DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Northeast Now journalist awarded: উদীয়মান গল্পকাৰ প্ৰদ্যুম্ন কুমাৰ গগৈলৈ ২০২১ বৰ্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা

নৰ্থইষ্ট নাওত সাংবাদিকৰূপে কৰ্মৰত প্ৰদ্যুম্ন কুমাৰ গগৈলৈ নৰ্থইষ্ট নাওৰ পৰিয়ালৰ পৰা অভিনন্দন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 15, 2021 2:42 pm
Munin Barkatki Sahitya Award
219
VIEWS
Share on FacebookShare on Twitter

আজি ঘোষণা কৰা হৈছে ২০২১ বৰ্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা বিজয়ীৰ নাম। এই বৰ্ষৰ এই সন্মানীয় এই বঁটা লাভ কৰিছে প্ৰতিশ্ৰুতিসম্পন্ন উদীয়মান গল্পকাৰ প্ৰদ্যুম্ন কুমাৰ গগৈয়ে। গগৈয়ে তেওঁৰ প্ৰথম গল্প সংকলন চকী আৰু অন্যান্য গল্পৰ বাবে মুনীন বৰকটকী সাহিত্য বঁটা লাভ কৰিছে।

উল্লেখ্য যে সাহিত্যিক, সমালোচক তথা সাংবাদিক প্ৰয়াত মুনীন বৰকটকীদেৱৰ সোঁৱৰণত মুনীন বৰকটকী স্মাৰক ন্যাসে অসমীয়া ভাষাৰ প্ৰতিভাশালী তৰুণ লেখকসকলক উদগনি জনাবলৈ প্ৰতি বছৰে মুনীন বৰকটকী সাহিত্য বঁটা প্ৰদান কৰি আহিছে।

১৯৯৫ চনৰ পৰা প্ৰদান কৰি অহা এই বঁটাত আছে নগদ ৫০,০০০ টকা, এটা স্মাৰক আৰু এখন প্ৰশস্তি পত্ৰ।

প্ৰতিভাৱান প্ৰদ্যুম্ন কুমাৰ গগৈ এগৰাকী অনুবাদকো। তেওঁ অসমত অনুবাদৰ এক নতুন ধাৰাৰ সৃষ্টি কৰিছে। বিশেষকৈ বিশ্বৰ প্ৰতিষ্ঠিত প’প তাৰকা আৰু ৰকষ্টাৰসকলৰ বিশ্ববিখ্যাত গানসমূহ অসমীয়া ভাষালৈ অনুবাদ কৰি আহিছে। গগৈক বিশ্ব বিখ্যাত প’প আৰু ৰক গানসমূহ অসমীয়ালৈ অনুবাদ কৰা বাটকটীয়া বুলিও ক’ব পাৰি।

২০১৮ চনত ইমাজিন নামেৰে গগৈয়ে ইংৰাজীৰ পৰা অসমীয়া ভাষালৈ অনুবাদ কৰা বহু বিশ্ববিখ্যাত গানৰ এক সংকলন প্ৰকাশ কৰিছিল।

বিশ্ব সাহিত্যৰে অতি ঘণিষ্ঠ সম্পৰ্ক ৰক্ষা কৰা গগৈ যথেষ্ট অধ্যয়নপুষ্ট চলচ্চিত্ৰৰসিকৰ লগতে চিত্ৰ সমালোচকো। ২০২১ বৰ্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা লাভ কৰা প্ৰতিভাৱান গল্পকাৰ নৰ্থইষ্ট নাওত সাংবাদিকৰূপে কৰ্মৰত প্ৰদ্যুম্ন কুমাৰ গগৈলৈ নৰ্থইষ্ট নাওৰ পৰিয়ালৰ পৰা অভিনন্দন জ্ঞাপন কৰিলো।

Recent News

Millitants killed in Jammu-Kashmir

জম্মু-কাশ্মীৰত অব্যাহত সন্ত্ৰাসবাদ বিৰোধী অভিযান: দুই লস্কৰ-ই-তৈবা সদস্য নিহত

Maharashtra Political Crisis

আস্থাভোট স্থগিত ৰাখিলে ৰাজ্যপালে: মহাৰাষ্ট্ৰৰ শাসনলৈ পুনৰ উভতাৰ পথত দেৱেন্দ্ৰ ফাড়নবিছ

Vice presidential election India

নিৰ্বাচন আয়োগে ঘোষণা কৰিলে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন: ৬ আগষ্টত হ’ব ভোটগ্ৰহণ, একেদিনাই হ’ব ভোটগণনা

Swara Bhasker

অভিনেত্ৰী স্বাৰা ভাস্কৰলৈ মৃত্যুৰ ভাবুকি: সাভাৰকাৰক অপমান নকৰিবলৈ সকীয়নি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd