• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভূত বাংলালৈ পৰিণত কেইবা কোটি টকীয়া বনাই পানী যোগান আঁচনি

NE NOW NEWS নিৰ্মলেন্দু পাঠক
টীয়ক , February 1, 2020 5:28 pm

1 min read

ভূত বাংলালৈ পৰিণত কেইবা কোটি টকীয়া বনাই পানী যোগান আঁচনি
1.9k
VIEWS
Share on FacebookShare on Twitter

যোৰহাট জিলাৰ টীয়ক সমষ্টিৰ অন্তৰ্গত বনাই ঘাটত কেইবা কোটি টকা খৰচ কৰি পানী যোগান আঁচনি নিৰ্মাণ কৰাৰ পিছতো বছৰ বছৰ ধৰি অঞ্চলবাসী বিশুদ্ধ খোৱা পানী লাভ কৰাৰ বঞ্চিত হৈ আছে।

২০১২ চনতে জনস্বাস্থ্য কাৰিকৰী বিভাগে নিৰ্মাণ কৰা এই আঁচনিৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হয় যদিও বিগত ৮ বছৰে এই আঁচনিৰ পৰা অঞ্চলটোৰ ৰাইজে এটুপি বিশুদ্ধ পানী লাভ নকৰিলে।

বৰ্তমানৰ বিজেপি চৰকাৰৰ শাসনকালত ৰাইজে পানী যোগান আঁচনিখনৰ সুফল পাব বুলি আশা কৰিছিল যদিও সেয়া হৈ নুঠিল। কি কাৰণত আঁচনিখন সম্পূৰ্ণ হৈ উঠাৰ পাছতো ৰাইজ বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে সি বৰ্তমান সাঁথৰ হৈ পৰিছে।

ভূত বাংলালৈ পৰ্যবসিত বনাই পানী যোগান আঁচনিৰ অবিহনে অঞ্চলটোৰ ৰাইজে এতিয়া অনিচ্ছা সত্ত্বেও খাব লগা হৈছে জাঁজী নদীৰ অপৰিস্কাৰ পানী।

দীৰ্ঘদিন ধৰি পানী যোগান আঁচনিখন বন্ধ হৈ থকাৰ বাবে ইয়াৰ চৌহদ হাবি-জংঘলৰে ভৰি পৰাৰ লগতে মূল্যবান যন্ত্ৰপাতিবোৰ জহি-খহি যোৱাৰ উপক্ৰম ঘটিছে । স্থানীয় ৰাইজে আঁচনিখন অতি সোনকালে কাৰ্যক্ষম কৰি তোলাৰ দাবী জনাইছে।

Recent News

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

a job

অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ওলাইছে চাকৰি, কোনে ,কেতিয়ালৈ কৰিব পাৰিব আবেদন? পঢ়ক সৱিশেষ

index.jpg

কাশ্মীৰৰ কুলগামত আইডি বিস্ফোৰণ : ১ গৰাকী জোৱান নিহত, আহত ৩ জোৱান

a ulfa

সময়সীমা বান্ধি দিলে আলফাই: ১৬ ফেব্ৰুৱাৰীৰ ভিতৰত মুক্তিপণ আদায় নিদিলে হত্যা কৰিব অপহৃত বিষয়া ৰাম কুমাৰক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd