• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভুৱা টিআৰপি গোচৰত গ্ৰেপ্তাৰ হ’ল অৰ্ণৱ গোস্বামীৰ ৰিপাব্লিক টিভিৰ চিইঅ’ বিকাশ খানচন্দানি

এন ই নাও নিউজ by এন ই নাও নিউজ
December 13, 2020 12:30 pm
TRP Scam

ৰিপাব্লিক টিভিৰ চিইঅ' বিকাশ খানচন্দানি।

217
VIEWS
Share on FacebookShare on Twitter

ভুৱা টিআৰপি গোচৰত দেওবাৰে মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰিপাব্লিক টিভিৰ মুখ্য কাৰ্যবাহী বিষয়া(চিইঅ’) বিকাশ খানচন্দানিক।

যোৱা অক্টোবৰ মাহত বিষয়টো পোহৰলৈ অহাৰ পাছত বিকাশ খানচন্দানিক ভুৱা টিআৰপি গোচৰত জেৰা কৰা হৈছিল।

ব্ৰডকাষ্ট অডিয়েন্স ৰিচাৰ্ছ কাউন্সিল (বিএআৰচি)ৰ ফালৰ পৰা নিয়োগ কৰা সংস্থা হানছাৰ তৰফৰ পৰা টিভি ৰেটিং পইন্টত জালিয়াতিৰ অভিযোগ পোৱাৰ পাছত মুম্বাই আৰক্ষীয়ে তদন্তত নামিছিল।

আৰক্ষীয়ে জানিবলৈ দিছিল যে ধন দি টিআৰপি বৃদ্ধি কৰাৰ কামত তিনিটা চেনেল জড়িত আছিল। এই গোচৰত ৰিপাব্লিক টিভিৰ উপৰি ফাকট মাৰাঠী আৰু বক্স চিনেমা নামৰ আন দুটা চেনেলৰ নাম আছিল।

মহাৰাষ্ট্ৰ চৰকাৰৰ বিৰুদ্ধে নিজৰ নিউজ চেনেলটোৰ জৰিয়তে আক্ৰমণ চলোৱাৰ বাবেই মহাৰাষ্ট্ৰ চৰকাৰে ৰিপাব্লিক টিভিৰ নাম বদনাম কৰিবলৈ এনে অভিযোগ অনা বুলি দাবী কৰিছিল চেনেলটোৰ এডিটৰ ইন চীফ অৰ্ণৱ গোস্বামীয়ে।

বাৰ্কৰ অভিযোগত ৰিপাব্লিক টিভিৰ কোনো নাম নাই বুলি উল্লেখ কৰি অৰ্ণৱে কৈছিল যে ভাৰতৰ জনসাধাৰণে প্ৰকৃত সত্যটো জানে।

ইপিনে, টিআৰপিৰ দুৰ্নীতিৰ বাবেই অক্টোবৰৰ মাজভাগৰ পৰা সংবাদ চেনেলৰ ৰেটিং সাময়িকভাৱে বাৰ্কে বন্ধ কৰি ৰাখিছে।

Recent News

কাৰ বাবে উন্নয়ন? বিকাশৰ সপোন দেখুৱা চৰকাৰৰ দ্বাৰা আজিও অবহেলিত চাহ শ্ৰমিক  

কাৰ বাবে উন্নয়ন? বিকাশৰ সপোন দেখুৱা চৰকাৰৰ দ্বাৰা আজিও অবহেলিত চাহ শ্ৰমিক  

হাতী-মানুহৰ সংঘাতে চৰম পৰ্যায় পাইছে অসমত! ভয়ানক তথ্য পোহৰলৈ আহিছে প্ৰতিবেদনত

হাতী-মানুহৰ সংঘাতে চৰম পৰ্যায় পাইছে অসমত! ভয়ানক তথ্য পোহৰলৈ আহিছে প্ৰতিবেদনত

পৰীক্ষাগাৰত ড্ৰাগছ উৎপাদন! ১৩ কোটি টকাৰ ড্ৰাগছ বিক্ৰী কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দুজন বিজ্ঞান শিক্ষক

পৰীক্ষাগাৰত ড্ৰাগছ উৎপাদন! ১৩ কোটি টকাৰ ড্ৰাগছ বিক্ৰী কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দুজন বিজ্ঞান শিক্ষক

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd