DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পাকিস্তানী আৰু বাংলাদেশী মুছলমান অনুপ্রৱেশকাৰীক দেশৰ পৰা উলিয়াই দিয়ক: শিৱসেনা

এন ই নাও নিউজ by এন ই নাও নিউজ
January 25, 2020 12:10 pm
Uddhav-Thackeray-two-696x447

মহাৰাষ্ট্ৰ মুখ্য মন্ত্ৰী উদ্ধৱ ঠাকৰে। ফাইল ফটো

23.4k
VIEWS
Share on FacebookShare on Twitter

শিৱসেনাই পাকিস্তানী আৰু বাংলাদেশী মুছলমান অনুপ্ৰৱেশকাৰীক উলিয়াই পঠিওৱাৰ দাবী কৰিছে।

দলৰ মুখপত্ৰ ‘সামনা’ত প্ৰকাশিত সম্পাদকীয়ত কোৱা হৈছে যে পাকিস্তানী আৰু বাংলাদেশী মুছলমানক দেশৰ পৰা যে উলিয়াই পঠিয়াব লাগে ইয়াত কোনো দ্বিমত নাই।

তদুপৰি, শিৱসেনাই ৰাজ ঠাকৰে আৰু তেওঁ দল এম এন এছকো লক্ষ্য কৰি লয়। উল্লেখ্য যে ইয়াৰ মাজতে এম এন এছে তেওঁলোকৰ পতাকাৰ বাবে গেৰুৱা ৰং বাচি লৈছে।

সম্পাদকীয়টোত কোৱা হৈছে : ‘’দেশত প্ৰৱেশ কৰা পাকিস্তানী আৰু বাংলাদেশী মুছলমানসকলক উলিয়াই দিয়ক। তেওঁলোকক বাহিৰ কৰি দিয়াই উচিত। ইয়াত কোনো দ্বিমত নাই। কিন্তু ইয়াৰ বাবে কোনো ৰাজনৈতিক দলক নিজৰ পতাকা সলনি কৰিবলগীয়া হ’ল, সেয়া আমোদজনক।‘’

লগতে কোৱা হয়,’’দ্বিতীয় কথা হ’ল যে ইয়াৰ বাবে এখন নহয় দুখন পতাকাৰ পৰিকল্পনা বনোৱা এইয়া দ্বিধা বা পিছলি যোৱা গাড়ীৰ লক্ষণ। ৰাজ ঠাকৰে আৰু তেওঁৰ ১৪ বছৰ পুৰণি দলটোৱে মাৰাঠীৰ সমস্যাকলৈ দলটোৰ প্ৰতিষ্ঠা কৰিছিল। শিৱসেনাই মাৰাঠীৰ বিষয়ক লৈ বহুত কাম কৰিছে।‘’

ইয়াৰ পাছতে কটাক্ষ কৰি লিখা হৈছে: ‘’সেই বাবেই মাৰাঠীসকলৰ মাজত যোৱাৰ পাছতো তেওঁলোকৰ হাতত একো লগা নাই আৰু লগাৰ চিনো নাই। কোৱা শুনা গৈছে যে ভাৰতীয় জনতা পাৰ্টিয়ে যেনেদৰে বিচাৰে, তেনেদৰেই ‘হিন্দু বন্ধি, বগ্নী, মাতৃসকল…’ধ্বনি ৰাজ ঠাকৰে দিবলৈ লৈছে।

Recent News

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd