• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰিলায়েন্সৰ শ্বেয়াৰ ডাউন; ৫২ হাজাৰ কোটি টকাৰ লোকচান মুকেশ আম্বানিৰ!

এন ই নাও নিউজ by এন ই নাও নিউজ
November 3, 2020 7:38 am
Mukesh-Ambani-Picture

মুকেশ আম্বানি।

25.7k
VIEWS
Share on FacebookShare on Twitter

ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ শ্বেয়াৰ এদিনতে ৮.৬শতাংশ তললৈ নামিল। ইয়াৰ ফলত সাত বিলিয়ন ডলাৰ লোকচানৰ সন্মুখীন হ’ল এছিয়াৰ ভিতৰত ধনী ব্যক্তি মুকেশ আম্বানি।

যোৱা ২৩ মাৰ্চৰ পাছত ৰিলায়েন্সৰ শ্বেয়াৰৰ দৰ ইমান হ্ৰাস পোৱা নাছিল।

কোৱাৰ্টাৰলি ৰিজাল্ট আশানুৰূপ হোৱাৰ বাবেই ৰিলায়েন্সৰ শ্বেয়াৰৰ এনেদৰে পতন ঘটা বুলি কোৱা হৈছে।

বিএছই ষ্টক এক্সচেঞ্জৰ ৩০টা শ্বেয়াৰৰ ভিতৰত আটাইতকৈ নিকৃষ্ট ফল লাভ কৰিছে ৰিলায়েন্সে।

ব্লুমবাৰ্গ বিলিঅ’নেয়াৰ ইনডেক্সত আম্বানিৰ ধনৰ পৰিমান ৭১বিলিয়ন ডলাৰ হ্ৰাস পাইছে।

আনহাতে, ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ ত্ৰিমাসিক লাভৰ পৰিমান প্ৰায় ১৫শতাংশ হ্ৰাস পাইছে। কৰ’না পৰিস্থিতিত তেলৰ চাহিদা হ্ৰাস পোৱাৰ বাবেই লাভ হ্ৰাস পাইছে।

ৰিলায়েন্সৰ তেলৰ ৰাজহ ২৪ শতাংশ হ্ৰাস পাইছে। মুকেশ আম্বানিয়ে এনে কাৰণতে তেলৰ ব্যৱসায়ৰ পৰা লাহে লাহে আঁতৰি আহি আন ব্যৱসায়ত মন মেলিছে।

উল্লেখ্য যে চলিত বছৰত ৰিলায়েন্সৰ শ্বেয়াৰ দৰ ২৫ শতাংশলৈ বৃদ্ধি পাইছিল। আনহাতে, ছেনছেক্স ৩.৬শতাংশ পতন হোৱাৰ পাছত মুকেশ আম্বানিৰ ধনৰ পৰিমান ১৯.১ বিলিয়ন ডলাৰলৈ বৃদ্ধি পায়।

পিচে, সোমবাৰে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে বৃহৎ ক্ষতিৰ সন্মুখীন হ’বলগীয়া হ’ল।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd