• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মন্ত্ৰী নে সাংসদ? কোন সাংসদে দিল্লীলৈ গৈয়ো এৰিব পৰা নাই দিছপুৰৰ মন্ত্ৰী আৱাসৰ মোহ?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 22, 2021 9:18 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেওঁলোক দিছপুৰৰ পৰা দিল্লীলৈ গ’ল! বিধায়ক-মন্ত্ৰীৰ পৰা সাংসদো হ’ল, তথাপি এৰিব নোখোজে দিছপুৰৰ মোহ।

অৰ্থ্যাৎ মন্ত্ৰী ক’লনীৰ মোহ এৰিব নোখোজে একাংশ সাংসদে।

Apply Now

পল্লৱলোচন দাস, তেজপুৰ সমষ্টিৰ সাংসদ আৰু তপন গগৈ, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ। এওঁলোক প্ৰাক্তন মন্ত্ৰী।

সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ দিনত পল্লৱলোচনৰ হাতত আছিল শ্ৰম-কল্যাণ, শক্তিকে ধৰি অন্য বহু কেইটা দপ্তৰ। ঠিক সেইদৰে সাংসদ তপন গগৈৰ হাততো আছিল শক্তি লোকনিৰ্মাণ (ৰাজ্যিক)কে ধৰি অন্য বিভাগ। সেয়া এতিয়া অতীত। বৰ্তমান দুয়োৰে পৰিচয় একোগৰাকী লোকসভাৰ সাংসদ হিচাপে।

২০১৯ চনৰ লোকসভা নিৰ্বাচনত পল্লৱলোচন আৰু তপন গগৈ সাংসদ হিচাপে নিৰ্বাচিত হ’ল। চৰকাৰী নিয়ম অনুসৰি তেতিয়াই দুয়ো খালী কৰিব লাগিছিল মন্ত্ৰী আৱাস।

কিন্তু অতি ৰহস্যজনকভাৱে এতিয়াও মন্ত্ৰী আৱাসৰ এটা কোৱাৰ্টাৰ দখল কৰি আছে সাংসদ পল্লৱলোচন দাসে। নিউ মিনিষ্টাৰ কলনিৰ M-15 ত এতিয়াও পল্লৱলোচনৰ আধিপত্য! ৰাইজৰ ধনেৰে মন্ত্ৰী আৱাসত ৰাজভোগ পল্লৱলোচনৰ!

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কোৱাৰ্টাৰৰ ঠিক নিলগতে সাংসদ পল্লৱলোচনৰ আৱাস। অৱশ্যে, ২০১৯ চনৰ পৰা ২০২১ চনলৈকে সাংসদ তপন গগৈয়ো হৈ আছিল নিউ মিনিষ্টাৰ কলনিৰ আৱাসী। অৰ্থ্যাৎ যেতিয়ালৈকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল হৈ আছিল তেতিয়ালৈকে বীৰদৰ্পে মন্ত্ৰী আৱাসত আছিল তপন গগৈ।

কিন্তু ড০ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাছতে মন্ত্ৰী আৱাস খালী কৰিলে সাংসদ তপন গগৈয়ে।

সুত্ৰ অনুসৰি নতুন মন্ত্ৰী সভা গঠন হোৱাৰ পাছতে চৰকাৰী নিয়ম অনুসৰি খালী কৰা হ’ল তপন গগৈৰ আৱাস। সাংসদ গগৈৰ দৰে পল্লৱলোচনৰ আৱাসটোও খালী কৰিব বিচাৰিছিল। কিন্তু লেথা লাগিল সেইখিনিতেই…. ‘মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ হোৱাৰ বাবেই পল্লৱলোচনে এৰিবলগীয়া নহ’ব নেকি মন্ত্ৰী আৱাস?

চৰকাৰী নিয়ম অনুসৰি মন্ত্ৰী এগৰাকী সাংসদ হ’লে তেওঁৰ মন্ত্ৰী আৱাস খালী কৰিব লাগে। কিন্তু ‘দাদা বিগ্ৰেডৰ অন্যতম বিশ্বস্ত হোৱাৰ বাবেই আশীৰ্বাদ পুষ্ট নেকি পল্লৱলোচন?’

উল্লেখ্য যে, দিল্লীত সাংসদসকলৰ বাবে থকা সু-সুজ্জিত তথা অত্যাধুনিক ব্যৱস্থাসম্পন্ন আৱাসগৃহ লাভ কৰাৰ পাছতো দিছপুৰৰ মন্ত্ৰী আৱাসগৃহ কিয় এৰিব খোজা নাই পল্লৱলোচনে?

একাংশই ক’ব খোজে যে গুৱাহাটীত সুৰক্ষিত জিৰণিগৃহ হিচাপে পূৰ্বৰ মন্ত্ৰীৰ আৱাসগৃহটো এৰিব খোজা নাই পল্লৱে। তদুপৰি গুৱাহাটীত আহি থকা সময়ছোৱাত নিজৰ লবীৰ মানুহখিনিক সুকলমে লগ পোৱাৰ সুবিধাকণ হেৰুৱাব নিবিচাৰে প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ সাংসদজনে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

October 14, 2026 12:17 pm
চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

October 14, 2026 10:46 am
লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

October 14, 2026 9:30 am
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

October 14, 2026 7:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

October 14, 2026 12:17 pm
চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

October 14, 2026 10:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd