• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পত্নী প্ৰেম: মধ্য প্ৰদেশৰ এজন লোকে পত্নীক উপহাৰ দিলে সাইলাখ তাজমহল সদৃশ এটি ঘৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 22, 2021 6:31 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছাহজাহানে তেওঁৰ পত্নী মমতাজৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ যমুনা নৈৰ পাৰত নিৰ্মাণ কৰোৱাইছিল বিশ্ব বিখ্যাত তাজমহল।

ছাহজাহানৰ কৰ্মৰেই উদ্বুদ্ধ হৈ এইবাৰ মধ্যপ্ৰদেশৰ বুৰহানপুৰৰ এজন লোকেও সাইলাখ তাজমহল সদৃশ এটি বিতোপন গৃহ নিৰ্মাণ কৰি উলিয়াইছে।

তাজমহল সদৃশ এই ঘৰটো লোক জনে তেওঁৰ পত্নীক উপহাৰ হিচাবে আগঢ়াইছে।

মধ্য প্ৰদেশৰ বুৰহানপুৰৰ বাসিন্দা আনন্দ ছকছে নামৰ লোক জনে প্ৰায়ে এটা কথা চিন্তা কৰিছিল যে মমতাজৰ মৃত্যু বুৰহানতে হৈছিল যদিও তাত কিয় তাজমহল সজা নহ’ল? বুৰহানৰ সলনি কিয় ছাহজাহানে আগ্ৰাত তাজমহল নিৰ্মাণ কৰোৱালে?

Apply Now

ইতিহাসৰ তথ্য অনুসৰি ১৪ নং সন্তানটি জন্ম দিয়াৰ পিছতে ১৬৩১ চনৰ ১৭ জুনৰ দিনা বুৰহানপুৰতে মমতাজৰ মৃত্যু ঘটিছিল।

বহু ইতিহাসবিদৰ মতে প্ৰথমাৱস্থাত তাপ্তি নদীৰ পাৰতে তাজমহল নিৰ্মাণৰ কথা ভবা হৈছিল যদিও পিছত আগ্ৰাৰ যমুনা নদীৰ পাৰত তাজমহল নিৰ্ণাণৰ সিদ্ধান্ত লোৱা হয়।

যিকি নহওঁক, বুৰহানৰ লোক জনে সেয়ে তেওঁৰ নিজৰ চহৰ খনতে তাজমহল সদৃশ গৃহ এটা নিৰ্মাণৰ সিদ্ধান্ত লয়। সেইমৰ্মে তিনি বছৰ জোৰা নিৰলস প্ৰচেষ্টাৰ অন্তত সাজু হৈ উঠিছে সাইলাখ তাজমহল সদৃশ ঘৰটো।

তাজমহল সদৃশ ঘৰটো নিৰ্ণাণৰ সৈতে জৰিত অভিযন্তাই আটক ধুনীয়া ঘৰটো নিৰ্মাণৰ বাবে দেশৰ বহু অভিজ্ঞ স্থপত্যবিদৰ পৰামৰ্শ গ্ৰহণ কৰাৰ লগতে পশ্চিমবংগ তথা ইন্দোৰৰ কাৰু শিল্পীৰো সহায় লৈছে।

চাৰিটা কোঠাযুক্ত তাজমহল সদৃশ এই ঘৰটোৰ মজিয়াত ব্যৱহাৰ কৰা হৈছে ৰাজস্থানৰ ‘মাক্ৰানা’। ঘৰটোৰ মূল সৌধটো ওখই ২৯ ফুট।

ঘৰটোৰ আচবাব আদি নিৰ্মাণ কৰিছে মুম্বাইৰ শিল্পীয়ে।

তাজমহল সদৃশ ঘৰটোৰ ওপৰ মহলাত দুটা আৰু তলৰ মহলাত দুটাকৈ মুঠ চাৰিটা শোৱনিকোঠা আছে।

লগতে ব্যৱস্থা আছে পুঁথিভঁৰাল তথা ধ্যান কৰা স্থানৰো। নিশা আলোকসজ্জাৰে জলমলাই উঠা এই ঘৰটোক প্ৰথম দৃষ্টিত সঁচা তাজমহল বুলিয়েই ভুল কৰিব।

আনন্দ ছকছেই নিৰ্মাণ কৰা এই আটক ধুনীয়া ঘৰটো বিশ্বৰ সপ্তম আশ্চৰ্যৰ ভিতৰৰে এটা নহ’লেও ই মানুহৰ বাবে যে এক বিষ্ময়ৰ সমল হিচাবে বিবেচিত হ’ব, সেয়া ধুৰূপ।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

June 29, 2026 9:31 pm
‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

June 29, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd