• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্বকাপৰ গ্লেমাৰ হানি হৈছে! ৩০ লাখ ৰাস্তাৰ কুকুৰ হত্যাৰ নিৰ্দয় পৰিকল্পনা মৰক্কোৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 18, 2025 11:29 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০৩০ চনত ফুটবল বিশ্বকাপত ইতিহাস ৰচনা কৰিবলৈ আগবাঢ়িছে। এইবাৰ ছখন দেশ আৰু তিনিখন মহাদেশত অনুষ্ঠিত হ’ব ফিফা বিশ্বকাপ। এইটো অৱশ্যে বিশ্বকাপৰ শতবৰ্ষও। ফলত ২০৩০ চনৰ বিশ্বকাপ আয়োজনৰ বাবে ফিফাই  চেষ্টাৰ কোনো ত্ৰুটি ৰখা নাই। কিন্তু এই বিশ্বকাপ আয়োজনৰ ক্ষেত্ৰত মৰক্কোৱে বিতৰ্কৰ সন্মুখীন হ’বলগীয়া হৈছে।

২০৩০ চনৰ বিশ্বকাপৰ আয়োজন কৰিছে ইউৰোপৰ দুখন দেশ স্পেইন আৰু পৰ্তুগাল, আফ্ৰিকাৰ মৰক্কো আৰু লেটিন আমেৰিকাৰ তিনিখন দেশ ব্ৰাজিল, আৰ্জেণ্টিনা আৰু উৰুগুৱে। আৰম্ভণিটো ব্ৰাজিল, আৰ্জেণ্টিনা আৰু উৰুগুৱেৰ পৰা হ’ব। তাৰ পিছত মৰক্কো, স্পেইন আৰু পৰ্তুগাললৈ যাব।

Apply Now

ছখন ভিন্ন দেশত বিশ্বকাপ আয়োজন কৰাটো এক প্ৰত্যাহ্বান। সেই প্ৰত্যাহ্বান গ্ৰহণ কৰিছে ফিফাই। কিন্তু এই প্ৰত্যাহ্বানৰ সৈতে তেওঁলোকে মৰক্কোৰ বিৰুদ্ধে অভিযোগৰ সন্মুখীন হ’বলগীয়া হৈছে।

বিশ্বকাপৰ সময়ত পৰ্যটকৰ বাবে আকৰ্ষণীয় কৰি তোলাৰ উদ্যোগ লৈছে মৰক্কো চৰকাৰে। কিন্তু পৰ্যটকৰ আগত দেশৰ প্ৰচাৰৰ ক্ষেত্ৰত চৰকাৰৰ বাবে আটাইতকৈ ডাঙৰ বাধা হৈছে অঘৰী কুকুৰ। সেই দেশৰ চৰকাৰে দেশত ৰাস্তাৰ কুকুৰৰ সংখ্যা হ্ৰাস কৰিবলৈ ২০৩০ চনৰ ভিতৰত তিনি মিলিয়ন (৩০ লাখ) অঘৰী কুকুৰ হত্যা কৰাৰ সিদ্ধান্ত লৈছে।

একাধিক প্ৰতিবেদনত প্ৰকাশ পাইছে যে ২০৩০ চনৰ বিশ্বকাপৰ বাবে মৰক্কোৱে ইতিমধ্যে হাজাৰৰো অধিক ৰাস্তাৰ কুকুৰক হত্যা কৰিছে। আৰু বিশ্বকাপৰ সময় ওচৰ চাপি অহাৰ লগে লগে এই সংখ্যা বৃদ্ধি পাব।

আন্তঃৰাষ্ট্ৰীয় পশু অধিকাৰ সংস্থাসমূহে মৰক্কো চৰকাৰৰ এই পদক্ষেপক গৰিহণা দিছে। পশু অধিকাৰ সংগঠনে দাবী কৰিছে যে অঘৰী কুকুৰক বিষ খুওৱা হৈছে। খাদ্যৰ লগত বিষ মিহলাই সিহঁতক খুৱাইছে। অঘৰী কুকুৰক হত্যা কৰাৰ পিছত কচাইখানালৈ লৈ যোৱা বুলিও দাবী কৰা হৈছে। বহু ক্ষেত্ৰত ৰাজপথৰ কুকুৰক পোনপটীয়াকৈ প্ৰহাৰ কৰি হত্যা কৰা হৈছে বুলিও দাবী কৰা হৈছে।

কিন্তু ফিফাই কি কৈছে? যিহেতু ফিফা বিশ্বকাপৰ আয়োজক, সেয়েহে মানৱ অধিকাৰৰ পৰা আৰম্ভ কৰি সমগ্ৰ বিষয়টোলৈকে মূল দায়িত্ব তেওঁলোকৰ ওপৰত। অৱশ্যে এই সন্দৰ্ভত ফিফাই এতিয়াও কোনো মন্তব্য কৰা নাই। বিষয়টো তেওঁলোকে চোৱাচিতা কৰি থকা বুলি জানিব পৰা গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হাজাৰটা নিয়ম মানিও ডায়েবেটিছ নিয়ন্ত্ৰণলৈ অহা নাই নেকি? ভাত বা ৰুটি খোৱাৰ আগতে খাওক এইবিধ খাদ্য

July 29, 2026 6:45 am
চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

July 28, 2026 9:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হাজাৰটা নিয়ম মানিও ডায়েবেটিছ নিয়ন্ত্ৰণলৈ অহা নাই নেকি? ভাত বা ৰুটি খোৱাৰ আগতে খাওক এইবিধ খাদ্য

July 29, 2026 6:45 am
চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd