• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাণিকপুৰত বাইক দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এগৰাকী সাংবাদিক : চিকিৎসালয়ত ভৰ্তি

NE NOW NEWS ইয়াছিন আলী
বঙাইগাঁও , August 6, 2020 8:59 am

1 min read

IMG_20200806_083740
277
VIEWS
Share on FacebookShare on Twitter

বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত নাম্বাৰপাৰাত যোৱা ৫ আগষ্টত কোকিলা প্ৰেছ ক্লাৱৰ উপসভাপতি তথা এটা ব্যক্তিগত চেনেল (আসাম টকছ) ৰ সাংবাদিক ৰফিক আলম বাইক দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয়।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে সাংবাদিকজনক  চাকলা-কোকিলা ৰাজ্যিক চিকিৎসালয়ত ভৰ্ত্তি কৰা হয়।

কিন্তু ৰাজ্যিক চিকিৎসালয়খনত চিকিৎসক নথকাত উন্নত চিকিৎসাৰ বাবে সাংবাদিকজনক অন্য চিকিৎসালয় লৈ লৈ যাবলৈ পৰামৰ্শ দিয়ে চিকিৎসালয়ত থকা আন চিকিৎসা কৰ্মী সকলে।

স্থানীয় যুৱক ইকবাল হুছেইন আৰু ৰাজিবুল ইছলামে ঘৰলৈ ছিঙি যোৱা বিদ্যুত পৰিবাহী তাঁৰ মূল ৰাস্তাৰ তললৈ নমাই বান্ধি আছিল।

সেই সময়ত সাংবাদিক আলমে বাতৰি সংগ্ৰহ কৰি ঘৰলৈ আহি থকা অৱস্থাত বিদ্যুৎ পৰিৱাহী তাঁৰ মূৰত লগাত বাগৰি পৰি দুৰ্ঘটনাত পতিত হয়।

সাংবাদিকজনৰ As 19 F 1393 বাইক খন কিছু পৰিমাণে ক্ষতিগ্ৰস্ত হয় বুলি জানিব পৰা গৈছে।

বিদ্যুত বিভাগৰ কৰ্মচাৰীৰ গাফিলতিৰ বাবে সাংবাদিকজন দুৰ্ঘটনাত পতিত হয়।

Recent News

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

Modi-2

দ্বিতীয় পৰ্যায়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ল’ব ক’ৰ’না ভেকচিন!

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd