• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড জাকিউৰ ৰহমান লাকভিক ১৫ বছৰৰ কাৰাদণ্ড পাকিস্তানৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 9, 2021 12:00 pm

1 min read

ZakiurRehmanLakhvi
180
VIEWS
Share on FacebookShare on Twitter

২৬/১১ মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড লস্কৰ-ই-তৈবাৰ শীৰ্ষ কামাণ্ডাৰ জাকিউৰ ৰহমান লাকভিক ১৫ বছৰৰ কাৰাদাণ্ড বিহিছে পাকিস্তানৰ এখন আদালতে।

উল্লেখ্য যে যোৱা ২ জানুৱাৰীত সন্ত্ৰাসবাদী কাম কাজত আৰ্থিক সহায় আগবঢ়োৱাৰ এটা গোচৰত পাকিস্তানৰ ইমৰাণ খানৰ চৰকাৰে গ্ৰেপ্তাৰ কৰিছিল।

শুকুৰবাৰে পাকিস্তান অধিকৃত পঞ্জাৱৰ আদালতে উক্ত গোচৰত দোষী সাৱ্যস্ত কৰি সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ শীৰ্ষ কামাণ্ডাৰজনক ১৫ বছৰৰ কাৰাদণ্ড বিহিছে।

আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি মতে লাকভিয়ে সন্ত্ৰাসবাদী সংগঠনটোৰ সংগৃহীত ধনেৰে সন্ত্ৰাসবাদীসকলৰ বাবে এক স্বাস্থ্য কেন্দ্ৰ চলাই আহিছিল। এই অভিযোগৰ ভিত্তিতে সন্ত্ৰাসবাদী কামাণ্ডাৰজনক পাক অধিকৃত পঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

উল্লেখ্য যে ২০০৮ বৰ্ষৰ ২৬ নৱেম্বৰৰ মুম্বাই আক্ৰমণৰ পৰিকল্পনা এইজনা লাকভিয়ে কৰিছিল।

ইয়াৰ পিছতে ভাৰতৰ প্ৰচেষ্টাত ৰাষ্ট্ৰ সংঘই লাকভিক আন্তৰ্জাতিক সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰিছিল।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও সন্ত্ৰাসবাদীজনক পাকিস্তান চৰকাৰে কাৰাদণ্ড বিহিছিল। ছবছৰ কাৰাবাস খটাৰ পিছত ২০১৫ চনত মুকলি কৰি দিয়া হৈছিল সন্ত্ৰাসবাদী লাকভিক।

জেইলৰ পৰাই লাকভিয়ে বিভিন্ন সন্ত্ৰাসবাদী কাম কাজ জড়িত থকাৰো অভিযোগ উত্থাপন হৈ আহিছিল লাকভিৰ বিৰুদ্ধে।

Recent News

Bajali

বৰপেটা পৰিবহণ বিভাগৰ চৰম ব্যৰ্থতা : পথ সুৰক্ষা সপ্তাহতে ৬ লোকৰ দুৰ্ঘটনাত মৃত্যু

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

index

ত্ৰিপুৰাৰ শিক্ষক বিক্ষোভত নিৰাপত্তাৰক্ষীসহ শতাধিক বিক্ষোভকাৰী আহত : ২ শতাধিক বিক্ষোভকাৰী শিক্ষকক গ্ৰেপ্তাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd