• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কিমান টকাৰ ধাৰ আছে বৰ্তমান ৮০০কোটি টকাৰ গৰাকী মহেন্দ্ৰ সিং ধোনীৰ?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 1, 2020 12:28 pm

1 min read

mahendra-singh-dhoni

মহেন্দ্ৰ সিং ধোনী।

1.4k
VIEWS
Share on FacebookShare on Twitter

চলিত বর্ষৰ মার্চ মাহলৈকে হিচাপ অনুসৰি ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ আনুমানিক সম্পত্তিৰ পৰিমান হৈছে ৮০০কোটি টকা। কিন্তু তেওঁৰ কিমান টকাৰ ধাৰ আছে?

শুনিবলৈ আমোদজনক যেন লাগিলেও টীম ইণ্ডিয়াৰ প্ৰাক্তন ‘কেপ্টেইন কুল’ৰ বজাৰত ধাৰ আছে ১৮০০ টকাৰ।

বাতৰি অনুসৰি, ধোনীৰ পৰা এই টকা পাবলগীয়া আছে ঝাৰখণ্ড ষ্টেট ক্ৰিকেট এছ’চিয়েশ্যনে।

যোৱা ৩০ আগষ্টত অনুষ্ঠিত অনলাইন জেনেৰেল মিটিঙৰ সময়ত ঝাৰখণ্ড ক্ৰিকেট সংস্থাই প্ৰকাশ কৰা ২০১৯-২০বৰ্ষৰ বাৰ্ষিক প্ৰতিবেদনত উল্লেখ কৰা মতে তেওঁলোকে ধোনীৰ পৰা এইখিনি ধন পাবলগীয়া আছে।

প্ৰকৃততে ধোনীয়ে আজীৱন সদস্য পদ গ্ৰহণৰ বাবে ক্ৰিকেট সংস্থাটোক দিয়া ১০হাজাৰ টকাৰ ১৮ শতাংশ জিএছটিৰ নামত ১৮০০ টকা ক্ৰিকেটাৰগৰাকীৰ পৰা সংস্থাটোৱে পাবলগীয়া আছে।

বাতৰি অনুসৰি, ৰাজ্যিক ক্ৰিকেট সংস্থাটোৰ সচিবগৰাকীয়ে এই প্ৰসংগত ধোনীৰ সৈতে কথা পাতিছে আৰু আজীৱন সদস্য পদ গ্ৰহণৰ বাবে দিয়া ধনৰ জিএছটি দিবলগীয়া থকাৰ কথাও অৱগত কৰিছে।

যোৱা জুলাই মাহত ঝাৰখণ্ড ষ্টেট ক্ৰিকেট এছ’চিয়েশ্যনৰ আজীৱন সদস্য পদ গ্ৰহণ কৰিছিল ধোনীয়ে। ধোনীৰ জন্মদিনৰ দুদিন পূৰ্বে ক্ৰিকেট সংস্থাটোৱে ধোনীক আজীৱন সদস্য পদ আগবঢ়াইছিল।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd