিয় বিজেপি কৰ্মীগৰাকীক আটক কৰিলে জানিব পৰা হোৱা নাই।

তদুপৰি, মাজুলীৰ হেমন্ত বৰুৱা নামৰ আন এগৰাকী বিজেপি কৰ্মীৰ ঘৰত তালাচী চলায় আৰক্ষীয়ে।

তাৎপয্যপূৰ্ণভাৱে, এক সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি মুখ্য মন্ত্ৰী সোণোৱালৰ বিৰুদ্ধে  ছ’চিয়েল মিডিয়াত বিৰূপ মন্তব্য কৰা ১২৮ গৰাকী বিজেপি কৰ্মীৰ তালিকা অসম আৰক্ষীৰ হাতত পৰিছেহি। শীঘ্ৰে এই তালিকাৰ বিজেপি কৰ্মীৰ বিৰুদ্ধেও অসম আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

July 28, 2026 9:10 pm
প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

July 28, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd