• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মিজোৰাম

হিন্দী নুবুজাৰ অজুহাতত মুখ্য সচিবক সলনিৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহলৈ পত্ৰ মুখ্যমন্ত্ৰীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 9, 2021 6:49 pm
Mizoram CM to Amit Shah
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“মোৰ মন্ত্ৰীসভাৰ সদস্যসকলে হিন্দী বুজি নাপায়। আনকি তেওঁলোকে ইংৰাজী ভাষাতো সমস্যাৰ সন্মুখীন হয়।’’— গৃহমন্ত্ৰী অমিত শ্বাহলৈ এইদৰে পত্ৰ প্ৰেৰণ কৰিছে এগৰাকী মুখ্যমন্ত্ৰীয়ে। তেওঁ হৈছে মিজোৰামৰ মুখ্যমন্ত্ৰী পু জোৰামথাংগা।

ভাৰতৰ চৰকাৰী ভাষা হিন্দী আৰু ইংৰাজী সন্দৰ্ভত প্ৰেৰণ কৰা পত্ৰখনে ব্যাপক চৰ্চা লাভ কৰিছে। কিন্তু কিয় মুখ্যমন্ত্ৰীগৰাকীয় এইদৰে পত্ৰ প্ৰেৰণ কৰিছে?

ইয়াৰ কাৰণ হৈছে মিজোৰামৰ মুখ্য সচিব লালুনমাৱিয়া চুৱাগই কিছুদিন পূৰ্বে অৱসৰ গ্ৰহণ কৰে। তাৰ পাছতে তেওঁৰ স্থানত যোৱা ২৮ অক্টোবৰত কেন্দ্ৰীয় চৰকাৰে ৰেনু শৰ্মা নামৰ এজন জ্যেষ্ঠ আইএএছ বিষয়াক নিযুক্তি দিছে। ইয়াৰ পূৰ্বে শৰ্মাই দিল্লীত যাতায়ত বিভাগৰ অতিৰিক্ত মুখ্য সচিব হিচাপে কৰ্মৰত আছিল। ৰেনু শৰ্মাৰ মিজো ভাষাৰ ওপৰত কোনো জ্ঞান নাই।

ৰেনু শৰ্মাক নিযুক্তি দিয়াৰ প্ৰতিবাদত জোৰাংথাংগাই ২৯ অক্টোবৰত গৃহ মন্ত্ৰালয়লৈ এখনি পত্ৰ প্ৰেৰণ কৰে। পত্ৰখনিত তেওঁ লিখে যে মিজোৰাম ৰাজ্য গঠন কৰাৰ পাছৰ পৰা ভাৰত চৰকাৰে আজিলৈকে এনেধৰণে মিজো ভাষাৰ ওপৰত কোনো জ্ঞান নথকা বিষয়াক মুখ্য সচিব হিচাপে নিযুক্তি দিয়া নাই।

তেনে পৰিস্থিতিত, ৰেনু শৰ্মাই ৰাজ্যখনৰ মুখ্য সচিবৰ দায়িত্ব ল’বলৈ যোগ্য আৰু কাৰ্যকৰী নহয় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে পত্ৰখনিত লিখে।

Apply Now

আমোদজনকভাৱে, মিজোৰাম চৰকাৰেও উক্তদিনাই আন এজন বিষয়াক মুখ্য সচিব হিচাপে দায়িত্ব ল’বলৈ নিৰ্দেশ দিয়ে। জে চি ৰামথাংগা নামৰ উক্ত বিষয়াজনে ৰাজ্যখনৰ অতিৰিক্ত মুখ্য সচিব হিচাপে কৰ্মৰত আছিল।

যোৱা ১ নৱেম্বৰৰ পৰা দুয়োজন বিষয়াই দায়িত্ব গ্ৰহণ কৰিছে। ফলস্বৰূপে বৰ্তমান ৰাজ্যখনত দুজনকৈ মুখ্য সচিবই দায়িত্বগ্ৰহণ কৰিছে।

উল্লেখযোগ্য যে জোৰামথাংগাৰ দল মিজো নেচনেল ফ্ৰণ্ট বৰ্তমান বিজেপিৰ নেতৃত্বত এনডিএৰ অংশীদাৰ হৈ আছে। পত্ৰখনিত জোৰামথাংগাই এই বিষয়েও উনুকিয়ায়।

তেওঁ কয় যে যিহেতু তেওঁ এনডিএৰ অংশীদাৰ, তেনে পৰিস্থিতিত কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ ফলত ৰাজ্যখনৰ বিৰোধী দল কংগ্ৰেছে তেওঁক হাঁহিয়াতৰ পাত্ৰ কৰিব তুলিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

October 18, 2026 7:54 pm
ছাত্ৰীৰ স্বাস্থ্যৰ সৈতে আপোচ নচলিব! ৰাজ্যসমূহক উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি

ছাত্ৰীৰ স্বাস্থ্যৰ সৈতে আপোচ নচলিব! ৰাজ্যসমূহক উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি

October 18, 2026 6:25 pm
ৰাহুল-অখিলেশৰ সৈতে ইলন মাস্ক, মহম্মদ ইউনুছ: লক্ষ্ণৌৰ ‘ৰাৱণ’ পোষ্টাৰক লৈ তীব্ৰ চাঞ্চল্য

ৰাহুল-অখিলেশৰ সৈতে ইলন মাস্ক, মহম্মদ ইউনুছ: লক্ষ্ণৌৰ ‘ৰাৱণ’ পোষ্টাৰক লৈ তীব্ৰ চাঞ্চল্য

October 18, 2026 5:13 pm
নৱৰাত্ৰিৰ আনন্দৰ মাজতে বিষাদৰ ছাঁ: গোৱালিয়ৰত ট্ৰাকৰ খুন্দাত অকালতে প্ৰাণ গ’ল ১২ জন ভক্তৰ

নৱৰাত্ৰিৰ আনন্দৰ মাজতে বিষাদৰ ছাঁ: গোৱালিয়ৰত ট্ৰাকৰ খুন্দাত অকালতে প্ৰাণ গ’ল ১২ জন ভক্তৰ

October 18, 2026 3:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

October 18, 2026 7:54 pm
ছাত্ৰীৰ স্বাস্থ্যৰ সৈতে আপোচ নচলিব! ৰাজ্যসমূহক উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি

ছাত্ৰীৰ স্বাস্থ্যৰ সৈতে আপোচ নচলিব! ৰাজ্যসমূহক উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি

October 18, 2026 6:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd