• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শীতত কঁপি থকা দৰিদ্ৰজনৰ কাষত নিৰাপত্তাৰ উমলৈ হাজিৰ তেজপুৰৰ এজাক কলেজীয়া শিক্ষাৰ্থী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 1, 2021 5:18 pm

2 min read

whatsapp-image-2021-
172
VIEWS
Share on FacebookShare on Twitter

যিটো সময়ত  সমাজত মানৱতাৰ অৱক্ষয় ঘটিছে, স্বাৰ্থপৰতা আৰু আত্মকেন্দ্ৰিকতাই সমাজ চানি ধৰিছে, সেই সময়তে তেজপুৰৰ এজাক কলেজীয়া শিক্ষাৰ্থীয়ে মানৱতাৰ ধ্বজাখন উৰুৱাই ৰখাৰ প্ৰয়াস অব্যাহত ৰাখিছে।

তেজপুৰৰ এইজাক কলেজীয়া শিক্ষাৰ্থীয়ে দৰিদ্ৰ লোকসকলক সহায় কৰাৰ উদ্দেশ্যে গঢ়ি তুলিছে এক সুৰ বাহিনী।

যি সুৰ বাহিনীয়ে ৰাজহুৱা স্থানত সুমধুৰ সংগীত পৰিবেশন কৰি ৰাইজৰ পৰা সংগ্ৰহ কৰিছে ধনৰ লগতে কাপোৰ-কানি আদি।

শীতত কঁপি থকা দৰিদ্ৰ লোকসকলক শীতৰ বস্ত্ৰ যোগান ধৰাৰ বাবেই এই জাক যুৱক-যুৱতীয়ে হাতত গীটাৰলৈ ওলাই আহিছে সমাজৰ মাজলৈ।

Narendra-Kumar

২০২১ বৰ্ষৰ পহিলা জানুৱাৰীৰ লগতে এৰি থৈ অহা বছৰটোৰ ৩১ ডিচেম্বৰৰ দিনা তেজপুৰৰ গণেশ ঘাটত এইজাক যুৱক-যুৱতীয়ে সংগীত পৰিবেশন কৰি দৰিদ্ৰ জনৰ দুখৰ সৈতে সাধাৰণ জনতাকো একাত্ম কৰাৰ প্ৰয়াস চলায়।

গ্ৰুভ ফৰ চেৰিটি শীৰ্ষক অনুষ্ঠানেৰে যুৱক-যুৱতীৰ দলটোৱে সকলোৰে মন মুহি নিবলৈ সক্ষম হৈছে।

দলটোৱে  কালি আৰু আজিৰ দিনটোতে ৰাইজৰ পৰা কেইবাহাজৰ নগদ ধন সংগ্ৰহ কৰাৰ লগতে দৰিদ্ৰ জনক প্ৰদান কৰিব পৰাকৈ গৰম কাপোৰ আদি সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।

তেজপুৰ কলেজ, দৰং কলেজ আদিৰ লগতে শোণিতপুৰ জিলাৰ কেইবাখনো কলেজৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰচেষ্টাত গঢ়লৈ উঠা এই মিউজিক বেণ্ডটোৰ সমাজহিতৈষী কামলৈ  সকলো স্তৰৰ লোকে অকুণ্ঠ সমৰ্থন আগবঢ়োৱা পৰিলক্ষিত হৈছে।

ঘূণে ধৰা সমাজ খনত এনে ভাল কাম বোৰে বছৰৰ প্ৰথমটো দিনতে বহুতৰে মন ভৰাই তুলিছে।

Recent News

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

WhatsApp-Image-2020-06-27-at-3.58.55-PM

শৃংখলা ভংগৰ অভিযোগত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লিক কমিউনিষ্ট পাৰ্টিৰ পৰা বহিস্কাৰ

Samujjal-750x375

আছুৰ হৈ আনুষ্ঠানিক মন্তব্য কৰিব নোৱাৰিব সমুজ্জ্বল ভট্টাচাৰ্যই; স্পষ্ট কৰি দিলে সম্পাদক শংকৰজ্যোতিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd