• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কিমান চান্দা দিলে? ট্ৰাম্প-মেলানিয়াৰ নৈশভোজ-শপতগ্ৰহণত উপস্থিত থাকিব নীতা-মুকেশ আম্বানী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 18, 2025 2:29 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ড’নাল্ড ট্ৰাম্পৰ কাৰ্যভাৰ গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ শনিবাৰে ৱাশ্বিংটনত উপস্থিত হৈছে বিশ্বৰ অন্যতম ধনী ব্যক্তি তথা এছিয়াৰ ধনী ব্যৱসায়ী আৰু ৰিলায়েন্সৰ চিইঅ’ মুকেশ আম্বানী আৰু তেওঁৰ পত্নী নীতা আম্বানী।

অহা ২০ জানুৱাৰীত ৪৭ সংখ্যক আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব ট্ৰাম্পে। সেই মহাসমাৰোহৰ উদযাপন আজিৰে পৰা আৰম্ভ হৈছে। সূত্ৰ অনুসৰি অহা ১৮ জানুৱাৰীত আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটনত অৱতৰণ কৰিব মুকেশ আৰু নীতাই। আৰু তেওঁলোকৰ আসন বিশিষ্ট অতিথিৰ মঞ্চত সংৰক্ষিত। ট্ৰাম্প কেবিনেটৰ সদস্য আৰু নিৰ্বাচিত ৰিপাব্লিকান প্ৰতিনিধি য’ত বহিব, তাতেই মুকেশ আৰু নীতাৰ আসন থাকিব।

Apply Now

শনিবাৰে ভাৰ্জিনিয়াৰ ট্ৰাম্প নেশ্যনেল গ’ল্ফ ক্লাবত আদৰণি অনুষ্ঠান আৰু আতচবাজীৰ জৰিয়তে এই উৎসৱ আৰম্ভ হ’ব। ইয়াৰ পিছত কেবিনেট অভ্যৰ্থনা আৰু প্ৰথা অনুসৰি উপ-ৰাষ্ট্ৰপতিৰ দ্বাৰা আয়োজিত নৈশ আহাৰ গ্ৰহণ কৰা হ’ব। দুয়োটা অনুষ্ঠানতে উপস্থিত থাকিব আম্বানী দম্পতী। উদ্বোধনীৰ আগ নিশা নীতা-মুকেশে নিৰ্বাচিত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে অনুষ্ঠিত হ’বলগীয়া কেণ্ডেল লাইট ডিনাৰত অংশগ্ৰহণ কৰিব। উপ-ৰাষ্ট্ৰপতি জে ডি আৰু উষা ভ্যান্সৰ সৈতে ব্যক্তিগত বাৰ্তালাপো হ’ব।

ট্ৰাম্পৰ কাৰ্যভাৰ গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ মুকেশ আম্বানীয়ে চান্দা দি নিৰ্বাচনী পুঁজি গঠনত সহায় কৰিছিল নেকি? এই প্ৰশ্নটোও বৰ্তমান বিভিন্ন মহলত চৰ্চিত হৈ আছে। ইয়াৰ বাবে কোটিপতি ৰিয়েল এষ্টেট টাইকুন ট্ৰাম্পৰ উদ্বোধনী সমিতিয়ে বিপুল পৰিমাণৰ ধন সংগ্ৰহ কৰে। কাৰণ, এই বিশাল ধনৰাশি দান কৰিলেই নিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু তেওঁৰ পত্নী ভাবী ফাৰ্ষ্ট লেডী মেলানিয়া ট্ৰাম্পৰ সৈতে কিছু ব্যক্তিগত সময় কটাব পাৰিব। আনকি ব্যক্তিগত নৈশভোজত অংশগ্ৰহণৰ প্ৰস্তাৱো দিয়া হৈছিল। আম্বানী দম্পতীয়ে এই বিশেষ অভ্যৰ্থনাৰ বাবে ধন দিছিল নে ট্ৰাম্পৰ পৰা আনুষ্ঠানিক নিমন্ত্ৰণ পাইছে সেয়া স্পষ্ট নহয়!

ট্ৰাম্প-ভেন্স উদ্বোধনী সমিতিৰ সুবিধা দাতাৰ পৰা ১০ লাখৰ পৰা ২০ লাখ ডলাৰৰ ভিতৰত ধন সংগ্ৰহ কৰিছে। সেইবাবেই বহু উদ্যোগপতি এতিয়া ১৯ জানুৱাৰীত ৰাতিৰ আহাৰ গ্ৰহণৰ সময়ত ট্ৰাম্প আৰু মেলানিয়াৰ সৈতে সময় কটাবলৈ আগ্ৰহী হৈ পৰিছে। নিউয়ৰ্ক টাইমছত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি এই অনুষ্ঠানত বিশ্বৰ ধনী উদ্যোগপতি আৰু ধনী লোকৰ মাজত থাকিব আম্বানীৰ দম্পতি।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আদানীৰ  বিৰুদ্ধে প্ৰশ্ন তুলি মানহানিৰ গোচৰত কাৰাৰুদ্ধ বিশিষ্ট সাংবাদিক ৰবি নায়াৰ

আদানীৰ  বিৰুদ্ধে প্ৰশ্ন তুলি মানহানিৰ গোচৰত কাৰাৰুদ্ধ বিশিষ্ট সাংবাদিক ৰবি নায়াৰ

September 24, 2026 2:57 pm
পাঁচ ৰাজ্যৰ নিৰ্বাচনত ৫২৯ কোটি টকা খৰচ বিজেপিৰ; অনুদান আহিল প্ৰায় ১৫০০ কোটি! পশ্চিমবংগত সৰ্বাধিক, অসমত কিমান?

পাঁচ ৰাজ্যৰ নিৰ্বাচনত ৫২৯ কোটি টকা খৰচ বিজেপিৰ; অনুদান আহিল প্ৰায় ১৫০০ কোটি! পশ্চিমবংগত সৰ্বাধিক, অসমত কিমান?

September 24, 2026 2:29 pm
হোৱাইট হাউচত প্ৰৱেশ ‘অধিকাৰ’ নে ‘সুবিধা’? ট্ৰাম্প প্ৰশাসনৰ যুক্তি খণ্ডন কৰি সংবাদ মাধ্যমৰ সপক্ষে আদালতৰ ঐতিহাসিক ৰায়

হোৱাইট হাউচত প্ৰৱেশ ‘অধিকাৰ’ নে ‘সুবিধা’? ট্ৰাম্প প্ৰশাসনৰ যুক্তি খণ্ডন কৰি সংবাদ মাধ্যমৰ সপক্ষে আদালতৰ ঐতিহাসিক ৰায়

September 24, 2026 1:36 pm
অকল ফোন আৰু মেছেজ কৰা গ্ৰাহকৰ বাবে ভাল খবৰ! ৰিচাৰ্জৰ খৰচ কমাবলৈ টেলিকম কোম্পানীক কঠোৰ নিৰ্দেশ ট্ৰাইৰ

অকল ফোন আৰু মেছেজ কৰা গ্ৰাহকৰ বাবে ভাল খবৰ! ৰিচাৰ্জৰ খৰচ কমাবলৈ টেলিকম কোম্পানীক কঠোৰ নিৰ্দেশ ট্ৰাইৰ

September 24, 2026 12:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আদানীৰ  বিৰুদ্ধে প্ৰশ্ন তুলি মানহানিৰ গোচৰত কাৰাৰুদ্ধ বিশিষ্ট সাংবাদিক ৰবি নায়াৰ

আদানীৰ  বিৰুদ্ধে প্ৰশ্ন তুলি মানহানিৰ গোচৰত কাৰাৰুদ্ধ বিশিষ্ট সাংবাদিক ৰবি নায়াৰ

September 24, 2026 2:57 pm
পাঁচ ৰাজ্যৰ নিৰ্বাচনত ৫২৯ কোটি টকা খৰচ বিজেপিৰ; অনুদান আহিল প্ৰায় ১৫০০ কোটি! পশ্চিমবংগত সৰ্বাধিক, অসমত কিমান?

পাঁচ ৰাজ্যৰ নিৰ্বাচনত ৫২৯ কোটি টকা খৰচ বিজেপিৰ; অনুদান আহিল প্ৰায় ১৫০০ কোটি! পশ্চিমবংগত সৰ্বাধিক, অসমত কিমান?

September 24, 2026 2:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd