• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

শব্দৰ বিপৰীতে সংগীতে সহজে মনৰ ভাৱ প্ৰকাশ কৰাত সহায় কৰে : পাপন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 12, 2020 9:29 pm

1 min read

Story-6-4-750x375
14.3k
VIEWS
Share on FacebookShare on Twitter

বহু বছৰ ধৰি বলিউদত কণ্ঠ নিগৰাই অহা অসম সন্তান অংগৰাগ পাপন মহন্ত যথেষ্ট উৎসাহী হৈ আছে তেওঁৰ নতুন গান ‘আয়ে মেৰা জিন্দেগী’ৰ বাবে।

অহা ২০ মাৰ্চত ছবি গৃহত আহিব লগীয়া হিন্দী ছবি ‘বাবলু বেচ্ছেলৰ’ৰ বাবে এই গীতটো গাইছে পাপনে।

জনপ্ৰিয় নিউজ এজেন্সি এটাক দিয়া সাক্ষাতত কণ্ঠশিল্পী গৰাকীয়ে কয় যে সহজে কাৰোবাৰ মনৰ অনুভৱ প্ৰকাশ কৰাত সংগীতেই সহায় কৰে।

‘কেতিয়াবা শব্দৰে মনৰ ভাৱ প্ৰকাশ কৰাতো টান হৈ পৰে। কিন্তু সংগীতে সহজতে এই কাম কৰাত সহায় কৰে’, পাপনে এইদৰে কয়।

আনহাতে নতুন গানটোৰ কথা জানিবলৈ দি পাপনে কয়, ‘এইটো এটা বিৰাট সুন্দৰ আৰু হৃদয়স্পৰ্শী গান। মই সুখী যে এনেধৰণৰ হৃদয়স্পৰ্শী গান গাব সুযোগ পাইছো’।

জীত গাংগুলীয়ে সংগীত ব্যৱস্থাপনা কৰা এই গানটো ইতিমধ্যে দৰ্শকৰ মন মুহিবলৈ সক্ষম হৈছে।

অগ্নিদেৱ চেতাৰ্জীয়ে পৰিচালনা কৰা ‘বাবলু বেচ্ছেলৰ’ ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে চাৰমান যোশী, পূজা চোপ্ৰা আৰু তেজস্ৰী প্ৰধানে।

উল্লেখ্য যে বলিউদত ‘মোহ মোহ কে ধাগে’, ‘কিউ’, ‘বানাও বানাও’ আদি গীতৰ জৰিয়তে জনপ্ৰিয়তাৰ শীৰ্ষত অধিষ্ঠিত হৈছে অসম সন্তান অংগৰাগ পাপন মহন্ত।

২০০৫ চনত ‘জোনাকী ৰাতি’ নামৰ এটা আধুনিক গীতৰ এলবামৰ জৰিয়তে পাপনে জনপ্ৰিয়তা লাভ কৰিছিল অসমত।

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd