• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন এফ ৰে’লৱেৰ মালিগাঁওস্থিত মুখ্য কাৰ্যালয়ত বিক্ষোভ প্ৰদৰ্শন কৰিব উত্তৰ-পূৱ ৰে’লৱে মজদুৰ ইউনিয়নে

দ্বীপজ্যোতি শর্মা by দ্বীপজ্যোতি শর্মা
March 4, 2020 7:03 pm
Press meet.jpg1
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ ৰাজহুৱা খণ্ড প্ৰতিষ্ঠানক ব্যক্তিগতকৰণ আৰু নতুন পেঞ্চন নীতি বিৰোধিতাৰে বৃহস্পতিবাৰে উত্তৰ-পূৱ ৰে’লৱে মুখ্য কাৰ্যালয়ত উত্তৰ-পূৱ ৰে’লৱে মজদুৰ ইউনিয়নে বিক্ষোভ প্ৰদৰ্শন কৰিব।

মালিগাঁও উত্তৰ-পূৱ ৰে’লৱে মহাপ্ৰৱন্ধকৰ কাৰ্যালয়ৰ সন্মুখত গ্ৰহণ কৰিব লগা বিক্ষোভ কাৰ্যসূচীৰ কথা আজি এক সংবাদ মেল যোগে ঘোষণা কৰে এন এফ ৰে’লৱে ইউনিয়নৰ যুটীয়া সম্পাদক আশীষ বিশ্বাসে।

Apply Now

বিশ্বাসে কয় “ইউনিয়ৰ হাজাৰ হাজাৰ কৰ্মচাৰীৰ প্ৰতিবাদত কঁপিব এন এফ ৰে’লৱেৰ মুখ্য কাৰ্যালয়।এয়া আমাৰ আৰম্ভণিহে।”

ভাৰতৰ পৰিবহন ব্যৱস্থাত কম খৰচী ভ্ৰমণ হিচাপে পৰিগণিত হৈ অহা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান ৰে’লৱেক ভাৰত চৰকাৰে নিজৰ পুঁজি বৃদ্ধি কৰিবলৈ ব্যক্তিগতকৰণ কৰা কাৰ্যক তীব্ৰ বিৰোধিতা কৰি অল ইণ্ডিয়া ৰে’লৱেমেনচ ফেডাৰেচনৰ সভাপতি ৰাখাল দাসগুপ্তই কয়, “সমগ্ৰ দেশত এই পৰ্যন্ত প্ৰায় ১৫০খন ৰেইল আৰু ৫০টা ৰে’লৱে ষ্টেচন ব্যক্তিগত খণ্ডক হস্তান্তৰ কৰিছে। তাৰে কিছু সংখ্যকৰ ইতিমধ্যে নিবিদাৰ প্ৰক্ৰিয়া সম্পূৰ্ন হৈছে যদিও কিছু এতিয়াও বাকী আছে।”

ব্যক্তিগত খণ্ডক হস্তান্তৰ কৰা ৫০টা ৰে’লৱে ষ্টেচনৰ ভিতৰত উত্তৰ-পূৱ ৰে’লৱে অন্তৰ্গত কামাখ্যা ৰে’ল ষ্টেচনো অন্তৰ্ভুক্ত হৈছে। কিন্তু ইউনিয়নৰ বিৰোধিতাৰ বাবে এই পৰ্যন্ত হস্তান্তৰ কৰিব পৰা নাই বুলি সভাপতি দাস গুপ্তই জানিবলৈ দিয়ে।

ইয়াৰ উপৰিও সংবাদ মেলত প্ৰকাশ কৰা তথ্য অনুসৰি উত্তৰ-পূৱ ৰে’লৱে অন্তৰ্গত ৭ খনকৈ লাভজনক ৰেইল চৰকাৰে ব্যক্তিগত খণ্ডক হস্তান্ত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ ভিতৰত আছে গুৱাহাটী-তিলক ব্ৰিজ, কাটিহাৰা-তিলক ব্ৰিজ, কৃষাণগঞ্জ-তিলক ব্ৰিজ, কোচভেলী-গুৱাহাটী, টিচিটিবি-গুৱাহাটী, চেকেণ্ড্ৰাবাদ-গুৱাহাটী। বৰ্তমান সময়লৈকে নিবিদাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা নাই যদিও অতি কম সময়ৰ ভিতৰতে নিবিদা সম্পূৰ্ণ হোৱা সম্ভাৱনা থকা বুলি উল্লেখ কৰে সভাপতি দাসগুপ্তাই।

উল্লেখ্য যে ২০২০-২১বর্ষৰ বিত্তীয় বাজেটত দেশৰ ৰাজহুৱা খণ্ড উদ্যোগসমূহ বিক্ৰী কৰিবলৈ চৰকাৰে ২ লাখ ১০ হাজাৰ কোটি টকা নিৰ্ধাৰণ কৰা বুলি সংবাদ মেলত জানিবলৈ দিয়ে।

গুৱাহাটীৰ প্ৰেছ ক্লাৱত ইউনিয়নে সম্বোধন কৰা সংবাদ মেলত স্পষ্টকৈ ঘোষণা কৰিছে যে “ৰে’লৱে খণ্ডক ব্যক্তিগতকৰণ কৰিলে পুনৰ ১৯৭৪ চনৰ দৰে ৰেইল সেৱা বন্ধ কাৰ্যসূচী ঘোষণা কৰা হ’ব। অনিৰ্দিষ্ট কালৰ বাবে বন্ধ হ’ব ৰেইল চকা।”

দ্বীপজ্যোতি শর্মা

দ্বীপজ্যোতি শর্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

September 28, 2026 9:24 am
স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

September 28, 2026 8:26 am
কোহলীৰ বিৰাট শতক, ভংগ কৰিলে শচীনৰ দ্বৈত অভিলেখ! ৱেষ্ট ইণ্ডিজক ‘পানী খুৱালে’ ভাৰতে

কোহলীৰ বিৰাট শতক, ভংগ কৰিলে শচীনৰ দ্বৈত অভিলেখ! ৱেষ্ট ইণ্ডিজক ‘পানী খুৱালে’ ভাৰতে

September 28, 2026 7:49 am
‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

September 27, 2026 9:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

September 28, 2026 9:24 am
স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

September 28, 2026 8:26 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd