DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 3, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ঈদৰ আনন্দ পৰিহাৰ কৰি ক’ৰ’নাৰ বিৰুদ্ধে যুঁজিবলৈ ওলাই আহিছে এইসকল স্বাস্থ্যকৰ্মী

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
May 25, 2020 4:32 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

13.1k
VIEWS
Share on FacebookShare on Twitter

বিশ্বজুৰি মহামাৰী ক’ৰ’না ভাইৰাছে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে আজি ভাৰতত পালন কৰা হৈছে পবিত্ৰ ঈদ ঊল ফিটৰ।

ভাৰতৰ অন্য প্ৰান্তৰ লগতে অসমতো চৰকাৰী নিৰ্দেশ মানি সকলো ইছলাম ধৰ্মালম্বী লোকসকলে ঘৰতে পালন কৰিছে এইবাৰৰ ঈদ।

কিন্তু শিৱসাগৰৰ এইসকল স্বাস্থ্যকৰ্মীৰ বাবে এইবাৰৰ ঈদৰ আনন্দ উল্লাস কিছু ব্যতিক্ৰম।

ক’ৰ’নাৰ বিৰুদ্ধে দিনে নিশাই সন্মুখৰ পৰা যুঁজ দি অহা শিৱসাগৰৰ এই সকল স্বাস্থ্যকৰ্মীয়ে ঘৰতে পবিত্ৰ ঈদৰ নামাজ পঢ়ি ওলাই আহিছে নিজ কৰ্তব্য পালন কৰিবলৈ।

ৰাজ্যত এতিয়া ক’ৰ’না অধিক ভয়াৱহ হৈ পৰিছে। যাৰ বাবে অইন দিনাৰ দৰে আজিও এইসকল যোদ্ধাই ঘৰে ঘৰে চলাইছে জৰীপ।

ঈদৰ আনন্দ পৰিহাৰ কৰি এইদৰে ক’ৰ’না বিৰোধী যুঁজত নামি পৰিছে শিৱসাগৰৰ স্বাস্থ্যকৰ্মী মুস্তাফিজ আহমেদ,  জিয়াউৰ হুছেইন, মুৰ্চিদুৰ আৰফিন, ডাঃ ৰুবিয়া খানাম, মুৰ্জিদা বেগম, ৰিমি ফুকন।

এই মহা সংকটৰ সময়ত ৰাইজৰ সেৱাত ব্ৰতী থকা এইসকল প্ৰকৃত যোদ্ধাক সমাজৰ সকলো শ্ৰেণীৰ লোকে আন্তৰিকতাৰে ধন্যবাদ জনায়।

Recent News

Chess গুৱাহাটী দবা একাডেমীৰ অনুৰ্দ্ধ ৭ বছৰ আৰু অনুৰ্দ্ধ ১১বছৰ দবা প্ৰতিযোগিতা

গুৱাহাটীত আৰম্ভ হ’ল চতুৰ্থ আয়োধানা আন্ত:ৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা

দেওচুৰ অঞ্চলক সংৰক্ষিত বনাঞ্চল হিচাপে উন্নীতকৰণৰ প্ৰক্ৰিয়াৰ প্ৰতিবাদ

দেওচুৰ অঞ্চলক সংৰক্ষিত বনাঞ্চল হিচাপে উন্নীতকৰণৰ প্ৰক্ৰিয়াৰ প্ৰতিবাদ

বিশ্বনাথ নগৰৰ মাজমজিয়াৰ পুলিচ পইন্টৰ সমীপত হঠাৎ ঢলি পৰি মৃত্যুক সাৱটিলে এজন লোকে

বিশ্বনাথ নগৰৰ মাজমজিয়াৰ পুলিচ পইন্টৰ সমীপত হঠাৎ ঢলি পৰি মৃত্যুক সাৱটিলে এজন লোকে

FIRST female referee: ইটালীৰ ফুটবলত প্ৰথম মহিলা ৰেফাৰী; ইতিহাস গঢ়িবলৈ আগবাঢ়িছে মাৰিয়া

FIRST female referee: ইটালীৰ ফুটবলত প্ৰথম মহিলা ৰেফাৰী; ইতিহাস গঢ়িবলৈ আগবাঢ়িছে মাৰিয়া

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd