• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিশু সৰবৰাহ! যোৱা কেইদিনত ৫ নাবালকক উদ্ধাৰ কৰিলে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ সুৰক্ষা বাহিনীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 7, 2022 1:07 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

N. F. Railway rescued 5 minors উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে যোৱা ২৭ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ চলেৱা বিভিন্ন অভিযান আৰু নিয়মীয়া তালাচীৰ সময়ত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অন্তৰ্গত বিভিন্ন ষ্টেচনৰ পৰা ৫জন নাবালকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

পিছত নাবালককেইজনক তেওঁলোকৰ সুৰক্ষিত জিম্মা আৰু পৰৱৰ্তী বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট চাইল্ডলাইনৰ হাতত অৰ্পণ কৰা হয়। উত্তৰ পূব সীমান্ত ৰে’লৱেৰ এক প্ৰেছ বিজ্ঞপ্তিত এইকথা প্ৰকাশ কৰা হৈছে।

লগতে পঢ়ক: সোনাপুৰত ৰখাই থোৱা ট্ৰাকত তীব্ৰবেগী মাৰুতিৰ খুন্দা; ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত ৩জন

Apply Now

যোৱা ২৭ছেপ্টেম্বৰত নিউ জলপাইগুড়ীৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে নিউ জলপাইগুড়ী ৰে’ল ষ্টেচনত ৰে’ল নং ১৫৯০৩ (ডিব্ৰুগড়- চণ্ডীগড় এক্সপ্ৰেছ)ত নিয়মীয়া তালাচী অভিযান চলাই ৰে’লখনৰ পৰা ঘৰৰ পৰা পলাই অহা এটি নাবালক শিশুক উদ্ধাৰ কৰে।

আনহাতে, ২৯ ছেপ্টেম্বৰত কাটিহাৰ ৰে’ল ষ্টেচনত মানৱ সৰবৰাহ, অনুমোদন নথকা হকিং, ভিক্ষা আদিৰ বিৰুদ্ধে চলোৱা এক অভিযানত কাটিহাৰ (পূব)ৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে ২জন পলাতক নাবালক শিশুক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

একেদিনাই গুৱাহাটীৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে গুৱাহাটী ৰে’ল ষ্টেচনত মানৱ সৰবৰাহৰ বিৰুদ্ধে এক অভিযান চলায়। অভিযানৰ সময়ত পলাই অহা এটি নাবালক শিশুক উদ্ধাৰ কৰে।

লগতে পঢ়ক: বিদ্যালয়ৰ ৱাশ্বৰূমত ১১ বছৰীয়া ছাত্ৰীক দলবদ্ধ ধৰ্ষণ; উচ্চ শ্ৰেণীৰ দুই ছাত্ৰৰ বিৰুদ্ধে অভিযোগ

সেইদৰে, ৩০ ছেপ্টেম্বৰত আন এটি ঘটনাৰ সন্দৰ্ভত শিলচৰৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে শিলচৰ ৰে’ল ষ্টেচনত নিয়মীয়া তালাচী অভিযান চলাই ঘৰৰ পৰা পলাই অহা এটি নাবালক শিশুক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ষ্টেচনত নিয়োজিত ৰে’লৱে সুৰক্ষা বাহিনীৰ ৰে’ল পহৰাদাৰী দল আৰু কৰ্মচাৰীসকলক সতৰ্কহৈ থাকিবলৈ আৰু মানৱসৰবৰাহৰ সৈতে জড়িত সন্দেহজনক ব্যক্তিৰ লগতে সন্দেহজনকভাৱে শিশুৰ চলাচল, সঠিক অভিভাৱক অবিহনে অকলে ভ্ৰমণ কৰা আদিৰ বাবে সতৰ্কহৈ থকাৰ বাবে সজাগ আৰু সক্ৰিয় কৰা হৈছে বুলি বিজ্ঞপ্তিটোত কোৱা হৈছে।

লগতে পঢ়ক: Facebook Crisis: সংকটত ফেচবুক! ১২ হাজাৰ কৰ্মচাৰীয়ে হেৰুৱাব পাৰে চাকৰি!

উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অধীনত “মেৰীচহেলি” টীম গঠন কৰা হৈছে আৰু যিকোনো আৱশ্যকতাৰ ক্ষেত্ৰত মহিলা/শিশুযাত্ৰীসকলৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে সতৰ্ক কৰি ৰখাৰ উদ্দেশ্যে হেল্প লাইন নম্বৰ ১৩৯ ব্যৱহাৰ কৰি অৱগত কৰাৰ বাবে চব্বিশ ঘণ্টাই সক্ৰিয় কৰি ৰখা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm
গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

July 8, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd