• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অষ্ট্রেলিয়াত নীলামত ৪৩.৫লাখ টকাত বিক্ৰী হ’ল মোগল যুগৰ স্বৰ্ণ মুদ্ৰা

এন ই নাও নিউজ by এন ই নাও নিউজ
August 24, 2020 12:12 pm
mughal_era

ফটো: ইণ্ডিয়ান এক্সপ্ৰেছৰ সৌজন্যত

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মোগল যুগৰ দুটা বিৰল স্বৰ্ণ মুদ্ৰা অষ্ট্ৰেলিয়াত হোৱা এক নীলামত ৪৩.৫লাখ টকাত বিক্ৰী হৈছে।

উক্ত মুদ্ৰা দুটা প্ৰাক্ স্বাধীনতা কালত নিজাম প্ৰশাসনৰ এগৰাকী গুৰুত্বপূৰ্ণ ব্যক্তিৰ জিম্মাত আছিল।

Apply Now

বৰ্গাকৃতিৰ স্বৰ্ণ মুদ্ৰা দুটাৰ এটাৰ ওজন প্ৰায় ১৪গ্ৰাম আৰু ১৬০৭খ্ৰীষ্টাব্দত লাহোৰত তৈয়াৰ কৰা হৈছিল।

যোৱা ৩০ জুলাইত অষ্ট্ৰেলিয়াস্থিত নব’ল নুমিছমেটিকছ পাইভেট লিমিটেডে ইয়াৰ নীলাম কৰে।

ৱেবছাইটৰ ইয়াৰ উপলব্ধ কেটেলগ’ত মুদ্ৰা দুটাৰ বিৱৰণ দিয়া হৈছে,’’২৫শতাংশ অধিক ভৰ বিশিষ্ট বিশেষ গধূৰ মুদ্ৰাটো তেওঁৰ (জাহাংগীৰৰ) শাসনৰ প্ৰথম ভাগত জাৰি কৰা হৈছিল।‘’

মুদ্ৰাৰ আনটো পিঠিত কাব্যিকতাৰে (পাৰ্ছীত) লিখা ৰৈছে,’’তেওঁ মুদ্ৰাটোৰ মুখখন সূৰ্য আৰু চন্দ্ৰৰ আভাৰে উজলাই তুলিছিল।‘’

নীলামৰ বৰ্ণনাত কোৱা হৈছে যে এই মুদ্ৰা ‘নিজামৰ বিত্তীয় পৰামৰ্শদাতা তাৰাপ’ৰেভালা’ৰ জিম্মাত আছিল।

বুৰঞ্জীবিদসকলে এই বৰ্ণনাক ভুল বুলি কৈছে আৰু ইয়াৰ পৰিৱৰ্তে সেয়া নিজাম সেনাৰ কেপ্টেইন বি এছ  তাৰাপ’ৰেভালা’ৰ জিম্মাতহে হ’ব লাগে বুলি কৈছে।

কেপ্টেইন বি এছ  তাৰাপ’ৰেভালা’ৰ  প্ৰায় ১,০০০মুদ্ৰাৰ দেশৰ ভিতৰতে এক বৃহৎ সংগ্ৰহ আছিল যাৰ অধিকাংশ দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ে পাছত সংগ্ৰহৰ বাবে লৈছিল।

এই মুদ্ৰা কেনেকৈ বিদেশ পালেগৈ সেয়া অৱশ্যে জানিব পৰা হোৱা নাই যদিও মোগলৰ স্বৰ্ণ মুদ্ৰাসমূহৰ চোৰাং কাৰবাৰ এক দীৰ্ঘদিনীয়া সমস্যা।

বাতৰি অনুসৰি, সত্তৰৰ দশকত দেশখনৰ পৰা অভিযোগ অনুসৰি চোৰাংভাৱে ওলাই যোৱা মোগলৰ স্বৰ্ণ মুদ্ৰা হৰলুকিৰ গোচৰটো চিবিআইয়ে পুনৰ মুকলি কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ পাছতে চৰ্চাত বিষ্ণৈ গেং: চলমানৰ পাছত এইবাৰ বিষ্ণৈ গেঙৰ টাৰ্গেটত বলীউডৰ কোন কোন তাৰকা?

টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ পাছতে চৰ্চাত বিষ্ণৈ গেং: চলমানৰ পাছত এইবাৰ বিষ্ণৈ গেঙৰ টাৰ্গেটত বলীউডৰ কোন কোন তাৰকা?

October 19, 2026 4:44 pm
সাৱধান! ৰে’লত ডাঙৰকৈ গান বাজালে ভৰিব লাগিব জৰিমনা, যাব লাগিব জে’ললৈকো

সাৱধান! ৰে’লত ডাঙৰকৈ গান বাজালে ভৰিব লাগিব জৰিমনা, যাব লাগিব জে’ললৈকো

October 19, 2026 3:11 pm
১৬১.২৭ কোটি টকাৰে ৩৪টা ছিগনেল জেমাৰ ক্ৰয় দিল্লী আৰক্ষীৰ, ব্যৱহাৰৰ তথ্য প্ৰকাশত অনীহা

১৬১.২৭ কোটি টকাৰে ৩৪টা ছিগনেল জেমাৰ ক্ৰয় দিল্লী আৰক্ষীৰ, ব্যৱহাৰৰ তথ্য প্ৰকাশত অনীহা

October 19, 2026 1:55 pm
Allah Miyan’s Workshop : এটি আলোচনা

Allah Miyan’s Workshop : এটি আলোচনা

October 19, 2026 12:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ পাছতে চৰ্চাত বিষ্ণৈ গেং: চলমানৰ পাছত এইবাৰ বিষ্ণৈ গেঙৰ টাৰ্গেটত বলীউডৰ কোন কোন তাৰকা?

টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ পাছতে চৰ্চাত বিষ্ণৈ গেং: চলমানৰ পাছত এইবাৰ বিষ্ণৈ গেঙৰ টাৰ্গেটত বলীউডৰ কোন কোন তাৰকা?

October 19, 2026 4:44 pm
সাৱধান! ৰে’লত ডাঙৰকৈ গান বাজালে ভৰিব লাগিব জৰিমনা, যাব লাগিব জে’ললৈকো

সাৱধান! ৰে’লত ডাঙৰকৈ গান বাজালে ভৰিব লাগিব জৰিমনা, যাব লাগিব জে’ললৈকো

October 19, 2026 3:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd