• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰামায়ণৰ ওপৰত ব্যংগাত্মক নাটক; আইআইটি-বম্বেৰ ছাত্ৰক ১ লাখ ২০ হাজাৰ টকাৰ জৰিমনা কৰ্তৃপক্ষৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 20, 2024 2:37 pm
2.3k
VIEWS
Share on FacebookShare on Twitter

দেশৰ অন্যতম আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান আইআইটি-বম্বেত ১.২ লাখ টকাৰ জৰিমনা বিহিছে, যিটো মোটামুটিভাৱে ছেমিষ্টাৰ মাচুলৰ সমতুল্য। ছাত্ৰজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি তেওঁ ৰামায়ণৰ কাহিনীক ব্যংগ কৰা ‘ৰাহোৱন’ নামৰ নাট এখনত অংশ লৈছিল। ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত বাতৰি অনুসৰি একাংশ ছাত্ৰ-ছাত্ৰীয়ে এই সন্দৰ্ভত কৰ্তৃপক্ষৰ বিৰুদ্ধে আপত্তি প্ৰকাশ কৰে।

কৰ্তৃপক্ষই অভিযোগ কৰিছিল যে এই নাটকত ইচ্ছাকৃতভাৱে হিন্দু ধৰ্ম, সংস্কৃতি আৰু হিন্দু ধৰ্মক অসন্মান কৰা হৈছে। সেই ছাত্ৰজনৰ বাহিৰে আন কমেও ৭ জনৰ বিৰুদ্ধে কৰ্তৃপক্ষই অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু তেওঁলোকৰ বিৰুদ্ধে কেনেধৰণৰ শাস্তি বা কিমান জৰিমনা বিহিছে সেয়া জানিব পৰা হোৱা নাই। IIT-বম্বেৰ এগৰাকী মুখপাত্ৰই এই সন্দৰ্ভত কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰে।

৩১ মাৰ্চত আইআইটি-বম্বেৰ মুক্তিমঞ্চত অনুষ্ঠিত হৈছিল এক পৰিবেশন কলা উৎসৱ। সেই সময়ত এই নাটকখন মঞ্চস্থ কৰা হৈছিল। ৰাম-সীতাক অপমান কৰি ৰামায়ণৰ কাহিনীক ঠাট্টা কৰা বুলি অভিযোগ উত্থাপন হৈছে। ইয়াৰ ভিত্তিত অনুষ্ঠানটোৰ অনুশাসন সমিতিখনে নাটখনৰ অংশগ্ৰহণকাৰীসকলৰ বিৰুদ্ধে আচৰণ বিধি উলংঘা কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে।

নাটকখনৰ তীব্ৰ বিৰোধিতা কৰা ‘আই আই টি বি ফৰ ইণ্ডিয়া’ নামৰ এটা কেম্পাছ গ্ৰুপে কমিটীৰ এই সিদ্ধান্তক আদৰণি জনাই লিখিছে। এই ছাত্ৰ-ছাত্ৰীসকলে শিক্ষাৰ স্বাধীনতাৰ অপব্যৱহাৰ কৰি ভগৱান শ্ৰীৰাম, মাতৃ সীতা আৰু ভগৱান লক্ষ্মণক উপহাস কৰিছিল,এয়া উচিত পদক্ষেপ।

Recent News

ইজৰাইলক যুদ্ধ সমাপ্ত কৰিবলৈ আহ্বান ব্ৰিটেইন, ফ্ৰান্স আৰু কানাডাৰ : প্ৰত্যুত্তৰত কি ক’লে নেতানিয়াহুৱে?

ইজৰাইলক যুদ্ধ সমাপ্ত কৰিবলৈ আহ্বান ব্ৰিটেইন, ফ্ৰান্স আৰু কানাডাৰ : প্ৰত্যুত্তৰত কি ক’লে নেতানিয়াহুৱে?

নিৰ্লজ্জ পাকিস্তান! যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতো জেনেৰেল অসীম মুনিৰক ফিল্ড মাৰ্শ্বাললৈ পদোন্নতি

নিৰ্লজ্জ পাকিস্তান! যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতো জেনেৰেল অসীম মুনিৰক ফিল্ড মাৰ্শ্বাললৈ পদোন্নতি

ভয়ংকৰ ঘটনা : বন্ধুৰ গোপন অংগত পানীৰ পাইপ সুমুৱাই হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ ২ যুৱক

ভয়ংকৰ ঘটনা : বন্ধুৰ গোপন অংগত পানীৰ পাইপ সুমুৱাই হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ ২ যুৱক

সকলো বিষয়তে ৰাজনীতিৰ ৰহন সানি দলীয় কৰিব বিচাৰে কিয় কেন্দ্ৰীয় চৰকাৰে?

সকলো বিষয়তে ৰাজনীতিৰ ৰহন সানি দলীয় কৰিব বিচাৰে কিয় কেন্দ্ৰীয় চৰকাৰে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd