• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইৰাণৰ চৰকাৰী টিভি চেনেল হেক কৰি মোছাদে সম্প্ৰচাৰ কৰিলে নেতানিয়াহু আৰু ট্ৰাম্পৰ ভাষণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 3, 2026 8:30 pm
57
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মধ্যপ্ৰাচ্যৰ উত্তপ্ত পৰিস্থিতিৰ মাজতে এইবাৰ ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমৰ ওপৰত চলিল এক অভূতপূৰ্ব চাইবাৰ আক্ৰমণ। ইজৰাইলৰ চোৰাংচোৱা সংস্থা মোছাদে ইৰাণৰ ৰাজ্যিক সম্প্ৰচাৰ সংস্থা আই আৰ আই বিৰ মুখ্য কাৰ্যালয়ত আক্ৰমণ চলোৱাৰ লগতে ইয়াৰ টিভি চেনেলসমূহ হেক কৰা বুলি বাতৰি প্ৰকাশ পাইছে। হেক কৰাৰ পিছতে ইৰাণৰ চৰকাৰী টিভিৰ পৰ্দাত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ভাষণ পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হয়। জেৰুজালেম পোষ্টৰ তথ্য অনুসৰি যোৱা দেওবাৰে এই আক্ৰমণ সংঘটিত হৈছিল আৰু সেই সময়ত সমগ্ৰ ইৰাণতে এই দুই বিশ্ব নেতাৰ ভাষণ সম্প্ৰচাৰিত হৈ আছিল।

ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খামেনেই এক ভয়াৱহ আক্ৰমণত নিহত হোৱাৰ খবৰটো আই আৰ আই বিয়ে শনিবাৰে বিয়লি লাভ কৰিছিল। এই গুৰুত্বপূৰ্ণ খবৰটো দেওবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পৰিকল্পনা আছিল যদিও তাৰ পূৰ্বেই ইজৰাইলে সম্প্ৰচাৰ সংস্থাটোৰ মুখ্য কাৰ্যালয়ত আক্ৰমণ চলায়। অভিযোগ উঠিছে যে ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ড কৰ্পে ইজনে সিজনৰ সৈতে যোগাযোগৰ বাবে এই চৰকাৰী চেনেলটোক ব্যৱহাৰ কৰি আহিছিল। ইজৰাইলৰ মতে এই সংবাদ মাধ্যমে দীৰ্ঘদিন ধৰি ইজৰাইলক ধ্বংস কৰিবলৈ পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ উচটনি দি আহিছে আৰু সেইবাবেই ইয়াক লক্ষ্য কৰি লোৱা হয়।

Apply Now

ইফালে ইৰাণৰ ওপৰত হোৱা এই আক্ৰমণৰ পাছতে তেহৰানে তীব্ৰ প্ৰতিশোধমূলক ব্যৱস্থা গ্ৰহণ কৰে। ইৰাণে সমগ্ৰ মধ্যপ্ৰাচ্যত বিয়পি থকা আমেৰিকা আৰু ইজৰাইলৰ সামৰিক ঘাটিসমূহলৈ লক্ষ্য কৰি ধাৰাবাহিক আক্ৰমণ চলায়। ডুবাইৰ পাম জুমেইৰা অঞ্চল আৰু বিশ্বৰ সৰ্বোচ্চ অট্টালিকা বুৰ্জ খলিফাৰ ওচৰতো কেইবাটাও বিস্ফোৰণৰ শব্দ শুনা যায়। নিৰাপত্তাজনিত কাৰণত বুৰ্জ খলিফা খালী কৰি দিয়াৰ লগতে সমগ্ৰ অঞ্চলটোত আতংকময় পৰিৱেশৰ সৃষ্টি হয়।

সংযুক্ত আৰব আমিৰশ্বাহীৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা অনুসৰি ইৰাণে আবুধাবিৰ নৌসেনাৰ ঘাটিত ড্ৰ’ন আক্ৰমণো চলাইছে। ইয়াৰ উপৰিও চৌদি আৰৱৰ ৰিয়াদত থকা আমেৰিকাৰ দূতাবাসতো আক্ৰমণ অব্যাহত থকা বুলি জানিব পৰা গৈছে। আমেৰিকা আৰু ইজৰাইলে ইৰাণৰ সৈতে লিপ্ত হোৱা এই সংঘাতৰ ফলত সমগ্ৰ বিশ্বতে এতিয়া এক যুদ্ধসদৃশ পৰিৱেশে বিৰাজ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

October 15, 2026 8:11 pm
সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

October 15, 2026 7:40 pm
চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

October 15, 2026 6:20 pm
লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

October 15, 2026 8:11 pm
সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

October 15, 2026 7:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd