• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লণ্ডনত বৰ্ণাঢ্য কাৰ্য্যসুচীৰে ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ সংগীত দিবস পালন

এন ই নাও নিউজ by এন ই নাও নিউজ
November 12, 2019 6:58 am
WhatsApp Image 2019-11-11 at 9.12.37 PM(2)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লণ্ডনৰ শ্ৰীমন্ত শঙ্কৰদেৱ আন্তৰ্জাতিক সাংস্কৃতিক কেন্দ্ৰই যোৱা শনিবাৰে ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ পঞ্চবাৰ্ষিকী সংগীত দিবস বিভিন্ন কাৰ্য্যসুচীৰে পালন কৰে।

হীৰামনি শৰ্মাই আঁত ধৰা এই অনুষ্ঠানটোৰ আৰাম্ভণিতে সাংস্কৃতিক কেন্দ্ৰটোৰ উদ্যোক্তা ডাঃ কৰুণা সাগৰ দাসে উপস্থিত সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।

Apply Now

তেওঁ মৰণোত্তৰভাবে হ’লেও ড° ভূপেন হাজৰিকাই ভাৰতবৰ্ষৰ এই সৰ্বোচ্চ সন্মান “ভাৰতৰত্ন” পোৱাৰ বাবে আনন্দ প্ৰকাশ কৰে।

ইয়াৰ পাছতেই ড° নীৰা বৰকাকতিয়ে সুধাকণ্ঠৰ জীৱন দৰ্শন,কৰ্ম্ম তথা তেওঁৰ সময়হীন সৃষ্টিৰাজিৰ ওপৰত আলোকপাত কৰে।

অসমৰ পৰা লণ্ডন ভ্ৰমণৰ উদ্যেশ্যে সপৰিয়ালে লণ্ডনত উপস্থিত হোৱা জ্যেষ্ঠ আৰক্ষী বিষয়া,অসম আৰক্ষীৰ উপ-মহাপৰিদৰ্শক তথা সুগায়ক ড°শ্যামল প্ৰসাদ শইকীয়াই মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰ দেৱ বিৰচিত ‘এ জয় ৰঘুৰ নন্দন এ ৰাঘব …’ বৰগীতটিৰে সাংস্কৃতিক অনুষ্ঠানটোৰ শুভাৰাম্ভণি কৰি সুধাকণ্ঠৰ কেইবাটাও কালজয়ী গীত পৰিবেশন কৰে।

ইয়াৰ উপৰি ডাঃ নীলমনি চিকদাৰ, ড° স্পন্দিতা গোস্বামী,দেবলীন দাস ,উদেশমান গোস্বামী,আৰাইকি আলোমিয়ান (AryakiAlomyan), অংকিতা ধাছমানা, ডাঃ ইফটিকাৰ হুছেইন, মামনি শৰ্মা, জিমান্ত বৰা, চৈয়দ নূৰ ফাৰনাজ,পাৰ্থ বৰবৰা,জয়ন্ত ৰয়ৰ সংগীত পৰিবেশনে উপস্থিত ৰাইজক আনন্দিত কৰে।

অনুষ্ঠানত চিনু কিশোৰৰ গজ গামিনী আৰু অসমৰ এন ই এফ আইন মহাবিদ্যালয়ৰ তৃতীয় ষান্মাষিকৰ ছাত্ৰী কামাক্ষী শইকীয়াই সুধাকণ্ঠৰ “বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে…” গীতটিৰ ওপৰত কৰা নৃত্যশৈলীৰ প্ৰদৰ্শনে সকলোকে মুগ্ধ কৰি তোলে।

অনুষ্ঠানটোত প্ৰবাসী অসমীয়া, অন্যান্য ভাৰতীয় লোকৰ উপৰিও বৃটেইন আৰু য়ুৰোপৰো কিছু সংখ্যক ব্যক্তি উপস্থিত থাকি ড° ভূপেন হাজৰিকাৰ গীতবোৰ শুনি অভিভূত হৈ পৰে।

অনুষ্ঠানত উপস্থিত থাকি সৰ্বতোপ্ৰকাৰে আকুন্ঠ সহায় সহযোগিতা আগবঢ়োৱা সকলোলৈকে ডাঃ পল্লব দাসে ধন্যবাদ জনায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd